বায়ু আৰু পানীৰ প্ৰদূষণ

১। পূথিৱীত জীৱজগত জীয়াইঈ থাকিবৰ বাবে কি অপৰিহাৰ্য?

1) বায়ু

2) পানী

3) মাটি

Ans: বায়ু

২। নিৰ্মল বায়ু আমাৰ বাবে কি?

1) কাম্য

2) অক্ষাম্য

3) অম্ল

Ans: কাম্য

৩। সুস্থ মানে দিনে প্ৰায় কিমান কিলোগ্ৰাম অম্লজান গেছ গ্ৰহন কৰে?

1) ১৬ ৰ পৰা ২০ কিলোগ্ৰাম

2) ২০ ৰ পৰা ২৫ কিলোগ্ৰাম

3) ১৮ ৰ পৰা ৩০ কিলোগ্ৰাম

Ans: ১৬ ৰ পৰা ২০ কিলোগ্ৰাম

৪। ধূলি, ধোৱা আৰু ছাইৰ কণিকাই কি প্ৰদূষিত কৰে?

1) বায়ুমণ্ডল

2) জীৱমণ্ডল

3) সমমণ্ডল

Ans: বায়ুমণ্ডল

৫। বায়ুমণ্ডলৰ ষ্টেট'স্ফিয়াৰ নামৰ স্তৰটোট কি গেছৰ এটা পাতল স্তৰ আছে?

1) অ'জন

2) তেজ'স্ক্ৰিয়

3) ক্ল'ৰ'ফ্লুৰ কাৰ্বন

Ans: অ'জন

৬। ক্ষতিকাৰক গেছ ওলাই কি কৰে?

1) বায়ু প্ৰদূষিত কৰে।

2) জীৱক মাৰাত্মক কৰি তুলে

3) প্ৰাকৃতিক দৃযিত কৰে

Ans: বায়ু প্ৰদূষিত কৰে।

৭। মানুহ নান প্ৰাণী আনকি উদ্ভিদৰো যথেষ্ট ক্ষতিসাধন কিহে কৰে?

1) বায়ুমণ্ডলে

2) বায়ু প্ৰদূষণে

3) জীৱমণ্ডলে

Ans: বায়ু প্ৰদূষণে

৮। নিৰ্মল বায়ুত এঙাৰ গেছৰ পৰিমান শতকৰা কিমান ভাগ থাকিব লাগে?

1) 0.03 শতকৰা

2) 0.07 শতকৰা

3) 0.02 শতকৰা

Ans: 0.03 শতকৰা

৯। এজোপা বৃক্ষৰ গড় আয়ুস কিমান বছৰ?

1) ৪০ বছৰ

2) ৫০ বছৰ

3) ১০০ বছৰ

Ans: ৫০ বছৰ

১০। ধোঁৱাত থকা হাইড্ৰ'কাৰ্বন আৰু তেজস্ক্ৰিয় প্ৰুট'নিয়ামে কি ৰোগৰ স্থষ্টি কৰে?

1) কৰ্কট

2) হৃদৰোগ

3) মূৰৰ বিষ

Ans: কৰ্কট

১১। ৰন্ধন কাৰ্য্যত কাম ধোৱা ওলোৱা চৌকী ব্যৱহাৰ কৰি বায়ু প্ৰদূষণৰ কিছু কি কৰিব পাৰি?

1) বৃদ্ধি

2) হ্ৰাস

3) নিমূল

Ans: হ্ৰাস

১২। প্ৰদূষণ মুক্ত পৰিৱেশত কুনে সুকলমে জীয়াই থাকিব পাৰে?

1) জীৱই

2) চৰাই

3) জন্তু

Ans: জীৱই

১৩। কি পদ্ধতিৰে পানী বিশুদ্ধ কৰিব পাৰি?

1) নানান পদ্ধতিৰে।

2) গৰম কৰা পদ্ধতিৰে।

3) ওপৰৰ গোটেই কেইটা

Ans: নানান পদ্ধতিৰে।

১৪। কল-কাৰাখানা ধোঁৱা ওলোৱা চিমনিবোৰ কি ঙোৱা উচিত?

1) চাপৰ

2) ওখৰ

3) ওপৰৰ এটাও নহয়।

Ans: ওখৰ

১৫। বায়ু পানীক দূষিত  কৰা পদাৰ্থবোৰক কি বুলি কোৱা হ'য়?

1) প্ৰদৃষণ

2) প্ৰদূষক

3) ওপৰৰ গোটেই কেইটা

Ans: প্ৰদূষক