ডাংবৰলা কেঁচুৱা দৰ্শন

১। ডাংবৰলা কেঁচুৱা দৰ্শন কেইটা?

1) তিনিটা

2) চাৰিটা

3) পাচঁটা

Ans: তিনিটা

২। কাৰ আগত কথা কোৱা টান?

1) ৰজাৰ

2) মন্ত্ৰী

3) ওপৰৰ গোটেই কেইটা

Ans: ৰজাৰ

৩। কি শেষ কৰি ঘৰতেই থাকো?

1) ডাংবৰলাৰ

2) পঢ়া-শুণা

3) বিয়া পাতি

Ans: পঢ়া-শুণা

৪। পোনতে আইয়ে কেইখন বিয়া কৰাবলৈ দিছিল?

1) তিনিখন

2) চাৰি খন

3) কেইবাখন

Ans: কেইবাখন

৫। আবেলিৰ অলপ আগতে কোন ঘৰ পালেগৈ?

1) ডাঙৰ দা

2) মোমাইদেউৰ

3) বোপাটি

Ans: মোমাইদেউৰ

৬। কোনে বাহিৰতে বহি থকা মানুহ দুজনমানক কিবা কামৰ দিহা দিছে?

1) ডাংবৰলাই

2) বাইদেৱে

3) মোমাইদেৱে

Ans: মোমাইদেৱে

৭। সুমী এজনী কি ছোৱালী?

1) ভাল

2) ৰাংঢালী

3) ওপৰৰ গোটেই কেইটা

Ans:ৰাংঢালী 

৮। যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম কিমান চনত হ'য়?

1) ১৯০৯

2) ১৮৯২

3) ১৮৫৬

Ans: ১৮৯২

৯। যতীন্দ্ৰ নাথ দুৱাৰৰ কবিতা পুথি কেইখন?

1) ৪ খন

2) ৫ খন

3) ৬ খন

Ans: ৪ খন

১০। যতীন্দ্ৰ নাথ দুৱাৰাৰ কোন খন পুথি তেওঁৰ সাহিত্যৰ?

1) বনফুল

2) মৰমৰ সুৰ

3) ওমৰ তীৰ্থ

Ans: ওমৰ তীৰ্থ

১১। যতীন্দ্ৰ নাথ দুৱাৰে কিমান চনত স্কটিচচাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?

1) ১৯০৯

2) ১৯১৩

3) ১৯৩৭

Ans: ১৯১৩

১২। যতীন্দ্ৰ নাথ দুৱাৰাদেৱে  কোন কলেজত অধ্যপনা কৰিছিল?

1) কটন

2) কানৈ

3) মির্জা

Ans: কানৈ

১৩। বাটত আহোঁতে কোনে কিবা কিবি ভাবিছিলে?

1) ডাংবৰলাই

2) মোমাইদেউয়েই

3) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ এটাও নহয়

১৪। যতীন্দ্ৰ নাথ দুৱাৰ কিমান চনত ইহলীলা সম্বৰণ কৰে?

1) ১৯৬৮

2) ১৯৮৭

3) ১৯৬৭

Ans:১৯৬৮ 

১৫। অসমীয়া সাহিত্যত কিহৰ কবি হিচাপে যতীন্দ্ৰ নাথ দুৱাৰ বিখ্য়াত হ'য়?

1) মিলনৰ সুৰ

2) আপোন সুৰ

3) বনফুল

Ans: বনফুল

Type Susmita Kakati