ধৰ ঝাড়ুধৰ ভাই

১। অম্বিকাৰগিৰি ৰায়চৌধৰি জন্ম কেতিয়া হ'য়?

1) ১৮৮৫

2) ১৮৭৬

3) ১৮৫৬

Ans: ১৮৮৫

২। অম্বিকাৰগিৰি ৰায়টচৌধিৰ কবিতা পুথি কেইখন?

1) ৯ খন

2) ১৮ খন

3) ১৪ খন

Ans:৯ খন

 ৩। ধৰ ঝাড়ুধৰ ভাই কবিতাটি কোনে লিখিছিল?

1) অম্বিকাৰগিৰি ৰায়চৌধৰি

2) জ্ঞানদাভিৰাম বৰুৱা

3) লম্বোদৰ বৰা

Ans: অম্বিকাৰগিৰি ৰায়চৌধৰি

৪। কোন চনত অম্বিকাৰগিৰি ৰায়চৌধৰি কাৰাবায় খাটিছিল?

1) ১৮৫৬

2) ১৮৪৫

3) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ এটাও নহয়

৫। অম্বিকাৰগিৰি ৰয় চৌধৰি ক'ত জন্ম হৈছিল?

1) বৰদোৱা

2) কামৰূপ

3) বৰপেটা

Ans: বৰপেটা

৬। অম্বিকাৰগিৰি ৰায়চৌধৰি য়ে ধৰ ঝাড়ুধৰ ভাই কবিতাটি কোন চনত ৰচনা কৰিছিল?

1) ১৯২১

2) ১৯৬৭

3) ১৮৭৯

Ans: ১৯২১

৭। অম্বিকাৰগিৰি ৰায়চৌধৰিৰ মৃত্যু কিমান চনত হৈছিল?

1) ১৯৬৭

2) ১৯৪৫

3) ১৯৭৮

Ans: ১৯৬৭

৮। অম্বিকাৰগিৰি ৰায়চৌধৰি কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল?

1) ১৯৫০

2) ১৯৫৭

3) ১৯৪৯

Ans: ১৯৫০

৯। অম্বিকাৰগিৰি ৰায়চৌধৰিক কি নামেৰে খ্যাতি কৰিছে?

1) অসম কেশৰী

2) সাহিত্য-সংস্কৃতি

3) ওপৰৰ গোটেই কেইটা

Ans: অসম কেশৰী

১০। ধৰ ঝাড়ুধৰ ভাই কবিতাটি কিহৰ ৰূপত প্ৰকাশ পাইছে?

1) জাতীয় চিন্তা

2) দেশপ্ৰমৰ 

3) ওপৰৰ গোটেই কেইটা

Ans: ওপৰৰ গোটেই কেইটা

Type Susmita Kakati