Class 12 Advance Assamese MCQ

Chapter 7 গোট - ২

মাধৱদেৱ


1. মাধৱদেৱ গদ্যটো কোনে লিখিছিল ?

ক)লক্ষ্মীনাথ বেজবৰুৱা

খ) আনন্দচন্দ্ৰ বৰুৱা

গ) লক্ষ্মীধৰ শৰ্মা

উত্তৰঃ গ) লক্ষ্মীধৰ শৰ্মা


2. মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল ?

ক) ১৮৩৪

খ) ১৮৯৭

গ) ১৮৬৭

উত্তৰঃ খ) ১৮৯৭


3. ইৰোপীয় নৱযোগ আৰু ভাৰতীয় নৱযুগৰ ভিতৰত পাৰ্থক্য আছেনে ?

ক) আছে

খ) নাই

উত্তৰঃ ক) আছে।


4. তেখেতৰ ক'ত জন্ম হৈছিল ?

ক) শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত ভীৰ গাঁৱত

খ) বৰদোৱা

গ) তেজপুৰ

উত্তৰঃ ক) শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত ভীৰ গাঁৱত


5. কিমান চনত গুৱাহাটৰ কটন কলেজিয়েট স্কুলৰ পৰা লক্ষ্মীধৰ শৰ্মাই অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?  

ক) ১৯১৭ চনত

খ) ১৯২৭ চনত

গ) ১৯১৬ চনত

উত্তৰঃ গ) ১৯১৬ চনত


6. তেখেতে কটন কলেজৰ পৰা কিমান চনত বি এ পাছ কৰে ?

ক) ১৯১০ চনত

খ) ১৯২০ চনত

গ) ১৯৩০ চনত

উত্তৰঃ খ) ১৯২০ চনত


7. কলিকতালৈ গৈ কিমান চনত তেখেতে ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত প্ৰথম হয় ?

ক) ১৯৪৫ চনত

খ) ১৯২৪ চনত

গ) ১৯৮৭ চনত

উত্তৰঃ খ) ১৯২৪ চনত


8. তেখেতে প্ৰথমে গুৱাহাটী আৰু পিছত ক'ত ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰে ?

ক) ডিব্ৰুগৰ

খ) শোণিতপুৰ

গ) তেজপুৰ

উত্তৰঃ গ) তেজপুৰ


9. অসমীয়া ভাষাৰ গৌৰৱ কি ?

ক) সাহিত্য

খ) ৰছনা

গ) গল্প

উত্তৰঃ ক) সাহিত্য


10. দেশপ্ৰাণ কোনে স্বাধীনতা সংগ্ৰামী আৰু প্ৰগতিশীল লেখক আছিল ?

ক) লক্ষ্মীধৰ শৰ্মা

খ) হেমচন্দ্ৰ বৰুৱা

গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ ক) লক্ষ্মীধৰ শৰ্মা


11. গল্প, নাটক আৰু তত্ত্বগধুৰ প্ৰবন্ধ -পাতি ৰচনা কৰি তেওঁ অসমীয়া সাহিত্যৰ কি চহকী কৰাত বিশেষ অৰিহনা যোগাইছিল ?

ক) মানুহৰ মন

খ) ভঁৰাল

গ) এটাও নহয়

উত্তৰঃ খ) ভঁৰাল


12. জাতিৰ প্ৰিয়তকৈ প্ৰিয় বস্তু ভাষা হয়নে ?

ক) হয়

খ) নহয়

উত্তৰঃ ক) হয়


13. তেখেতৰ উল্লেখযোগ্য গন্থ কেইখন ?

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন


14. তেখেতৰ উল্লেখযোগ্য গল্প কেইখন ? 

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ ক) এখন


15. অনাগতৰ অভিশাপ কি ?

ক) এটা গল্প

খ) এখন নাটক

গ) এখন আত্মজীৱনী

উত্তৰঃ ক) এটা গল্প


16. তেখেতৰ কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৫৬ চনত

খ) ১৯৭৬ চনত

গ) ১৯৩৪ চনত

উত্তৰঃ গ) ১৯৩৪ চনত


17. তেখেতৰ ক'ত মৃত্যু হৈছিল ?

ক) শ্বিলঙ

খ) গুৱাহাটী

গ) তেজপুৰ

উত্তৰঃ ক) শ্বিলঙ


18. উদ্দীপনা শব্দ অৰ্থ কি ?

ক) বুদ্ধি বা মেধাৰ ক্ষমতা

খ) মনত আশাৰ ভাব জগাই দিয়া কাৰ্য

গ) এটাও নহয়

উত্তৰঃ খ) মনত আশাৰ ভাব জগাই দিয়া কাৰ্য


19. বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন ?

ক) মাধৱদেৱ

খ) শংকৰদেৱ

গ) বুদ্ধদেৱ

উত্তৰঃ খ) শংকৰদেৱ


20. শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল ?

ক) 1459

খ) 1449

গ) 1429

উত্তৰঃ খ) 1449