নৃগোষ্ঠী বৰ্ণনাতত্ত্ব
১. উত্তৰ-পূৱ ভাৰতক কেই ভনী ৰাজ্য বুলি কোৱা হয় ?
ক)সাতভনী
খ)আঠভনী
গ)বাৰভনী
উত্তৰঃ ক)সাতভনী
২. অসমত বাস কৰা তলৰ কোনটো জনজাতি ?
ক)খাছি
খ)মিজো
গ)কাৰ্বি
উত্তৰঃ গ)কাৰ্বি
৩. ত্ৰিপুৰাত বাস কৰা তলৰ কোনটো জনজাতি ?
ক)লেপচা
খ)ৰিংয়া
গ)কছাৰী
উত্তৰঃ খ)ৰিংয়া
৪. মেঘালয় ৰাজ্যৰ কোন পশ্চিম অঞ্চলত কোন জাতি বাসভূমি ?
ক)মেইটে
খ)অঁকা
গ)গাৰো
উত্তৰঃ গ)গাৰো
৫. আচিক মানে কি ?
ক)পাহাৰ
খ)মানুহ
গ)সাজপাৰ
উত্তৰঃ ক)পাহাৰ
৬. মান্দে মানে কি ?
ক) মানুহ
খ)অলংকাৰ
গ)পাহাৰ
উত্তৰঃ ক) মানুহ
৭. আচিক আৰু মান্দে দুয়োটাৰে অৰ্থ কি ?
ক)বাবুচী
খ)গানা ৰেখিং
গ)পাহাৰৰ মানুহ
উত্তৰঃ গ)পাহাৰৰ মানুহ
৮. গাৰোসকলে ক'ত বাস কৰে ?
ক)চাং ঘৰ
খ)পকা ঘৰ
গ)খেৰ ঘৰ
উত্তৰঃ ক)চাং ঘৰ
৯. চাঙৰ পৰা মূধৰ দূৰত্ব কিমান মিটাৰ ?
ক)২.৭০
খ)৪.৮৭
গ)১.৫৬
উত্তৰঃ ক)২.৭০
১০. চাং দুখনৰ মাজৰ ঠাইখিনিক কি বোলে ?
ক)দোংৰামা
খ)নোখ্ৰা
গ)খালদিক
উত্তৰঃ খ)নোখ্ৰা
১১. গাৰো সকলৰ প্ৰধান কোঠৰিটোক কি বুলি কোৱা হয় ?
ক)বাবুচী
খ)দুন
গ)দোংৰামা
উত্তৰঃ গ)দোংৰামা
১২. খ্ৰিষ্ট ধৰ্মত দীক্ষিত গাৰোসকলৰ পাকঘৰক কি নামেৰে জনা যায় ?
ক)আলেং
খ)বাবুচী
গ)নোখ্ৰা
উত্তৰঃ খ)বাবুচী
১৩. পুৰণিকলীয়া গাৰো সকলে কি পৰিধান কৰিছিল ?
ক)কৌপিন
খ)ধূতি
গ)লংপেন চাৰ্ট
উত্তৰঃ ক)কৌপিন
১৪. কোৰক গাৰো ভাষাত কি বোলা হয় ?
ক)ওফাতা
খ)আঠে মোংৰেং
গ)গিৎচি
উত্তৰঃ গ)গিৎচি
১৫. আদহীয়া বুলিয়াংসকলক কি বোলে ?
ক)আখা বুলিয়াং
খ)য়াপা বুলিয়াং
গ)আজাং বুলিয়াং
উত্তৰঃ খ)য়াপা বুলিয়াং
১৬. কেলে উপত্যকাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা কিমান ফুট ?
ক)৮০০০
খ)৫০০০
গ)৪০০০
উত্তৰঃ খ)৫০০০
১৭. আও ভাষাত মোৰাং ঘৰক কি বোলে ?
ক)কিদং
খ)টিয়াৰ
গ)আৰিচু
উত্তৰঃ গ)আৰিচু
১৮. চোংলি ঠালত কেইটা গোত্ৰ আছে ?
ক)৫৬
খ)৬৭
গ)৩৮
উত্তৰঃ গ)৩৮
১৯. জুহালক মিচিং সকলে কি বোলে ?
ক)মেৰাম
খ)কোৱাং
গ)টুংগেং
উত্তৰঃ ক)মেৰাম
২০. মিচিং সকলৰ চাং ঘৰটো মাটিৰ পৰা কিমান মিটাৰ ওখ ?
ক)১.৯
খ)১.৫
গ)২.০
উত্তৰঃ খ)১.৫
0 Comments