পৰম বন্ধু

১। সম্পদত প্ৰিয় বন্ধু কিমান উলায়?

1) বিভিন্ন

2) অনেক

3) শোকে।

Ans: অনেক

২। 'নিৰ্মালি' কাৰ একমাত্ৰ কবিটা পুঠি?

1) মিত্ৰদেৱ মহন্ত

2) ড° সূৰ্যকুমাৰ ভূঞা

3) কেশৱ মহন্ত

Ans: ড° সূৰ্যকুমাৰ ভূঞা

3) পৰম বন্ধ পোৱা যায় নে নাযায়?

1) যায়

2) নেযায়

3) কেতিয়াবা পোৱা যায় আৰু নাযায়

Ans: নেযায়

৪। ড° সূৰ্যকুমাৰ ভূঞা কিমান শতিকাৰ পুৰুষ?

1) ২৯ 

2) ৩০

3) ৩১

Ans: ২৯

৫। সূৰ্যকুমাৰ ভূঞাই কিমান চনত ইংৰাজী বিষয়ত এম.এ পাছ কৰে?

1) ১৯৮৪

2) ১৯১৬

3) ১৯৫০

Ans: ১৯১৬

৬। সূৰ্যকুমাৰ ভূঞা কিমান চনত জন্ম হ'য়?

1) ১৮৯৪

2) ১৮৯৫

3) ১৯৯৪

Ans: ১৮৯৪

৭। সূৰ্যকুমাৰ ভূঞা কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ত উপাৰ্চায আছিল?

1) ১৭৫৭-৭৬

2) ১৯৫৭-৬০

3) ১৮৮৭-৯৪

Ans: ১৯৫৭-৬০

৮। সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত কিমান ৰচনা কৰিছিল ?

1) কুৰিখনো অধিক

2) ১৫৭

3) ৯৮৭

Ans: কুৰিখনো অধিক

৯। সূৰ্যকুমাৰ ভূঞাই 'অসম জীয়েৰী' গ্ৰন্থখন কিমান চনত ৰচনা কৰিছিল?

1) ১৯৫৭

2) ১৯৩৫

3) ১৯৫১

Ans: ১৯৩৫

১০। সূৰ্যকুমাৰ ভূঞাই কেইখন ইংৰাজী গ্ৰন্থ ৰচনা কৰিছিল?

1) ৩ খন

2) ৪ খন

3) পাচঁ খন

Ans: ৩ খন

১১। সূৰ্যকুমাৰ ভূঞা কিমান চনত অধ্যাপনা কৰে আৰু পিছলৈ অসমৰ শিক্ষাধিকাৰী পদত অলঙ্কিত কৰে?

1) ১৯১৬

2) ১৯৩২

3) ১৮৩২

Ans: ১৯১৬

১২। সূৰ্যকুমাৰ ভূঞাই লিখা জীৱনচৰিত্ৰমূলক গ্ৰন্থ কেইখন?

1) ৪ খন

2) ৫ খন

3) ৬ খন

Ans: ৪ খন

১৩। সূৰ্যকুমাৰ বূঞা ক'ত জন্ম গ্ৰহন কৰে?

1) গুৱাহাটী

2) নগাঁও

3) যোৰহাট

Ans: নগাঁও

১৪। ড° সূৰ্যকুমাৰ ভূঞা আঠিল প্ৰথম আসমীয়া শিক্ষাধিকাৰ?

1) হ'য়

2) নহ'য়

3) ওপৰৰ এটাও নহয়

Ans: হ'য়

১৫। ড° সূৰ্যকুমাৰ ভূঞাৰ 'পৰম বন্ধু' এটি কি মূলক কবিতা?

1) ভক্তিমূলক

2) নীতিমূলক

3) ওপৰৰ এটাও নহয়

Ans: নীতিমূলক

Type Susmita Kakati