আমাৰ ভাৰতী আই

১। আমাৰ ভাৰতী আই কবিতাটো কোনে লিখিছিল?

1) নলিনীবালা দেৱী।

2) অনুৰাধা পুজাৰী শৰ্মা

3) হেমলতা শৰ্মা

Ans: নলিনীবালা দেৱী।

২। নলিনীবালা দেৱীয়ে কিমান চনত 'অলকানন্দা' পুথিৰ বাবে সাহিত্য একাদেমী বঁটা লাভ কৰে?

1) ১৯৪৮

2) ১৯৬৭

3) ১৯৫৭

Ans: ১৯৬৭

৩। নলিনীবালা দেৱী কিমান চনত জন্ম হৈছিল?

1) ১৮৯৮

2) ১৮৭৬

3) ১৮৫৬

Ans: ১৮৯৮

৪। নলিনীবালা দেৱীৰ কিমান চনত স্বামীৰ মৃত্যু হ'য়?

1) ১৯১৭

2) ১৮৬৭

3) ১৮৫৭

Ans: ১৯১৭

৫। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

1) অলকানন্দা

2) পৰশমণি

3) সন্ধিয়াৰ সুৰ

Ans: সন্ধিয়াৰ সুৰ

৬। বৈধৱ্য যন্ত্ৰণাই নলিনীবালা দেৱীক ভাৰতীয় দৰ্শনৰ প্ৰতি ধাবিত কৰেনে?

1) কৰে

2) নকৰে

3) ওপৰৰ এটাও নহয়

Ans: কৰে

৭।নলিনীবালা দেৱীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?

1) ১৯১৭

2) ১৯৫৮

3) ১৯৬৭

Ans: ১৯৬৭

৮। এই দেশ কি?

1) জনবহুল

2) অনুপম

3) বিশাল

Ans: অনুপম

৯। শৌৰ্য-বীৰ্য আৰু কিহৰ প্ৰেমে এইদেশক ৰক্ষা কৰিব?

1) প্ৰসবিনী

2) ভাতৃত্ববোধৰ

3) ভাৰত

Ans: ভাতৃত্ববোধৰ

১০। অতীন্দ্ৰিয়বাদ হ'ল কিহৰ প্ৰকাশ?

1) দৰ্প

2) .ৰহস্যভাৱ

3) জন্মান্তৰবাদত

Ans: .ৰহস্যভাৱ

১১। অলকানন্দা পুথি খন নলিনীবালা দেৱীয়ে কিমান চনত ৰচানা কৰিছিল?

1) ১৯৫২

2) ১৯৬৮

3) ১৯৬৯

Ans: ১৯৬৮

১২। নলিনীবালা দেৱীৰ কিমান চনত মৃত্যু হ'য়?

1) ১৯৭৭ চনৰ ২৮ ডিচেম্বৰত

2) ১৯৯৮ চনৰ ১৪ ডিচেম্বৰত

3) ১৯৭৭ চনত ২৪ ডিচেম্বৰত

Ans: ১৯৭৭ চনত ২৪ ডিচেম্বৰত

১৩। নলিনীবালা দেৱীয়ে ৰচনা কবিতা পুথি কেইখন?

1) ৫ খন

2) ৬ খন

3) ৭ খন

Ans: ৬ খন

১৪। 'আমাৰ ভাৰতী আই' কবিতাটিৰ পৰা কিহৰ প্ৰকাশ পাইছে?

1) দেশপ্ৰেমৰ

2) ভাতৃত্ববোধৰ

3) প্ৰসবিনী

Ans: দেশপ্ৰেমৰ

১৫। তনৰ কোনটো নলিনীবালা দেৱীৰ এটি উল্লেখযোগ্য কবিতা?

1) পৰমতৃষ্ণা

2) সন্ধিয়াৰ সুৰ

3) অলকানন্দা

Ans: পৰমতৃষ্ণা

Type Susmita Kakati