বৰ লোকৰ চৰিত্ৰ অধ্যয়ণ

 ১। আজিকালি কিহৰ চৰ্চা জতগময়?

1) বৰগীাত

2) বিদ্যা

3) বাহিৰা

Ans: বিদ্যা

২। উদগতি কৰিবলৈ মানুহক আদিতে এটা কি পথ লাগে?

1) সুগম

2) বিদ্যাৰ

3) চৰিত্ৰ

Ans: সুগম

৩। যি পুঠি পঢ়িলে সুগম পথ পোৱা যায় তেনে পুঠি পঢ়িলে কি হ'য়?

1) উপকাৰ

2) অপকাৰ

3) উদগতি

Ans: উদগতি

৪। কিমান চনত সত্যনাথ বৰাৰ জন্ম হ'য়?

1) ১৮৬০

2) ১৭৫৬

3) ১৬৬০

Ans: ১৮৬০

৫। কিমান চনত সত্যনাথ বৰুৱা বি.এল. পৰীক্ষাত উত্তীৰ্ণ হ'য়?

1) ১৮৬০

2) ১৮৮৯

3) ১৬৫৪

Ans: ১৮৮৯

৬। 'বহল ব্যাকৰণ' খন কোনে লিখিছিল?

1) মিত্ৰদেৱ মহন্ত।

2) সত্যনাথ বৰা।

3) হেমচন্দ্ৰ বৰুৱা।

Ans: সত্যনাথ বৰা।

৭। তলৰ কোনখন গ্ৰন্থ সত্যনাথ বৰাই লিখিছিল?

1) সাহিত্য বিচাৰ

2) আকাশ ৰহস্য মুণি।

3) সাৰথি।

Ans: সাহিত্য বিচাৰ

৮। বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ কি পোৱা নাযায়?

1) সুগম

2) ফল

3) ঐশ্বয্য

Ans: ফল

৯। কিছুদিন সত্যনাথ বৰাই কটন কলেজত কি কৰিছিল?

1) শিক্ষক।

2) অধ্যপনা।

3) ওপৰৰ গোটেই কেইটা

Ans: অধ্যপনা।

১০। সত্যনাথ বৰুৱা ক'ত জন্ম হৈছিল?

1) কলিকতাত

2) গুৱাহাটী ভৰলুমুখত

3) তেজপুৰ

Ans: গুৱাহাটী ভৰলুমুখত

১১। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা।

1) শুদ্ধ।

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

১২। উদগতিৰ বাঞ্জা কি হ'ব লাগে?

1) থিৰ।

2) ইচ্ছা।

3) অভিলাস।

Ans: থিৰ।

১৩। উদণ্ড বাঞ্জাকেই ওপৰত আশংকা বোলা হৈছে?

1) হ'য়

2) নহ'য়

3) ওপৰৰ এটাও নহয়।

Ans: হ'য়

১৪। সত্যনাথ বৰা কিমান চনত দেহাৱসাত ঘটে?

1) ১৯২৫ চনৰ ১৩ ডিচেম্বৰত

2) ১৮২৫ চনৰ ২৬ ডিচেম্বৰত

3) ১৬২৫ চনৰ ১৩ ডিচেম্বৰত

Ans: ১৯২৫ চনৰ ১৩ ডিচেম্বৰত

১৫। সত্যনাথ বৰুৱা কিমান বছৰৰ বয়সত মৃত্যু হ'য়?

1) ৬৫

2) ৬৪

3) ৬৭

Ans: ৬৫

Type Susmita Kakati