আমাৰ ভাৰতী আই
১। আমাৰ ভাৰতী আই কবিতাটো কোনে লিখিছিল?
1) নলিনীবালা দেৱী।
2) অনুৰাধা পুজাৰী শৰ্মা
3) হেমলতা শৰ্মা
Ans: নলিনীবালা দেৱী।
২। নলিনীবালা দেৱীয়ে কিমান চনত 'অলকানন্দা' পুথিৰ বাবে সাহিত্য একাদেমী বঁটা লাভ কৰে?
1) ১৯৪৮
2) ১৯৬৭
3) ১৯৫৭
Ans: ১৯৬৭
৩। নলিনীবালা দেৱী কিমান চনত জন্ম হৈছিল?
1) ১৮৯৮
2) ১৮৭৬
3) ১৮৫৬
Ans: ১৮৯৮
৪। নলিনীবালা দেৱীৰ কিমান চনত স্বামীৰ মৃত্যু হ'য়?
1) ১৯১৭
2) ১৮৬৭
3) ১৮৫৭
Ans: ১৯১৭
৫। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?
1) অলকানন্দা
2) পৰশমণি
3) সন্ধিয়াৰ সুৰ
Ans: সন্ধিয়াৰ সুৰ
৬। বৈধৱ্য যন্ত্ৰণাই নলিনীবালা দেৱীক ভাৰতীয় দৰ্শনৰ প্ৰতি ধাবিত কৰেনে?
1) কৰে
2) নকৰে
3) ওপৰৰ এটাও নহয়
Ans: কৰে
৭।নলিনীবালা দেৱীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?
1) ১৯১৭
2) ১৯৫৮
3) ১৯৬৭
Ans: ১৯৬৭
৮। এই দেশ কি?
1) জনবহুল
2) অনুপম
3) বিশাল
Ans: অনুপম
৯। শৌৰ্য-বীৰ্য আৰু কিহৰ প্ৰেমে এইদেশক ৰক্ষা কৰিব?
1) প্ৰসবিনী
2) ভাতৃত্ববোধৰ
3) ভাৰত
Ans: ভাতৃত্ববোধৰ
১০। অতীন্দ্ৰিয়বাদ হ'ল কিহৰ প্ৰকাশ?
1) দৰ্প
2) .ৰহস্যভাৱ
3) জন্মান্তৰবাদত
Ans: .ৰহস্যভাৱ
১১। অলকানন্দা পুথি খন নলিনীবালা দেৱীয়ে কিমান চনত ৰচানা কৰিছিল?
1) ১৯৫২
2) ১৯৬৮
3) ১৯৬৯
Ans: ১৯৬৮
১২। নলিনীবালা দেৱীৰ কিমান চনত মৃত্যু হ'য়?
1) ১৯৭৭ চনৰ ২৮ ডিচেম্বৰত
2) ১৯৯৮ চনৰ ১৪ ডিচেম্বৰত
3) ১৯৭৭ চনত ২৪ ডিচেম্বৰত
Ans: ১৯৭৭ চনত ২৪ ডিচেম্বৰত
১৩। নলিনীবালা দেৱীয়ে ৰচনা কবিতা পুথি কেইখন?
1) ৫ খন
2) ৬ খন
3) ৭ খন
Ans: ৬ খন
১৪। 'আমাৰ ভাৰতী আই' কবিতাটিৰ পৰা কিহৰ প্ৰকাশ পাইছে?
1) দেশপ্ৰেমৰ
2) ভাতৃত্ববোধৰ
3) প্ৰসবিনী
Ans: দেশপ্ৰেমৰ
১৫। তনৰ কোনটো নলিনীবালা দেৱীৰ এটি উল্লেখযোগ্য কবিতা?
1) পৰমতৃষ্ণা
2) সন্ধিয়াৰ সুৰ
3) অলকানন্দা
Ans: পৰমতৃষ্ণা
Type Susmita Kakati
0 Comments