কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

Chapter 5

Class 12 Advance Assamese


1. কাঞ্চনজঙঘা বুৰঞ্জী কবিতাতো কোনে ৰচিছিল ?

ক) হেমচন্দ্ৰ গোস্বামী

খ) জ্যোতিপ্ৰসাদ আগৰৱালা

গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ খ) জ্যোতিপ্ৰসাদ আগৰৱালা

2. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল ?

ক) ১৯০৬

খ) ১৯০৩

গ) ১৮৬৭

উত্তৰঃ খ) ১৯০৩

3. জ্যোতিপ্ৰসাদ আৰগৱালা ক'ত জন্ম হৈছিল ?

ক) ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত

খ) তেজপুৰ

গ) যোৰহাত

উত্তৰঃ ক) ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত

4. জ্যেতিপ্ৰসাদ আগৰৱালাই উচ্চশিক্ষাৰ বাবে কলৈ গৈছিল-

ক) জাৰ্মানীলৈ

খ) ইংলণ্ডলৈ

গ) আমেৰিকালৈ

উত্তৰঃ খ) ইংলণ্ডলৈ

5. উচ্চ শিক্ষা লাভৰ বাবে কিমান চনত তেওঁ ইংলণ্ডলৈ যায় ?

ক) ১৯২৩

খ) ১৯৬৫

গ)১৯২৬

উত্তৰঃ  গ)১৯২৬

6. জ্যোতিপ্ৰসাদ আগৰৱালাই ইংলণ্ডৰ পৰা উভতি আহি কলৈ যায় ?

ক) জাৰ্মানীলৈ

খ) নগাঁওলৈ

গ) গুৱাহাটীলৈ

উত্তৰঃ ক) জাৰ্মানীলৈ

7. ভৱিষ্যতে গংগা বৈ থকাৰ দৰে কাঞ্চনজঙ্ঘাও বৈ থাকিব নে নাথাতকে ?

ক) থাকিব

খ) নাথাকে

উত্তৰঃ ক) থাকিব

8. কিমান চনত গণ-আন্দোলনত তেওঁ সত্ৰুিয়ভাৱে যোগদান কৰে ?

ক) ১৯৩২

খ) ১৮৯৫

গ) ১৯৪২

উত্তৰঃ গ) ১৯৪২  

9. অসমীয়া সাহিত্য-সংস্কৃতিলৈ জ্যোতিপ্ৰসাদৰ দান কি ?

ক) গীতিকাৰ

খ) বহুমুখী

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) বহুমুখী

10. অসমীয়া সংস্কৃতিৰ পূজাৰী কোন ?

ক) অম্বিকাগিৰী ৰায়চৌধৰী

খ) জ্যোতিপ্ৰসাদ আগৰৱালা

গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ খ) জ্যোতিপ্ৰসাদ আগৰৱালা

11. তেওঁ নাট্যকাৰ, কবি, গীতিকাৰ আৰু কি ?

ক) প্ৰবন্ধকাৰ

খ) সাহিত্য

গ) ওপৰৰ দুইটাই শুদ্ধ

উত্তৰঃ ক) প্ৰবন্ধকাৰ

12. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইখন নাট ৰচনা কৰিছিল ?

ক) ন খন

খ) দহ খন

গ) এঘাৰ খন

উত্তৰঃ ক) ন খন

13. জ্যেতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেনেকৈ হৈছিল-

ক) দুৰ্ঘটনা হৈ

খ) দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ

উত্তৰঃ খ) দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ

14. অসমীয়া সংস্কৃত পূজাৰী জ্যোতিপ্ৰসাদে কিমান চনত জয়মতী কথাছবি নিৰ্মাণ কৰিছিল ?

ক) ১৯২৩

খ) ১৮৫৪

গ) ১৯৩৫

উত্তৰঃ গ) ১৯৩৫

15. অসমীয়া সংস্কৃতিৰ পূজাৰী জ্যোতিপ্ৰসাদে কেইখন কথাছবি নিৰ্মাণ কৰিছিল ?

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন 

16. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৫১

খ) ১৯৫৪

গ) ১৯৩৪

উত্তৰঃ ক) ১৯৫১

17. স্বৰ্গত  নৃত্য কৰা অপ্সৰীক কি বুলি কোৱা হয়?

ক) অপ্সৰা

খ) শৈলবালা

গ) কিন্নৰী

উত্তৰঃ গ) কিন্নৰী

18. তুষাৰ শব্দ অৰ্থ কি ?

ক) উজ্জ্বলতা

খ) বৰফ

গ) ধৰ্ম

উত্তৰঃ খ) বৰফ

19. সলিলা শব্দ অৰ্থ কি ?

ক) নদী

খ) পাহাৰ

গ) পুখুৰী

উত্তৰঃ ক) নদী

20. কুসুম শব্দ অৰ্থ কি ?

ক) বতাহ

খ) ফুল

গ) পাহাৰ

উত্তৰঃ খ) ফুল