Class 12 Advance Assamese MCQ

Chapter 3 গোট - ১

ই যে অগ্নি -বীণাৰ তান


1. ই যে অগ্নি -বীণাৰ তান কবিতাতো কোনে ৰচিছিল ?

ক) হেমচন্দ্ৰ গোস্বামী

খ) অম্বিকাগিৰী ৰায়চৌধুৰী

গ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ : ক) অম্বিকাগিৰী ৰায়চৌধুখৰী

2. অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত জন্ম হৈছিল ?

ক) ১৮৮৫

খ) ১৮৭৬

গ) ১৮৫৮

উত্তৰঃ ক) ১৮৮৫

3. অনল শব্দৰ অৰ্থ কি ?

ক) জুই

খ) অমৃত

গ) বিষ

উত্তৰঃ ক) জুই

4. অম্বিকাগিৰী ৰায়চৌধুৰী ক'ত জন্ম হৈছিল ?

ক) পলাশবাৰীত

খ) বৰপেটা

গ) তেজপুৰ

উত্তৰঃ খ) বৰপেটা

5. তেওঁ একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ আৰু কি আছিল?

ক) সাহিত্য

খ) সাধুকাৰ

গ) এটাও নহয়

উত্তৰঃ গ) এটাও নহয়

6. সমুদ্ৰ মন্থনত ওলোৱা বিষক কি বুলি জনা যায়?

ক) হলাহল

খ) সুধা

গ) মৰ্দিত

উত্তৰঃ ক) হলাহল

7. ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা ৰায়চৌধুৰীৰ কবিতা আৰু গীতত কি সুৰৰ প্ৰকাশ দেখা যায় ?

ক) দুটি সুৰৰ

খ) এটি সুৰৰ

গ) প্ৰতিমা সুৰৰ

উত্তৰঃ ক) দুটি সুৰৰ

8. ৰায়চৌধুৰীৰ ভাষা আৰু ছন্দৰ এটা কি বৈশিষ্ট্য আছে ?

ক) বেদনাৰ উল্কা

খ) নিজস্ব

গ) চেতনা

উত্তৰঃ খ) নিজস্ব

9. অম্বিকাগিৰী ৰায়চৌধৰীৰ কবিতা আৰু গীতৰ সুৰ দুটা হল-ৰহস্যবাদী প্ৰেমৰ সুৰ আৰু গভীৰ স্বদেশপ্ৰেমৰ সুৰ। সচাঁ নে মিচা।

ক) সচাঁ

খ) মিছা

উত্তৰঃ ক) সচাঁ

10. তেওঁৰ প্ৰকাশিত কবিতা পুথিকেইখন ?

ক) সাতখন

খ) আঠখন

গ) তিনিখন

উত্তৰঃ ক) সাতখন

11. কেইখন আলোচনী তেওঁ সম্পাদনা কৰিছিল ?

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন

12. সাহিত্যজগতত অম্বিকাগিৰী ৰায়চৌধৰীক অসমকেশৰী নামেৰে জনা যায়। শুদ্ধ নে অশুদ্ধ-

ক) শুদ্ধ

খ)  অশুদ্ধ

উত্তৰঃ ক) শুদ্ধ

13. অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি হিচাপে জনা যায় ?

ক) অসম কেশৰী

খ) গীতিকাৰ

গ) প্ৰবন্ধকাৰ

উত্তৰঃ ক) অসম কেশৰী

14. তেওঁ কিমান চনত একবিংশতিতম অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ?

ক) ১৯৪০

খ) ১৯৫০

খ) ১৯৪৫

উত্তৰঃ খ) ১৯৫০

15. অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৭৬

খ) ১৯৮৭

গ) ১৯৬৭

উত্তৰঃ গ) ১৯৬৭

16. মৃত্যু পিছত কিহৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

ক) বেদনাৰ উল্কা'ৰ

খ) অনুভূতিৰ

গ) বীণাৰ

উত্তৰঃ ক) বেদনাৰ উল্কা'ৰ

17. অনল শব্দ অৰ্থ কি ?

ক) সুখ

খ) জুই

গ) দুখ

উত্তৰঃ খ) জুই

18. নিনাদ শব্দ অৰ্থ কি ?

ক) শব্দ

খ) অৰ্থ

গ) জুই

উত্তৰঃ ক) শব্দ

19. ডেকা অসম আলোচনীখন অম্বিকাগিৰী ৰায়চৌধৰীয়ে সম্পাদন কৰিছিল- সচাঁ নে মিছা ?

ক) সচাঁ

খ) মিছা

উত্তৰঃ ক) সচাঁ

20. সুধা শব্দ অৰ্থ কি ?

ক) অমৃত

খ) শাওন

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) অমৃত