৯ ইণ্টাৰনেটৰ তিতা-মিঠা |

1) দেউতাকে কুঁৱলীক কি উপহাৰ দিছিল?

(ক) মোবাইল

(খ) কম্পিউটাৰ

(গ) লেপটপ

উত্তৰঃ (খ) কম্পিউটাৰ

2) 'Internet' ক চমুকৈ কি বুলি কয়?

(ক) Inter

(খ) Networks

(গ) Net

উত্তৰঃ (গ) Net

3) কুঁৱলীয়ে প্ৰথম কালৈ ই-মেইল কৰিছিল?

(ক) শ্বেৰণলৈ

(খ) .তাইৰ বন্ধু-বান্ধবীলৈ

(গ) শ্বেৰণৰ দেউতাকলৈ

উত্তৰঃ (ক) শ্বেৰণলৈ

4)  পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

(ক) অসমৰ বাহিৰলৈ

(খ) জিলাৰ বাহিৰলৈ

(গ) ভাৰতৰ বাহিৰলৈ

উত্তৰঃ (গ) ভাৰতৰ বাহিৰলৈ

5)  প্ৰণয়ী দত্ত কিমান চনত পদাৰ্থবিজ্ঞানত অনাৰ্চসহ কটন কলেজৰ পৰা বি.এচ.চি. পাছ কৰে?

(ক) ১৯৭৫ চনত

(খ) ১৯৭৩ চনত

(গ) ১৯৭৭চনত

উত্তৰঃ (খ) ১৯৭৩ চনত

6)  'Vital information resources under seize' শব্দটোক চমুকৈ কি বুলি কয়?

(ক) CERN

(খ) Virus

(গ) Website

উত্তৰঃ (খ) Virus

7)  কম্পিউটাৰটোত ইণ্টাৰনেট সংযোগ কৰিব বুলি কুঁৱলীয়ে ক'ত শুনা পাইছিল?

(ক) মাক-দেউতাকে কোৱা শুনিছে

(খ) ভায়েকে কোৱা শুনিছে

(গ) টি.ভি.ত কোৱা শুনিছে

উত্তৰঃ (ক) মাক-দেউতাকে কোৱা শুনিছে

8) কম্পিউটাৰটো কুঁৱলীক কিয় দিছিল?

(ক) নৱমৰ পৰা দশমলৈ উৰ্ত্তীন হোৱাৰ বাবে

(খ) ম্ৰেটিকত উৰ্ত্তীন হোৱাৰ বাবে

(গ) অষ্টমৰ পৰা নৱমলৈ উৰ্ত্তান হোৱাৰ বাবে

উত্তৰঃ (ক) নৱমৰ পৰা দশমলৈ উৰ্ত্তীন হোৱাৰ বাবে

9)  ই-মেইলৰ সোৱাদত কুঁৱলী অভিভূত হৈ আৰু কিহৰ সোৱাদ ল'বলৈ তাই উদ্ৰগ্ৰীৱ হৈছিল?

(ক) গুগুলত প্ৰশ্ন সন্ধান কৰা

(খ) ভিডিঅ' কলিং কৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ভিডিঅ' কলিং কৰা

10)  কুঁৱলীয়ে ফুৰিবলৈ যোৱাৰ টিকট ক'ত কাটিছিল?

(ক) মোবাইলত

(খ) কম্পিউটাৰত

(গ) লেপটপত

উত্তৰঃ (খ) কম্পিউটাৰত

11)  কুঁৱলীৰ ভায়েকৰ নাম কি আছিল?

(ক) ৰঞ্জন

(খ) নিয়ৰ

(গ) পল

উত্তৰঃ (খ) নিয়ৰ

12)  কুঁৱলীৰ কম্পিউটাৰটোত ভাইৰাচ সোমাওঁতে কোন বাইদেউৰ ওচৰত গৈছিল?

(ক) দিপালী বাইদেউ

(খ) ৰশ্মি বাইদেউ

(গ) শ্বাবানা বাইদেউ

উত্তৰঃ (গ) শ্বাবানা বাইদেউ

13)  সৰ্বশক্তিৰ আধাৰ কি?

(ক) চন্দ্ৰ

(খ) সূৰ্য

(গ) তৰা

উত্তৰঃ (খ) সূৰ্য

14)  তড়িত শব্দৰ অৰ্থ কি?

(ক) বিজুলী

(খ) সীমা

(গ) পোহৰ

উত্তৰঃ (ক) বিজুলী

15)  ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান খবৰে উৰা-বাতৰি ৰূপ লৈ সমাজৰ ক্ষতি কৰা কথা কোন বাইদেউয়ে কৈছিল?

(ক) শ্বাবানা বাইদেউয়ে

(খ) ৰশ্মি বাইদেউয়ে

(গ) ময়ূৰী বাইদেউয়ে

উত্তৰঃ (গ) ময়ূৰী বাইদেউয়ে

16)  কিহে কুঁৱলীৰ পঢ়া-শুনাত ব্যাঘাত জন্মাইছিল?

(ক) কম্পিউটাৰে

(খ) ভায়েকে

(গ) গাঁওৰ ,সমাজে

উত্তৰঃ (ক) কম্পিউটাৰে

17)  কুঁৱলীৰ বান্ধবীৰ ভায়েকৰ নাম কি আছিল?

(ক) নিয়ৰ

(খ) পল

(গ) ৰঞ্জন

উত্তৰঃ (খ) পল

18)  উৰা-বাতৰি মানে কি?

(ক) গুজব

(খ) মলিহীন

(গ) উপযুক্ত

উত্তৰঃ (ক) গুজব

19)  কিহৰ বন্ধত কুৱলীহঁতে ফুৰিবলৈ যোৱাৰ সিন্ধান্ত লৈছিল?

(ক) পূজাৰ বন্ধত

(খ) গৰম বন্ধত

(গ) বিহুৰ বন্ধত

উত্তৰঃ (ক) পূজাৰ বন্ধত

20)  প্ৰণয়ী দত্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত কিমান স্থান অধিকাৰ কৰি উৰ্ত্তীন হৈছিল?

(ক) প্ৰথম স্থান

(খ) দ্বিতীয় স্থান

(গ) তৃতীয় স্থান

উত্তৰঃ (খ) দ্বিতীয় স্থান