সামাজিক নৃতত্ত্ব

১. জি. পি. মাৰ্ডকে লিখা পুথিখনৰ নাম কি ?

ক)"Social Structure"

খ)"Elementary"

গ)"Decent of Man"

উত্তৰঃ ক)"Social Structure"

২. কৰ্তৃত্বৰ ভিত্তিত প্ৰাথমিক পৰিয়ালক কেইটা ভাগত ভাগ কৰে ?

ক)তিনিটা

খ)দুটা

গ)সাতটা

উত্তৰঃ খ)দুটা

৩. এজন পুৰুষ, তেওঁৰ একাধিক পত্নী আৰু ল'ৰা-ছোৱালীৰে গঠিত পৰিয়ালক কি পৰিয়াল বোলে ?

ক)একক পৰিয়াল

খ)যুগ্ম পৰিয়াল

গ)সংযুক্ত পৰিয়াল

উত্তৰঃ খ)যুগ্ম পৰিয়াল

৪. যুগ্ম পৰিয়াল কেই প্ৰকাৰৰ হ'ব পাৰে ?

ক)এক প্ৰকাৰৰ

খ)দুই প্ৰকাৰৰ

গ)তিনি প্ৰকাৰৰ

উত্তৰঃ গ)তিনি প্ৰকাৰৰ

৫. বহুপতিৰ  পৰিয়ালৰ উদাহৰণ হ'ল ?

ক)হেহে সমাজ

খ)মাৰকুৱেছাঁ সমাজ

গ)টোডা সমাজ

উত্তৰঃ গ)টোডা সমাজ

৬. এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালক কি পৰিয়াল বোলে ?

ক)সংযুক্ত পৰিয়াল

খ)যৌগিক পৰিয়াল

গ)বিস্তৃত পৰিয়াল

উত্তৰঃ ক)সংযুক্ত পৰিয়াল

৭. পৰিয়ালৰ আন এটা উল্লেখযোগ্য প্ৰকাৰ্য কি ?

ক)সম্প্ৰীতি

খ)গোত্ৰ

গ)প্ৰজনন

উত্তৰঃ গ)প্ৰজনন

৮. ছোটনাগপুৰ অঞ্চলৰ জনজাতি হো সকলৰ মাজত প্ৰত্যেক পৰিয়ালতে এখন কি থাকে ?

ক)আদিং

খ)নামঘৰ

গ)মন্দিৰ

উত্তৰঃ ক)আদিং

৯. বিবাহৰ ভিত্তিত পৰিয়াল সমূহৰ কেইটা ভাগত ভগাব পাৰি ?

ক)চাৰিটা

খ)এটা

গ)ছয়টা

উত্তৰঃ ক)চাৰিটা

১০. বিয়াৰ পিছত নৱ-দম্পতিয়ে দৰাৰ ঘৰত থাকিলে তাক কি নিৱাস বোলে ?

ক)মাতৃস্থানিক নিৱাস

খ)পিতৃস্থানিক নিৱাস

গ)মাতৃ-পিতৃস্থানিক নিৱাস

উত্তৰঃ খ)পিতৃস্থানিক নিৱাস

Answer Type - Boby Bora