লক্ষ্মীনাথ

১। লক্ষ্মীনাথ কবিতাটি কোনে লিখিছিল?

1) লক্ষ্মীনাথ বেজবৰুৱা দেৱে

2) অতুল চন্দ্ৰ বেজবৰুৱা দেৱে

3) আনন্দ চন্দ্ৰ আগৰৱালা দেৱে

Ans:অতুল চন্দ্ৰ বেজবৰুৱা দেৱে 

২। জুনুকা নামৰ শিশু সাহিত্য কবিতাপুথি খন কোনে ৰচনা কৰি থৈ গৈছে?

1) লক্ষ্মীনাথ বেজবৰুৱা দেৱে

2) অতুল চন্দ্ৰ বেজবৰুৱা দেৱে

3) ওপৰৰ এটাও নহয়

Ans: লক্ষ্মীনাথ বেজবৰুৱা দেৱে

৩। জ্যোতিপ্ৰসাদ আগৰবালাই নিৰ্মান কৰা প্ৰথম কথাছবি খনৰ নাম কি?

1) গজপুৰীয়া 

2) জয়মতী

3) বুঢ়ী আইৰ সাধু

Ans: জয়মতী

৪। লক্ষ্মীনাথ বেজবৰুৱাই শিশু সাহিত্য কথাছবি কেইখন ৰচনা কৰিছে?

1) ৮ খন

2) ১০ খন

3) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ এটাও নহয়

৫। কবি অতুল চন্দ্ৰ হাজৰিকাৰ 'লক্ষ্মীনাথ' এটি কি মূলক কবিতা?

1) প্ৰশস্তিমূলক

2) ডেকাধনি

3) কাহুদী

Ans: প্ৰশস্তিমূলক

৬। সদায় আমি কি হ'য় তাকিব লাগে?

1) স্বচ্ছ

2) দীপ্তিময়

3) ওপৰৰ গোটেই কেইটা

Ans: ওপৰৰ গোটেই কেইটা

৭। কবিয়ে কাক নীল আকাশৰ জুনৰ লগত তুলনা কৰিছে?

1) জ্যোতিপ্ৰসাদ আগৰৱালাক

2) লক্ষ্মীনাথ বেজবৰুৱাক

3) আনন্দ চন্দ্ৰ আগৰৱালা

Ans:লক্ষ্মীনাথ বেজবৰুৱাক 

৮। "অ মোৰ আপোনাৰ দেশ" কবিতাটি কোনে লিখিছিল?

1) অতুল চন্দ্ৰ হাজৰীকাই

2) লক্ষ্মীনাথ বেজবৰুৱাই

3) জ্যোতিপ্ৰসাদ আগৰৱালাই

Ans: লক্ষ্মীনাথ বেজবৰুৱাই

৯। কোন আমাৰ সমাজত স্বচ্ছ আৰু দীপ্তিময় হৈ থাকিব?

1) লক্ষ্মীনাথ বেজবৰুৱা

2) জ্যোতিপ্ৰসাদ আগৰৱালা

3) ওপৰৰ গোটেই কেইটা

Ans: লক্ষ্মীনাথ বেজবৰুৱা

১০। জয়মতি নাটৰ এটা প্ৰধান চৰিত্ৰ কি?

1) ডালিমি

2)গদাপাণি

3) ওপৰৰ গোটেই কেইটা

Ans: গদাপাণি

Type Susmita Kakati