প্ৰশস্তি

 ১) 'বিহগী কবি' বুলি কাক কোৱা হয়?

(ক) হেমচন্দ্ৰ গোস্বামীক

(খ) ৰঘুনাথ চৌধাৰীক

(গ) কৃষ্ণকান্ত সন্দিকৈক

উত্তৰঃ (খ) ৰঘুনাথ চৌধাৰীক

২)  প্ৰশস্তি কবিতাটোৰ ৰচক কোন?

(ক) ৰঘুনাথ চৌধাৰী

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (ক) ৰঘুনাথ চৌধাৰী

৩) ৰঘুনাথ চৌধাৰী ক'ত জন্ম হৈছিল?

(ক) শিৱসাগৰত জিলাত

(খ) নগাওঁ জিলাত

(গ) নলবাৰী জিলাত

উত্তৰঃ (গ) নলবাৰী জিলাত

৪) 'দহিকতৰা' গল্পখন কিমান চনত প্ৰকাশ পাইছিল?

(ক) ১৯১০ চনত

(খ) ১৯৩১ চনত

(গ) ১৯১৮ চনত

উত্তৰঃ (খ) ১৯৩১ চনত

৫) কিমান চনত ৰঘুনাথ চৌধাৰী 'অসম সাহিত্য সভা'ৰ অধিৱেশনৰ সভাপতি আছিল?

(ক) ১৯৩৫ চনত

(খ) ১৯৫৫ চনত

(গ) ১৯৪৭ চনত

উত্তৰঃ (ক) ১৯৩৫ চনত

৬)  ঊষা শব্দৰ অৰ্থ কি?

(ক) ফুল

(খ) সুৰ

(গ) সূৰ্য

উত্তৰঃ (গ) সূৰ্য

৭)  ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি আছিল?

(ক) ভোলানাথ চৌধ

(খ) ভোলাৰাম চৌধাৰী

(গ)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ভোলানাথ চৌধাৰী

৮)  ৰঘুনাথ চৌধাৰীয়ে লিখা এখন গল্পৰ নাম লিখা।

(ক) কেতেকী

(খ) সুৰভী

(গ) জয়ন্তী

উত্তৰঃ (ক) কেতেকী

৯)  প্ৰথম স্তৰত লিখা কবিতাবোৰ কোনখন পুথিত সন্নিবিষ্ট হৈছে?

(ক) মনাই বৰাগী পুথিত

(খ) কাৰবালা পুথিত

(গ) সাদৰী পুথিত
 
উত্তৰঃ (গ) সাদৰী পুথিত

১০)  ৰঘুনাথ চৌধাৰীৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৬৮ চনত

(খ) ১৮৭৯ চনত

(গ) ১৮৯৮ চনত

উত্তৰঃ  (খ) ১৮৭৯ চনত

১১)  ৰঘুনাথ চৌধাৰী গুৱাহাটীৰ পৰা প্ৰকাশিত কোনখন কাকতৰ সহকাৰী সম্পাদক আছিল?

(ক) নিয়মীয়া বাৰ্তা

(খ) জোনাকী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) জোনাকী

১২) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?

(ক) ৰবাব

(খ) ৰজনীগন্ধা

(গ) তগৰ

উত্তৰঃ  (ক) ৰবাব

১৩) প্ৰশস্তি শব্দৰ অৰ্থ কি?

(ক) সুগন্ধ

(খ) ত্যাগ কৰা

(গ) আৰাধনা

উত্তৰঃ (গ) আৰাধনা

১৪)  ১৯১৮ চনত কোনখন গল্প প্ৰকাশ পাইছিল?

(ক) দহিকতৰা

(খ) কাৰবালা

(গ) কেতেকী

উত্তৰঃ (গ) কেতেকী

১৫)  জল, স্থল, আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছিল?

(ক) পাতালত

(খ) অন্তৰীক্ষত

(গ) আকাশ

উত্তৰঃ (খ) অন্তৰীক্ষত

১৬) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

(ক) মোহন কীচক বেণুয়ে

(খ) মানুহে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) মোহন কীচক বেণুয়ে

 ১৭)  মহামহিম শব্দৰ অৰ্থ কি?

(ক) পুৰোহিত

(খ) মন-প্ৰাণ হৰি নিয়া

(গ) বৰ মান্য

উত্তৰঃ (গ) বৰ মান্য

১৮) মৰণোত্তৰ কালত কি কবিতা প্ৰকাশ পাই?

(ক) মনাই বৰাগী

(খ) পাচতীয়া 

(গ) নৱমল্লিকা

উত্তৰঃ (ক) মনাই বৰাগী

১৯)  কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি কি কৰিবলৈ কৈছে?

(ক) ভ্ৰমণ কৰিবলৈ কৈছে

(খ) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে

(গ) শিল্পী হ'বলৈ কৈছে

উত্তৰঃ (খ) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে

২০)  মুক্তি শব্দৰ সমাৰ্থক শব্দ কি?

