মগনিয়া

1. যতীন্দ্ৰ নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?

ক)'বিহগী কবি'।

খ)'বনফুল কবি'।

গ)'ভাঙনি কবি'।

উত্তৰঃ খ)'বনফুল কবি'।

2. কবি যতীন্দ্ৰ নাথ দুৱাৰাৰ জন্ম কিমান চনত হৈছিল?

ক)১৮৯২ চনত।

খ)১৯৫৫ চনত।

গ)১৯৬৪ চনত।

উত্তৰঃ ক)১৮৯২ চনত।

3. অসমীয়া সাহিত্য়ত প্ৰথম কথা- কবিতা ৰচনা কৰা কবিগৰাকী কোন?

ক)লক্ষ্মীনাথ বেজবৰুৱা।

খ)চন্দ্ৰকুমাৰ আগৰৱালা।

গ)যতীন্দ্ৰ নাথ দুৱৰা।

উত্তৰঃ গ)যতীন্দ্ৰ নাথ দুৱৰা।

4. মগনিয়াৰ শব্দ অৰ্থ কি?

ক)মাগি খাওঁতা।

খ)ভিক্ষা

গ)ওপৰৰ দুয়োটা শুদ্ধ।

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ।

5. যতীন্দ্ৰ নাথ দুৱৰাই কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাদেমি বঁটা লাভ কৰিছিল?

ক)'বনফুল'।

খ)'ৰুবায়ত'।

গ)'কথা-কবিয়া'।

উত্তৰঃ ক)'বনফুল'।

6. 'ওমৰ তীৰ্থ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? 

ক)'ৰুবায়ত'।

খ)'কথা-কবিতা'।

গ)'মিলনৰ সুৰ'।

উত্তৰঃ ক)'ৰুবায়ত'।

7. অসমীয়া কথা- কবিতাৰ প্ৰথম পুথিখনৰ নাম কি?

ক)'মিলনৰ সুৰ'।

খ)'কথা-কবিতা'।

গ)'আপোন সুৰ'।

উত্তৰঃ খ)'কথা-কবিতা'।

8. সাহিত্য় অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন?

ক)নলিনীবালা দেৱী।

খ)যতীন্দ্ৰনাথ দুৱৰা।

গ)লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ খ)যতীন্দ্ৰনাথ দুৱৰা।

9. টুৰ্গেনিভ আৰু অলিভ শ্ৰাইনাৰ ক'ৰ সাহিত্য়িক?

ক)আমেৰিকা।

খ)আফ্ৰিৰাৰ।

গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ খ)আফ্ৰিৰাৰ।

10. 'মগনিয়াৰ' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

ক)'ৰামায়নৰ' পৰা।

খ)'বনফুলৰ' পৰা।

গ)'কথা-কবিতাৰ' পৰা।

উত্তৰঃ গ)'কথা-কবিতাৰ' পৰা।

11. কবি যতীন্দ্ৰ নাথ দুৱৰাৰ কিমান চনত মৃত্য়ু হৈছিল?

ক)১৯৫৫ চনত।

খ)১৯৫৪ চনত।

গ)১৯৬৪ চনত।

উত্তৰঃ গ)১৯৬৪ চনত।

12. যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম গ্ৰহণ কৰা জিলাখনৰ নাম কি?

ক)ডিব্ৰুগড়।

খ)শিৱসাগৰ।

গ)নগাঁও।

উত্তৰঃ খ)শিৱসাগৰ।

13. 'বনফুল' কিমান চনত প্ৰকাশ কৰা হয়?

ক)১৯২৬ চনত।

খ)১৯৩৮ চনত।

গ)১৯৫২ চনত।

উত্তৰঃ গ)১৯৫২ চনত।

14 . অসম সাহিত্য় সভাৰ সভাপতিৰ পদ দুৱৰাদেৱে কিমান চনত সভাপতিত্ৱ কৰিছিল?

ক)১৯৪৫ চনত।

খ)১৯৬৫ চনত।

গ)১৯৫৫ চনত।

উত্তৰঃ গ)১৯৫৫ চনত।

15. 'মগনিয়াৰ' পাঠটিৰ লিখক কোন?

ক)যতীন্দ্ৰনাথ দুৱৰা।

খ)লক্ষ্মীনাথ বেজবৰুৱা।

গ)তীৰ্থনাথ শৰ্মা।

উত্তৰঃ ক)যতীন্দ্ৰনাথ দুৱৰা।

16. কবিক দৰিদ্ৰ মগনিয়াজনে হাত মেলি কি বিচাৰিলে।

ক)পইচা।

খ)সহায়।

গ)ঠিকনা।

উত্তৰঃ খ)সহায়।

17. অসম সাহিত্য় সভাৰ অধিৱেশনত দুৱৰাই সভাপতিত্ৱ কৰা ঠাইখনৰ নাম ক?

ক)ডিব্ৰুগড়।

খ)গুৱাহাটী।

গ)শিৱসাগৰ।

উত্তৰঃ খ)গুৱাহাটী।

18. কাৰ ৰচনাৰ আলমত দুৱৰাই 'কথা-কবিতা' ৰচনা কৰিছে?

ক)টুৰ্গেনিভৰ 'Poems in Prose'।

খ)শ্ৰাইনাৰৰ ৰচনাৰ আলমত।

গ)ওপৰৰ দুয়োটা শুদ্ধ।

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ।

19. মগনিয়া পাঠটিত দুহাতে সাবটি কোনে ক্ষমা খুজিলে?

ক)কবি।

খ)মগনিয়া।

গ)এটাও নহয়।

উত্তৰঃ ক)কবি।