Class 12 Advance Assamese

Chapter 1 গোট - 4

আমাৰ চাৰ


1. আমাৰ চাৰ গল্পটো কোনে লিখিছিল ?

ক) প্ৰসন্নলাল চৌধুৰী

খ) যোগেশ দাস

গ) জ্যোতিপ্ৰসাত আগৰৱালা

উত্তৰঃ খ) যোগেশ দাস

 2. তেখেতৰ জন্ম কিমান চনত হৈছিল ?

ক) ১৯৩৪ চনত

খ) ১৯২৩ চনত

গ) ১৯২৩ চনত

উত্তৰ: গ) ১৯২৩ চনত 

3. তেখেতৰ ক'ত জন্ম হৈছিল ?

ক) ডুমডুমাৰ হাঁহচৰা বাগিচাত

খ) তেজপুৰ

গ) গুৱাহাটী

উত্তৰ : ক) ডুমডুমাৰ হাঁহচৰা বাগিচাত

4. কিমান চনত তেওঁ এম এ ডিগ্ৰী লাভ কৰে ?

ক) ১৯৫৬ চনত

খ) ১৯৬৪ চনত

গ) ১৯৫৯ চনত

উত্তৰ : গ) ১৯৫৯ চনত

5. ডুমডমুা হাইস্কুলত শিক্ষকতা কৰি কোনে চাকৰি জীৱনৰ পাতনি মেলে ?

ক) যোগেশ দাসে

খ) হেমচন্দ্ৰ বৰুৱা

গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰ: ক) যোগেশ দাসে

6. কিমান চনত তেওঁ গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয ?

ক) ১৯৫১ চনত

খ) ১৯৫২ চনত

গ) ১৯৫৩ চনত

উত্তৰ : গ) ১৯৫৩ চনত

7. তেখেত নতুন অসমীয়া কাকতৰ কি আছিল ?

ক) সদস্য

খ) উপ-সম্পাদক

গ) এটাও নহয়

উত্তৰ : খ) উপ-সম্পাদক

8. অসম সাহিত্য সভাৰ এক-পঞ্চশতম অধিৱেশনত তেখেত কি আছিল ?

ক) সদস্য

খ) উপ-সভাপতি

গ) সভাপতি

উত্তৰ : গ) সভাপতি

9. সাহিত্য চৰ্চাৰ স্বীকৃতি হিচাপে তেওঁ বহুতো কিহেৰে সন্মানিত হৈছিল ?

ক) বঁটাৰে 

খ) সন্মানেৰে

গ) এটাও নহয়

উত্তৰ : ক) বঁটাৰে 

10. যোগেশ দাসে বহুতো উপন্যাস আৰু কি ৰচনা কৰি থৈ গৈছে ?

ক) গ্ৰন্থ

খ) গল্প

গ) নাটক

উত্তৰ খ) গল্প

11. দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা কোনখন উল্লেখযোগ্য উপন্যাস ?

ক) ডাৱৰ আৰু নাই

খ) ৰাম বিজয়

গ) এটাও নহয়

উত্তৰ: ক) ডাৱৰ আৰু নাই

12. পৃথিৱীৰ অসুখ গল্প সংকলনখনৰ বাবে তেওঁ কিমান চনত সাহিত্য অকাদমী বঁটা লাভ কৰে ?

ক) ১৯৫৬ চনত

খ) ১৯৭০ চনত

গ) ১৯৮০ চনত

উত্তৰ : গ) ১৯৮০ চনত

13. কিমান চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ?

ক) ১৯৯৬ চনত

খ) ১৯৯৪ চনত

গ) ১৯৪৫ চনত

উত্তৰ: খ) ১৯৯৪ চনত

14. কিমান চনত তেওঁ  ইহলীলা সম্বৰণ কৰে ?

ক) ১৯৫৬ চনত

খ) ১৯৯৬ চনত

গ) ১৯৯৯ চনত

উত্তৰ : গ) ১৯৯৯ চনত

15. "তাই একো নেজানে ছাৰ নিচেই সৰু হৈ আছে" এই কথাষাৰ কোনে কৈছিল ? 

ক) পদ্মেশ্বৰে কৈছিল

খ) হেমন্তৰে কৈছিল

গ) প্ৰফেছাৰে কৈছিল

উত্তৰ : ক) পদ্মেশ্বৰে কৈছিল

16. ছাৰে কত বিয়া খাব যোৱাৰ কথা আছিল ?

ক) নগাঁওত

খ) শিৱসাগৰত

গ) যোৰহাতত

উত্তৰ: গ) যোৰহাতত

17. কাৰ বিয়া আছিল ?

ক) মিনুৰ

খ) ইষাৰ

গ) হেমন্তৰ

উত্তৰ :ক) মিনুৰ

18. কাৰ জীয়েকৰ বিয়া আছিল ?

ক) পদ্মেশ্বৰৰ

খ) হাজৰাৰ

গ) হেমন্তৰ

উত্তৰ : ক) পদ্মেশ্বৰৰ

19. ছাৰৰ চাইকেলখন কোনে নোকোৱাকৈ লৈ গৈছিল?

ক) হেমন্তই

খ) পদ্মেশ্বৰে

গ) হাজৰাই

উত্তৰ : গ) হাজৰাই

20. ছাৰে কি খাই ভাল পাইছিল ?

ক) চাহ

খ) তামোল

গ) কফি

উত্তৰ: খ) তামোল