Class 12 Advance Assamese
Chapter 1 গোট - 4
আমাৰ চাৰ
1. আমাৰ চাৰ গল্পটো কোনে লিখিছিল ?
ক) প্ৰসন্নলাল চৌধুৰী
খ) যোগেশ দাস
গ) জ্যোতিপ্ৰসাত আগৰৱালা
উত্তৰঃ খ) যোগেশ দাস
2. তেখেতৰ জন্ম কিমান চনত হৈছিল ?
ক) ১৯৩৪ চনত
খ) ১৯২৩ চনত
গ) ১৯২৩ চনত
উত্তৰ: গ) ১৯২৩ চনত
3. তেখেতৰ ক'ত জন্ম হৈছিল ?
ক) ডুমডুমাৰ হাঁহচৰা বাগিচাত
খ) তেজপুৰ
গ) গুৱাহাটী
উত্তৰ : ক) ডুমডুমাৰ হাঁহচৰা বাগিচাত
4. কিমান চনত তেওঁ এম এ ডিগ্ৰী লাভ কৰে ?
ক) ১৯৫৬ চনত
খ) ১৯৬৪ চনত
গ) ১৯৫৯ চনত
উত্তৰ : গ) ১৯৫৯ চনত
5. ডুমডমুা হাইস্কুলত শিক্ষকতা কৰি কোনে চাকৰি জীৱনৰ পাতনি মেলে ?
ক) যোগেশ দাসে
খ) হেমচন্দ্ৰ বৰুৱা
গ) আনন্দচন্দ্ৰ আগৰৱালা
উত্তৰ: ক) যোগেশ দাসে
6. কিমান চনত তেওঁ গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয ?
ক) ১৯৫১ চনত
খ) ১৯৫২ চনত
গ) ১৯৫৩ চনত
উত্তৰ : গ) ১৯৫৩ চনত
7. তেখেত নতুন অসমীয়া কাকতৰ কি আছিল ?
ক) সদস্য
খ) উপ-সম্পাদক
গ) এটাও নহয়
উত্তৰ : খ) উপ-সম্পাদক
8. অসম সাহিত্য সভাৰ এক-পঞ্চশতম অধিৱেশনত তেখেত কি আছিল ?
ক) সদস্য
খ) উপ-সভাপতি
গ) সভাপতি
উত্তৰ : গ) সভাপতি
9. সাহিত্য চৰ্চাৰ স্বীকৃতি হিচাপে তেওঁ বহুতো কিহেৰে সন্মানিত হৈছিল ?
ক) বঁটাৰে
খ) সন্মানেৰে
গ) এটাও নহয়
উত্তৰ : ক) বঁটাৰে
10. যোগেশ দাসে বহুতো উপন্যাস আৰু কি ৰচনা কৰি থৈ গৈছে ?
ক) গ্ৰন্থ
খ) গল্প
গ) নাটক
উত্তৰ : খ) গল্প
11. দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা কোনখন উল্লেখযোগ্য উপন্যাস ?
ক) ডাৱৰ আৰু নাই
খ) ৰাম বিজয়
গ) এটাও নহয়
উত্তৰ: ক) ডাৱৰ আৰু নাই
12. পৃথিৱীৰ অসুখ গল্প সংকলনখনৰ বাবে তেওঁ কিমান চনত সাহিত্য অকাদমী বঁটা লাভ কৰে ?
ক) ১৯৫৬ চনত
খ) ১৯৭০ চনত
গ) ১৯৮০ চনত
উত্তৰ : গ) ১৯৮০ চনত
13. কিমান চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ?
ক) ১৯৯৬ চনত
খ) ১৯৯৪ চনত
গ) ১৯৪৫ চনত
উত্তৰ: খ) ১৯৯৪ চনত
14. কিমান চনত তেওঁ ইহলীলা সম্বৰণ কৰে ?
ক) ১৯৫৬ চনত
খ) ১৯৯৬ চনত
গ) ১৯৯৯ চনত
উত্তৰ : গ) ১৯৯৯ চনত
15. "তাই একো নেজানে ছাৰ নিচেই সৰু হৈ আছে" এই কথাষাৰ কোনে কৈছিল ?
ক) পদ্মেশ্বৰে কৈছিল
খ) হেমন্তৰে কৈছিল
গ) প্ৰফেছাৰে কৈছিল
উত্তৰ : ক) পদ্মেশ্বৰে কৈছিল
16. ছাৰে কত বিয়া খাব যোৱাৰ কথা আছিল ?
ক) নগাঁওত
খ) শিৱসাগৰত
গ) যোৰহাতত
উত্তৰ: গ) যোৰহাতত
17. কাৰ বিয়া আছিল ?
ক) মিনুৰ
খ) ইষাৰ
গ) হেমন্তৰ
উত্তৰ :ক) মিনুৰ
18. কাৰ জীয়েকৰ বিয়া আছিল ?
ক) পদ্মেশ্বৰৰ
খ) হাজৰাৰ
গ) হেমন্তৰ
উত্তৰ : ক) পদ্মেশ্বৰৰ
19. ছাৰৰ চাইকেলখন কোনে নোকোৱাকৈ লৈ গৈছিল?
ক) হেমন্তই
খ) পদ্মেশ্বৰে
গ) হাজৰাই
উত্তৰ : গ) হাজৰাই
20. ছাৰে কি খাই ভাল পাইছিল ?
ক) চাহ
খ) তামোল
গ) কফি
উত্তৰ: খ) তামোল