(ক) আবদ্ধ

(খ) মুকলি

(গ) আন্ধাৰ

উত্তৰঃ (খ) মুকলি

২১). 'বিহগী কবি' বুলি কাক কোৱা হয়?

(ক) হেমচন্দ্ৰ গোস্বামী

(খ) ৰঘুনাথ চৌধাৰী

(গ) লক্ষ্মীনাথ বেজবৰুৱা

(ঘ) নবকান্ত বৰুৱা

উত্তৰঃ (খ) ৰঘুনাথ চৌধাৰী

২২). 'প্ৰশস্তি' কবিতাটোৰ ৰচক কোন?

(ক) ৰঘুনাথ চৌধাৰী

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) জ্যোতিপ্ৰসাদ আগৰৱালা

(ঘ) অম্বিকাগিৰি ৰায়চৌধুৰী

উত্তৰঃ (ক) ৰঘুনাথ চৌধাৰী

২৩). ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?

(ক) যোৰহাট

(খ) লাউপাৰা, নলবাৰী

(গ) শিৱসাগৰ

(ঘ) তেজপুৰ

উত্তৰঃ (খ) লাউপাৰা, নলবাৰী

২৪). ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৮৭৯ চনত

(খ) ১৮৮৫ চনত

(গ) ১৮৬৯ চনত

(ঘ) ১৮৯০ চনত

উত্তৰঃ (ক) ১৮৭৯ চনত

২৫). 'প্ৰশস্তি' পাঠটো কি ধৰণৰ সাহিত্য?

(ক) গল্প

(খ) কবিতা

(গ) নাটক

(ঘ) উপন্যাস

উত্তৰঃ (খ) কবিতা

২৬). কবিয়ে কিহৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে?

(ক) ধনৰ

(খ) সুন্দৰৰ

(গ) ক্ষমতাৰ

(ঘ) যুদ্ধৰ

উত্তৰঃ (খ) সুন্দৰৰ

২৭). কবিতাটোৰ মূল বিষয় কি?

(ক) যুদ্ধ

(খ) প্ৰকৃতি আৰু সুন্দৰৰ আৰাধনা

(গ) বিজ্ঞান

(ঘ) বাণিজ্য

উত্তৰঃ (খ) প্ৰকৃতি আৰু সুন্দৰৰ আৰাধনা

২৮). মন্দিৰৰ উপেক্ষিত কোন ফুলৰ কথা কবিয়ে উল্লেখ কৰিছে?

(ক) গোলাপ

(খ) শেৱালি

(গ) বনফুল

(ঘ) পদুম

উত্তৰঃ (গ) বনফুল

২৯). কবিৰ মতে প্ৰকৃতিক কোনে সাদৰি আনিছে?

(ক) বতাহে

(খ) নতুন কুঁহিপাতে

(গ) বৰষুণে

(ঘ) সূৰ্যই

উত্তৰঃ (খ) নতুন কুঁহিপাতে

৩০)  'প্ৰশস্তি' শব্দৰ অৰ্থ কি?

(ক) নিন্দা

(খ) আৰাধনা বা গুণানুকীৰ্তন

(গ) যুদ্ধ

(ঘ) বিদায়

উত্তৰঃ (খ) আৰাধনা বা গুণানুকীৰ্তন

৩১). কবিয়ে কিহৰ পৰা জাগি উঠিবলৈ কৈছে?

(ক) মোহ-তন্দ্ৰাৰ পৰা

(খ) দুখৰ পৰা

(গ) দৰিদ্ৰতাৰ পৰা

(ঘ) নিদ্ৰাৰ পৰা

উত্তৰঃ (ক) মোহ-তন্দ্ৰাৰ পৰা

৩২). 'প্ৰশস্তি' কবিতাত কিহৰ সৌন্দৰ্য বৰ্ণনা কৰা হৈছে?

(ক) নগৰৰ

(খ) প্ৰকৃতিৰ

(গ) যুদ্ধক্ষেত্ৰৰ

(ঘ) বজাৰৰ

উত্তৰঃ (খ) প্ৰকৃতিৰ

৩৩). ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' কিয় কোৱা হয়?

(ক) চৰাই-চিৰিকটি বিষয়ক বহু কবিতা লিখাৰ বাবে

(খ) বিজ্ঞানৰ ওপৰত লিখাৰ বাবে

(গ) নাটক লিখাৰ বাবে

(ঘ) ভ্ৰমণ কাহিনী লিখাৰ বাবে

উত্তৰঃ (ক) চৰাই-চিৰিকটি বিষয়ক বহু কবিতা লিখাৰ বাবে

৩৪). 'প্ৰশস্তি' কবিতাই কি শিক্ষা দিয়ে?

(ক) হিংসা

(খ) প্ৰকৃতি প্ৰেম আৰু আধ্যাত্মিক চেতনা

(গ) যুদ্ধ

(ঘ) ধন সঞ্চয়

উত্তৰঃ (খ) প্ৰকৃতি প্ৰেম আৰু আধ্যাত্মিক চেতনা