অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী
১। "সকলো ত্যাগ কৰিবা- কিন্ত অধিকাৰ ত্যাগ নকৰিবা।"
1) চন্দ্ৰপ্ৰভা শইকীয়াইনীয়ে
2) লক্ষ্যধৰ চৌধৰিয়ে
3) লম্বোদৰ বৰুৱাই
Ans: চন্দ্ৰপ্ৰভা শইকীয়াইনীয়ে
২। লক্ষ্যধৰ চৌধৰি জন্ম কেতিয়া হৈছিল?
1) ১৯১৮
2) ১৯১৪
3) ১৯২৪
Ans: ১৯১৪
৩। লক্ষ্যধৰ চৌধৰি ক'ত জন্ম হৈছিল?
1) নগাঁও
2) গুৱাহটী
3) যোৰহাট
Ans: গুৱাহটী
৪। লক্ষ্যধৰ চৌঘৰিয়ে কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল?
1) ১৯৯২
2) ১৯৮২
3) ১৯৮৬
Ans: ১৯৯২
৫। লক্ষ্যধৰ চৌধৰিয়ে কিমান চনত অসমৰ শিক্ষা ব্যতিক্ৰমী খ্যাতি ৰাখি থৈ যায়?
1) ১৯৭৮
2) ১৯৮৭
3) ১৯৫৮
Ans: ১৯৭৮
৬। কিমান চনত গুৱাহাটী নিখিল ভাৰত কংগ্ৰেছ অধিৱেশন বহিব?
1) ১৯২৯
2) ১৯২৬
3) ১৯৩৪
Ans: ১৯২৬
৭। চন্দ্ৰপ্ৰভাৰ গাভৰু কালতে কিমান চনত নগাঁৱত অসম সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনলৈ বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰন জনোৱা হ'য়?
1) ১৯২৬
2) ১৯২৯
3) ১৯২৫
Ans: ১৯২৫
৮। কিমান চনত তেজপুৰত অসম ছাত্ৰ সন্মিলন বছৰেকীয়া অধিৱেশন বহে?
1) ১৯১৪
2) ১৯১৮
3) ১৯১৬
Ans: ১৯১৮
৯। চন্দ্ৰপ্ৰবা শইকীয়ানী কোনখন জিলাৰ মিছন স্কুলৰ ছা্ত্ৰী?
1) গুৱাহাটী
2) 1
3) নগাঁৱ
Ans: নগাঁৱ
১০। লক্ষ্যধৰ চৌধৰিৰ সাহিত্যিক অৱদান কেইখন?
1) ২ খন
2) ৩ খন
3) ৬ খন
Ans: ২ খন
১১। লক্ষ্যধৰ চৌধৰিৰ নাটক কেইখন?
1) ৪ খন
2) ৮ খন
3) ১৩ খন
Ans: ৪ খন
১২। লক্ষ্যধৰ চৌধৰি কিমানচনত মৃত্যু হৈছিল?
1) ১৯৯৮
2) ২০০০
3) ২০০২
Ans: ২০০০
১৩। লক্ষ্যধৰ চৌধৰিয়ে কিমান চনত সাংস্কৃতিক মন্ত্ৰী ৰূপে ৰাজনীতিত ব্যতিক্ৰমে খ্যাতি ৰাখি থৈ যায়?
1) ১৯৭৬
2) ১৯৫৮
3) ১৯৭৮
Ans: ১৯৭৮
১৪। লক্ষ্যধৰ চৌধৰি এজন কোন আছিল?
1) সাহিত্যিক
2) নাট্য সাহিত্য
3) ওপৰৰ গোটেই কেইটা
Ans: ওপৰৰ গোটেই কেইটা
১৫। চন্দ্ৰপ্ৰবা শইকীয়ানীৰ কিমান চনত দেহাৱলসাত ঘটে?
1) ১৯৭২ চনৰ ১৬ মাৰ্চ
2) ১৯৭৬ চনত ১৭ মাৰ্চ
3) ১৯৭১ চনৰ ১৬ মাৰ্চ
Ans: ১৯৭২ চনৰ ১৬ মাৰ্চ
0 Comments