পৰিস্থিতি বিজ্ঞান বা বাস্তৱ্য বিদ্যা
১. পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ কি ?
ক) Chlorophyll
খ)Photosynthesis
গ)Environment
উত্তৰঃ গ)Environment
২. পৰিৱেশৰ জড় উপাদান সমূহক কি বোলা হয় ?
ক)জৈৱিক
খ)অজৈৱিক
গ)মানৱ সৃষ্ট
উত্তৰঃ খ)অজৈৱিক
৩. বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান কিমান শতাংশ ?
ক) ৭৮.০৯
খ) ০.০৩
গ) ২০.৯৪
উত্তৰঃ গ) ২০.৯৪
৪. বায়ুমণ্ডলত আৰ্গন পৰিমান কিমান শতাংশ ?
ক)০.০২
খ)৭৮.০৯
গ) ০.৯৩
উত্তৰঃ গ) ০.৯৩
৫. সাগৰ-মহাসাগৰৰ পানীত কিমান শতাংশ ক্লৰাইড আছে ?
ক)৭৮
খ)১৩
গ)৯৮
উত্তৰঃ ক)৭৮
৬. কেডমিয়াম যুক্ত চাউল খোৱাৰ ফলত বহু লোক মাৰাত্মক ৰোগত আক্ৰান্ত সেই ৰোগবিধৰ কি বোলা হয় ?
ক)মিনামাটা
খ)ইটাই ইটাই
গ)কৰ্কট
উত্তৰঃ খ)ইটাই ইটাই
৭. মিথাইল মাৰ্কাৰি নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোক কি বোলে ?
ক)ইটাই ইটাই
খ)মিনামাটা
গ)কৰ্কট
উত্তৰঃ খ)মিনামাটা
৮. পৰিস্থিস্তি বিজ্ঞানক ইংৰাজী ভাষাত কি বোলে ?
ক)ঔকছ
খ)সমষ্টি
গ)'ইক'লজি'
উত্তৰঃ গ)'ইক'লজি'
৯. কিমান চনত ব্ৰিটিছ বিজ্ঞানী ড° এ, জি টেনচলিয়ে প্ৰথমে ইক'চিষ্টেমৰ নামকৰণ কৰিছিল ?
ক)১৯৯০
খ)১৯৪৫
গ)১৯৩৫
উত্তৰঃ গ)১৯৩৫
১০. পৰিস্থিতি তন্ত্ৰ এক কি তন্ত্ৰ ?
ক)গতিশীল
খ)স্থায়ী
গ)অস্থায়ী
উত্তৰঃ ক)গতিশীল
১১. পুখুৰীৰ পানীৰ ওপৰৰ তৰপটোক কি বোলে ?
ক)প্লৱক
খ)জু'প্লেংকটন
গ)উৎপাদক
উত্তৰঃ গ)উৎপাদক
১২. শেলাই জাতীয় উদ্ভিকবোকৰ কি বোলা হয় ?
ক)প্লৱক
খ)বেক্টেৰীয়া
গ)উৎপাদক
উত্তৰঃ ক)প্লৱক
১৩. জৈৱিক উৎপাদন কেই প্ৰকাৰৰ ?
ক)চাৰি
খ)দুই
গ)তিনি
উত্তৰঃ গ)তিনি
১৪. পৰিস্থিত তন্ত্ৰৰ সেউজীয়া উদ্ভিদক কি বোলা হয় ?
ক)প্ৰাথমিক
খ)উৎপাদক
গ)বিযোজক
উত্তৰঃ ক)প্ৰাথমিক
১৫. যিবোৰ প্ৰানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তাক কি বোলে ?
ক)অপঘটক
খ)উপভোক্তা
গ)প্লৱক
উত্তৰঃ খ)উপভোক্তা
১৬. এবিধ তৃণভোজী প্ৰাণীৰ নাম কি ?
ক)গৰু
খ)বাঘ
গ)সিংহ
উত্তৰঃ ক)গৰু
১৭. এবিধ বিয়োজকৰ নাম হ'ল ?
ক)ভেঁকুৰ
খ)শামুক
গ)শিয়াল
উত্তৰঃ ক)ভেঁকুৰ
১৮. এবিধ অজৈৱিক উপাদানৰ নাম হ'ল ?
ক)গছ
খ)পানী
গ)ছাগলী
উত্তৰঃ খ)পানী
১৯. বৰফেৰে নিৰ্মিত ঘৰক কি বোলে ?
ক)ইগলু
খ)ছাং ঘৰ
গ)পকা
উত্তৰঃ ক)ইগলু
২০. কিমান চনত জাপানৰ উপসাগৰৰ পানী প্ৰদূষণ হোৱাৰ ফলত বহু মানুহ মিনামাটা ৰোগত আক্ৰান্ত হৈছিল ?
ক)১৯৮৮
খ)১৯৫৫
গ)১৯৪৩
উত্তৰঃ ক)১৯৮৮
Answer Type - Boby Bora
0 Comments