জন্মভূমি

১। যি দেশত মানুহ ওপজে?

1) জন্মভূমি

2) স্বৰ্গাদপি

3) ওপৰৰ গোটেই কেইটা

Ans: জন্মভূমি

২। লম্বোগৰ বৰা দেৱৰ জন্ম কেতিয়া হৈচিল?

1) ১৮৬০

2) ১৮৮৭

3) ১৮৮২

Ans: ১৮৬০

৩। লম্বোদৰ বৰকা দেৱে কিমান চনত এন্ট্ৰন্স পৰীক্ষাত উৰ্ত্তীণ হ'য়?

1) ১৮৮২

2) ১৮৮৭

3) ১৮৯২

Ans: ১৮৮২

৪। লম্বোদৰ বৰা দেৱে কিমান চনত বি.ও ডিগ্ৰী লাভ কৰে?

1) ১৮৮৭

2) ১৮৭৫

3) ১৮৫৯

Ans: ১৮৮৭

৫। লম্বোদৰ বৰা দেৱে এন্ট্ৰন্স পৰীক্ষাত উৰ্ত্তীণ হ'য় শিক্ষাৰ বাবে ক'লৈ য়ায়?

1) মোম্বাই

2) কলিকতা

3) আমেৰিকা

Ans: কলিকতা

৬। লম্বোদৰ বৰাদেৱেৰ প্ৰবন্ধ কেইছন ৰচনা কৰিছিল?

1) ৩ খন

2) ৯ খন

3) ৬ খন

Ans: ৩ খন

৭। লম্বোদৰ বৰাদেৱে আইনৰ কি উপাধি লাভ কৰে?

1) বি.এল

2) বি.এ

3) ওপৰৰ এটাও নহয়

Ans: বি.এল

৮। লম্বোদৰ বৰাদেৱৰ মৃত্যু কেতিয়া হৈছিল?

1) ১৮৯২

2) ১৮৮৭

3) ১৮৭৩

Ans: ১৮৯২

৯। লম্বোদৰ বৰাদেৱৰ উল্লেখযোগ্য পুতি পুথিকেইখন?

1) ৩ খন

2) ৬ খন

3) ৯ খন

Ans: ৩ খন

১০। গ্ৰীক বুলি এখনি কি দেস আছে?

1) সৰু

2) ডাঙৰ

3) ওপৰৰ এটাও নহয়

Ans: সৰু

১১। আজিকালি অমস দেশৰ সকলে ক্ষেত্ৰতে দুৰবস্থা।

1) হয়

2) নহয়

3) কেতিয়াবা হয় হয় লাগে কেতিয়াবা নালাগে

Ans: হয়

১২। আমি কি মানুহ?

1) অসমীয়া

2) হিন্দু

3) মাৰাঠী

Ans: হিন্দু

১৩। ব্ৰহ্মদেশৰ মানুহক কি বুলি জনা যায়?

1) গ্ৰীক

2) মান

3) ওপৰৰ গোটেই কেইটা

Ans: মান

১৪। কিমান চনত মান সেনাই অসমলৈ আহি আক্ৰমণ কৰে?

1) ১৮১৭

2) ১৮১৮

3) ১৮২৩

Ans: ১৮১৭

১৫। জন্মভূনিৰ ঘোৰ দুৰব্যস্থা অসমীয়াৰ ঘোৰ টোপনি?

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: শুদ্ধ

Type Susmita Kakati