পৰিস্থিতি বিজ্ঞান বা বাস্তৱ্য বিদ্যা

১. পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ কি ?

ক) Chlorophyll

খ)Photosynthesis

গ)Environment

উত্তৰঃ গ)Environment

২. পৰিৱেশৰ জড় উপাদান সমূহক কি বোলা হয় ?

ক)জৈৱিক

খ)অজৈৱিক

গ)মানৱ সৃষ্ট

উত্তৰঃ খ)অজৈৱিক

৩. বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান কিমান শতাংশ ?

ক) ৭৮.০৯

খ) ০.০৩

গ) ২০.৯৪

উত্তৰঃ গ) ২০.৯৪

৪. বায়ুমণ্ডলত আৰ্গন পৰিমান কিমান শতাংশ ?

ক)০.০২

খ)৭৮.০৯

গ) ০.৯৩

উত্তৰঃ গ) ০.৯৩

৫. সাগৰ-মহাসাগৰৰ পানীত কিমান শতাংশ ক্লৰাইড আছে ?

ক)৭৮

খ)১৩

গ)৯৮

উত্তৰঃ ক)৭৮

৬. কেডমিয়াম যুক্ত চাউল খোৱাৰ ফলত বহু লোক মাৰাত্মক ৰোগত আক্ৰান্ত সেই ৰোগবিধৰ কি বোলা হয় ?

ক)মিনামাটা

খ)ইটাই ইটাই

গ)কৰ্কট

উত্তৰঃ খ)ইটাই ইটাই

৭. মিথাইল মাৰ্কাৰি নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোক কি বোলে ?

ক)ইটাই ইটাই

খ)মিনামাটা

গ)কৰ্কট

উত্তৰঃ খ)মিনামাটা

৮. পৰিস্থিস্তি বিজ্ঞানক ইংৰাজী ভাষাত কি বোলে ?

ক)ঔকছ

খ)সমষ্টি

গ)'ইক'লজি'

উত্তৰঃ গ)'ইক'লজি'

৯. কিমান চনত ব্ৰিটিছ বিজ্ঞানী ড° এ, জি টেনচলিয়ে প্ৰথমে ইক'চিষ্টেমৰ নামকৰণ কৰিছিল ?

ক)১৯৯০

খ)১৯৪৫

গ)১৯৩৫

উত্তৰঃ গ)১৯৩৫

১০. পৰিস্থিতি তন্ত্ৰ এক কি তন্ত্ৰ ?

ক)গতিশীল

খ)স্থায়ী

গ)অস্থায়ী

উত্তৰঃ ক)গতিশীল

১১. পুখুৰীৰ পানীৰ ওপৰৰ তৰপটোক কি বোলে ?

ক)প্লৱক

খ)জু'প্লেংকটন

গ)উৎপাদক

উত্তৰঃ গ)উৎপাদক

১২. শেলাই জাতীয় উদ্ভিকবোকৰ কি বোলা হয় ?

ক)প্লৱক

খ)বেক্টেৰীয়া

গ)উৎপাদক

উত্তৰঃ ক)প্লৱক

১৩. জৈৱিক উৎপাদন কেই প্ৰকাৰৰ ?

ক)চাৰি

খ)দুই

গ)তিনি

উত্তৰঃ গ)তিনি

১৪. পৰিস্থিত তন্ত্ৰৰ সেউজীয়া উদ্ভিদক কি বোলা হয় ?

ক)প্ৰাথমিক

খ)উৎপাদক

গ)বিযোজক

উত্তৰঃ ক)প্ৰাথমিক

১৫. যিবোৰ প্ৰানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তাক কি বোলে ?

ক)অপঘটক

খ)উপভোক্তা

গ)প্লৱক

উত্তৰঃ খ)উপভোক্তা

১৬. এবিধ তৃণভোজী প্ৰাণীৰ নাম কি ?

ক)গৰু

খ)বাঘ

গ)সিংহ

উত্তৰঃ ক)গৰু

১৭. এবিধ বিয়োজকৰ নাম হ'ল ?

ক)ভেঁকুৰ

খ)শামুক

গ)শিয়াল

উত্তৰঃ ক)ভেঁকুৰ

১৮. এবিধ অজৈৱিক উপাদানৰ নাম হ'ল ?

ক)গছ

খ)পানী

গ)ছাগলী

উত্তৰঃ খ)পানী

১৯. বৰফেৰে নিৰ্মিত ঘৰক কি বোলে ?

ক)ইগলু

খ)ছাং ঘৰ

গ)পকা

উত্তৰঃ ক)ইগলু

২০. কিমান চনত জাপানৰ উপসাগৰৰ পানী প্ৰদূষণ হোৱাৰ ফলত বহু মানুহ মিনামাটা ৰোগত আক্ৰান্ত হৈছিল ?

ক)১৯৮৮

খ)১৯৫৫

গ)১৯৪৩

উত্তৰঃ ক)১৯৮৮

Answer Type - Boby Bora