মোৰ মাতৃমুখ দৰ্শন

Chapter 1

১) মোৰ মাতৃমুখ দৰ্শন পাঠটো লিখক কোন?

(ক) লক্ষ্মীনাথ বেজবৰুৱা।

(খ) যতীন্দ্ৰ নাথ দুৱৰা।

(গ)  উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

উত্তৰঃ (ক) লক্ষ্মীনাথ বেজবৰুৱা।


২) সম্ৱলপুৰ ভাৰতৰ কোনখন ৰাজ্য়ত অৱস্থিত?

(ক) কলিকতাত অৱস্থিত।

(খ) উৰিষ্য়াত অৱস্থিত।

(গ) ডিব্ৰুগড়ত অৱস্থিত।

উত্তৰঃ (খ) উৰিষ্য়াত অৱস্থিত।


৩) সাহিত্য়ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত জন্ম হৈছিল? 

(ক)  ১৮৮৬ চনত।

(খ) ১৮৬৪ চনত।

(গ) ১৯২৪ চনত।

উত্তৰঃ (খ) ১৮৬৪ চনত।


৪) কিমান বছৰৰ মূৰত লেখকে তেওঁৰ মাতৃমুখ দৰ্শন কৰিছিল?

(ক) একুৰি কি ডেৰকুৰি বছৰ মূৰত।

(খ) ডেৰকুৰি কি দুকুৰি বছৰ মূৰত।

(গ) তিনিকুৰি বছৰ মূৰত।

উত্তৰঃ (খ) ডেৰকুৰি কি দুকুৰি বছৰ মূৰত।


৫) অসমীয়া চুটি গল্পৰ জনক কোন?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা।

(খ) যতীন্দ্ৰনাথ দুৱাৰা।

(গ) লক্ষ্মীনাথ বেজবৰুৱা। 

উত্তৰঃ (গ) লক্ষ্মীনাথ বেজবৰুৱা। 


৬) লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

(ক) 'পদুম কুৱৰী'।

(খ) 'লিতিকাই'।

(গ) 'কদমকলি'।

উত্তৰঃ (গ) 'কদমকলি'।


৭) বেজবৰুৱাদেৱৰ ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক দীঘলীয়া ভ্ৰমণ কাহিনীটো মুঠ কিমানটা খণ্ডত ৰচনা কৰিছিল?

(ক) ছয়টা খণ্ডত।

 (খ) সাতটা খণ্ডত।

(গ) আঠটা খণ্ডত।

উত্তৰঃ (খ) সাতটা খণ্ডত।


৮) লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্য়াসখনৰ নাম কি?

(ক) 'কদমকলি'।

(খ) 'সুৰভি'।

(গ) 'পদুম কুঁৱৰী'।

উত্তৰঃ (গ) 'পদুম কুঁৱৰী'।


৯)  লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম কি?

(ক) 'বুঢ়ী আইৰ সাধু'।

(খ) 'নাতি ল'ৰা'।

(গ) 'মোৰ জীৱন সোঁৱৰণ'।

উত্তৰঃ (গ) 'মোৰ জীৱন সোঁৱৰণ'।


১০)  লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯২৪ চনত।

(খ)১৮৬৪ চনত।

(গ) ১৮৬৪ চনত।

উত্তৰঃ (খ)১৮৬৪ চনত।


১১)  সম্ৱলপুৰৰ পৰা অসমলৈ আহোঁতে লেখকে কি বেমাৰত ভুগি আছিল?

(ক) ঘুঘুয়া জ্ৱৰ অৰ্থাৎ মেলেৰিয়া।

(খ) পেটৰবিষ।

(গ) মূৰৰবিষ।

উত্তৰঃ (ক) ঘুঘুয়া জ্ৱৰ অৰ্থাৎ মেলেৰিয়া।


১২)  'মোৰ মাতৃমুখ দৰ্শন' পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্ৱলপুৰৰ পৰা অসমলৈ কিমান খ্ৰীষ্টাব্দত আৰু কিমান তাৰিখে যাত্ৰা কৰিছিল?

(ক) ১৯৩১ খ্ৰীষ্টাব্দৰ ২০ ছেপ্টেম্ৱৰত।

(খ) ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্ৱৰত।

(গ) ১৯১৯ খ্ৰীষ্টাব্দৰ ১৭ ছেপ্টেম্ৱৰত।

উত্তৰঃ (খ) ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্ৱৰত।


১৩)  'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে?

(ক) লেখকৰ নিজৰ মাকক।

(খ) লেখকৰ মাতৃভূমি অসমক।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) লেখকৰ মাতৃভূমি অসমক।


১৪)  বেজবৰুৱাই 'মাতৃমুখ' দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল?

(ক) উৰিষ্য়াৰ সম্ৱৰপুৰৰ পৰা অসমলৈ।

(খ) কলিকতা পৰা অসমলৈ।

(গ) ডিব্ৰুগড় পৰা অসমলৈ।

উত্তৰঃ (ক) উৰিষ্য়াৰ সম্ৱৰপুৰৰ পৰা অসমলৈ।


১৫)  বেজবৰুৱাৰদেৱৰ দুখন ধেমেলীয়া নাটৰ নাম কি?

(ক) 'জয়মতী কুঁৱৰী' আৰু  'বেলিমাৰ'।

(খ) 'নাতি ল'ৰা' আৰু 'জুনুৃকা'।

(গ) 'লিতিকাই' আৰু 'পাচনি'।

উত্তৰঃ (গ) 'লিতিকাই' আৰু 'পাচনি'।


১৬)  লক্ষ্মীনাথ  বেজবৰুৱাদেৱৰ ৰচিত দুখন বুৰঞ্জীমূলক নাটৰ নাম কি?

(ক) 'জয়মতী কুঁৱৰী' আৰু 'বেলিমাৰ'।

(খ) 'লিতিকাই' আৰু 'পাচনি'।

(গ) 'নাতি ল'ৰা' আৰু 'জুনুকা'।

উত্তৰঃ (ক) 'জয়মতী কুঁৱৰী' আৰু 'বেলিমাৰ'।


১৭)  লেখকক কোনে ডিব্ৰুগড়লৈ বৰকৈ মাতি আছিল?

(ক) ডাঙৰ জী- জোঁৱায়েকে।

(খ) মাজু জী - জোঁৱায়েকে।

(গ) সৰু জী - জোঁৱায়েকে।

উত্তৰঃ (খ) মাজু জী - জোঁৱায়েকে।


১৮) বৃষভ শব্দ অৰ্থ কি?

(ক) ষাঁড় গৰু।

(খ) ঈশ্ৱৰ।

(গ) শ্ৰীকৃষ্ণ।

উত্তৰঃ (ক) ষাঁড় গৰু।


১৯)  লক্ষ্মীনাথ বেজবৰুৱা জন্ম হোৱা জিলাখনৰ নাম কি?

(ক) ডিব্ৰুগড় জিলা।

(খ) বৰপেটাৰ জিলা।

(গ) নগাঁও জিলা।

উত্তৰঃ (গ) নগাঁও জিলা।


২০)  'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

 (ক)ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( তৃতীয় খণ্ড)ৰ পৰা।

(খ) ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( দ্ৱিতীয় খণ্ড)ৰ পৰা।

(গ) ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( তৃতীয় খণ্ড)ৰ পৰা।

উত্তৰঃ (ক) ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( তৃতীয় খণ্ড)ৰ পৰা।