মাতৃপূজাত মোমাই বলি

। নাটক একোটা কিহত প্ৰয়োজনীয় সামগ্ৰী?

1) ৰভাঘৰ

2) দৃশ্যত

3) টেবুল চকী।

Ans: দৃশ্যত

২। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

1) ১৬১৭

2) ১৬৭১

3) ১৬৭৩

Ans: ১৬৭১

৩। কিমান চনত লাচিত বৰফুকণৰ জন্ম হৈছিল?

1) ১৬১১

2) ১৬১২

3) ১৬১৩

Ans: ১৬১২

৪। অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম কেতিয়া হৈছিল?

1) ১৯০৯

2) ১৯০৬

3) ১৮৯৬

Ans: ১৯০৬

৫। অতুল চন্দ্ৰ হাজৰিকা কিমান চনত অসম সাহিত্য সবাৰ সভাপতি আছিল?

1) ১৯৫৮

2) ১৯৫৯

3) ১৯৫৭

Ans: ১৯৫৯

৬। অতুল চন্দ্ৰ হাজৰিকা দেৱে কবিটা পুথি কেইখন লিখিছিল?

1) ৫ খন

2) ৬ খন

3) ৭ খন

Ans: ৬ খন

৭। মুকুতা মণি কবিটা পুথি খন কিমান চনত ৰচনা কৰিছিল?

1) ১৯৪০

2) ১৯৫৫

3) ১৯৫৩

Ans:  ১৯৫৫

৮। অতুল চন্দ্ৰ হাজৰিকা দেৱে নাটক কেইখন লিখিছিল?

1) ৬ খন

2) ১২ খন

3) ১৮ খন

Ans: ১২ খন

৯। অতুল চন্দ্ৰ হাজৰিকাৰ ইংৰাজী পুথি কেইখন?

1) ২ খন

2) ৪ খন

3) ৫ খন

Ans: ২ খন

১০। ব্ৰজনাথ শৰ্মা জন্ম কেতিয়া হৈছিল?

1) ১৮৯৮

2) ১৯৩৫

3) ১৯৬০

Ans: ১৮৯৮

১১। অতুল চন্দ্ৰ হাজৰিকাই টিকেন্দ্ৰজিত নাটক কিমান চনত ৰচনা কৰে?

1) ১৯৫৯

2) ১৯৬০

3) ১৯৫৪

Ans: ১৯৫৯

১২। হাজৰিকা দেৱৰ কিমান চনত মৃত্যু হ'য়?

1) ১৯৮৬

2) ১৯৫৯

3) ১৯৭৮

Ans: ১৯৮৬

১৩। হাজৰিকাদেৱে কিমান চনত গুবাহাটীৰ পৰা প্ৰকাশিত 'বাঁহী' 'চিত্ৰদাস' ছদ্মনাম লৈ বহুতো কবিতা প্ৰকাশ কৰে?

1) ১৯৭৮-৮০

2) ১৯৩৮-৩৫

3) ১৭৬৮-৭০

Ans: ১৯৩৮-৩৫

১৪। মাতৃপূজাত মোমাই বলি পাঠটি কোনে ৰচনা কৰিছিল?

1) অতুল চন্দ্ৰ বৰুৱা

2) অতুল চন্দ্ৰ হাজৰিকা

3) মিত্ৰদেৱ মহন্ত

Ans: অতুল চন্দ্ৰ হাজৰিকা

১৫। অতুল চন্দ্ৰ হাজৰিকাক কি ৰূপে আখ্যা দিয়া হৈছে?

1) শিশু সাহিত্যিক

2) লেখক

3) কবিতা পুথি লিখক

Ans: শিশু সাহিত্যিক

Type Susmita Kakati