বিষয়ীৰ অধোগতি

১। ভট্টদেৱ ৰ জন্ম কোন চনত হৈছিল?

1) ১৫৫৮

2) ১৫৬৭

3) ১৫৭৪

Ans: ১৫৫৮

২। তেওঁৰ পিতৃৰ নাম কি?

1) চন্দ্ৰ ভাৰতী

2) কৃষ্ণৰাম চৌধৰী

3) ওপৰৰ এটাও নহয়

Ans: চন্দ্ৰ ভাৰতী

৩। কহন্ত ৰ অৰ্থ কি?

1) ক'লে

2) ধব্বংশ

3) নাশ

Ans: ক'লে

৪। বিক্ৰম ৰ অৰ্থ কি?

1) তাপ

2) শক্তি

3) শাস্তিু

Ans: শক্তি

৫। সময়ে প্ৰত্যেক ব্যক্তিক পৰাস্ত কৰে?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৬। মানুহ কি জীৱ?

1) মায়াপী

2) বিষয়ী

3) বেঢ়িয়া

Ans: মায়াপী

৭। কপিলে _____ ?

1) কুটুম্ব

2) কহন্ত

3) ভাৰ্য্যা

Ans: কহন্ত

৮। পুহিব মানে কি?

1) পুষিত

2) ব্যাস

3) দুৰ্দান্ত

Ans: পুষিত

৯। ভট্টদ্ৱৰ জন্ম ক'ত হৈছিল?

1) কামৰূপ

2) বৰপেটা

3) যোৰহাট

Ans: কামৰূপ

১০। গদাধৰ নামে মাত্ৰ এটি কি আছিল?

1) সন্তান

2) বিষয়ী

3) খেদ

Ans: সন্তান

১১। ভট্টদেৱৰ মৃত্যু কিমান চনত হৈছিল?

1) ১৬৩৪ 

2) ১৬৩৮

3) ১৭৫৪

Ans: ১৬৩৮

১২। আপুনাৰ অৰ্থ নষ্ট হৈলে লোভত পৰৰ অৰ্থ হৰে।

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: শুদ্ধ

১৩। ভট্টদেৱে কি পাতি থাকোতে তেওঁৰ মৃত্যু হৈছিল?

1) ব্যাসকুচিত সত্ৰ

2) বেঢ়িয়া

3) ছন্দৰীত'

Ans: ব্যাসকুচিত সত্ৰ

১৪। ভট্টদেৱ কোনজন গুৰুৰ ওচৰত শৰণ লৈছিল?

1) দমোদৰ দেৱ

2) গোপাল দেৱ

3) ভাগৱত ভট্টাচাৰ্য

Ans: দমোদৰ দেৱ

১৫। শৃংগল ৰ শব্দৰ অৰ্থ কি?

1) শাস্তি

2) শিয়াল

3) পৰাক্ৰম

Ans: শিয়াল 

Type Susmita Kakati