অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

১। "সকলো ত্যাগ কৰিবা- কিন্ত অধিকাৰ ত্যাগ নকৰিবা।"

1) চন্দ্ৰপ্ৰভা শইকীয়াইনীয়ে

2) লক্ষ্যধৰ চৌধৰিয়ে

3) লম্বোদৰ বৰুৱাই

Ans: চন্দ্ৰপ্ৰভা শইকীয়াইনীয়ে

২। লক্ষ্যধৰ চৌধৰি জন্ম কেতিয়া হৈছিল?

1) ১৯১৮

2) ১৯১৪

3) ১৯২৪

Ans: ১৯১৪

৩। লক্ষ্যধৰ চৌধৰি ক'ত জন্ম হৈছিল?

1) নগাঁও

2) গুৱাহটী

3) যোৰহাট

Ans: গুৱাহটী

৪। লক্ষ্যধৰ চৌঘৰিয়ে কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল?

1) ১৯৯২

2) ১৯৮২

3) ১৯৮৬

Ans: ১৯৯২

৫। লক্ষ্যধৰ চৌধৰিয়ে কিমান চনত অসমৰ শিক্ষা ব্যতিক্ৰমী খ্যাতি ৰাখি থৈ যায়?

1) ১৯৭৮

2) ১৯৮৭

3) ১৯৫৮

Ans: ১৯৭৮

৬। কিমান চনত গুৱাহাটী নিখিল ভাৰত কংগ্ৰেছ অধিৱেশন বহিব?

1) ১৯২৯

2) ১৯২৬

3) ১৯৩৪

Ans: ১৯২৬

৭। চন্দ্ৰপ্ৰভাৰ গাভৰু কালতে কিমান চনত নগাঁৱত অসম সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনলৈ বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰন জনোৱা হ'য়?

1) ১৯২৬

2) ১৯২৯

3) ১৯২৫

Ans: ১৯২৫

৮। কিমান চনত তেজপুৰত অসম ছাত্ৰ সন্মিলন বছৰেকীয়া অধিৱেশন বহে?

1) ১৯১৪

2) ১৯১৮

3) ১৯১৬

Ans: ১৯১৮

৯। চন্দ্ৰপ্ৰবা শইকীয়ানী কোনখন জিলাৰ মিছন স্কুলৰ ছা্ত্ৰী?

1) গুৱাহাটী

2) 1

3) নগাঁৱ

Ans: নগাঁৱ 

১০। লক্ষ্যধৰ চৌধৰিৰ সাহিত্যিক অৱদান কেইখন?

1) ২ খন

2) ৩ খন

3) ৬ খন

Ans: ২ খন

১১। লক্ষ্যধৰ চৌধৰিৰ নাটক কেইখন?

1) ৪ খন

2) ৮ খন

3) ১৩ খন

Ans: ৪ খন

১২। লক্ষ্যধৰ চৌধৰি কিমানচনত মৃত্যু হৈছিল?

1) ১৯৯৮

2) ২০০০

3) ২০০২

Ans: ২০০০ 

১৩। লক্ষ্যধৰ চৌধৰিয়ে কিমান চনত সাংস্কৃতিক মন্ত্ৰী ৰূপে ৰাজনীতিত ব্যতিক্ৰমে খ্যাতি ৰাখি থৈ যায়?

1) ১৯৭৬

2) ১৯৫৮

3) ১৯৭৮

Ans: ১৯৭৮

১৪। লক্ষ্যধৰ চৌধৰি এজন কোন আছিল?

1) সাহিত্যিক

2) নাট্য সাহিত্য

3) ওপৰৰ গোটেই কেইটা

Ans: ওপৰৰ গোটেই কেইটা

১৫। চন্দ্ৰপ্ৰবা শইকীয়ানীৰ কিমান চনত দেহাৱলসাত ঘটে?

1) ১৯৭২ চনৰ ১৬ মাৰ্চ

2) ১৯৭৬ চনত ১৭ মাৰ্চ

3) ১৯৭১ চনৰ ১৬ মাৰ্চ

Ans: ১৯৭২ চনৰ ১৬ মাৰ্চ