জনতাৰ আহ্ৱান

1. প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

ক)'ঈন্দ্ৰমালতী'

খ)'জয়মতী'

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)'জয়মতী'

2. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

ক)১৯০৩ চনত

খ)১৯৩৫ চনত

গ)১৯৩৯ চনত

উত্তৰঃ ক)১৯০৩ চনত

3. জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা জিলাখনৰ নাম কি?

ক)গুৱাহাটী

খ)
ডিব্ৰুগড়

গ)শিৱসাগৰ

উত্তৰঃ খ)ডিব্ৰুগড়

4. জ্য়োতিপ্ৰসাদ আগৰৱলাৰ কবিতা পুথিখনৰ নাম কি?

ক)'শোণিত কুঁৱৰী'

খ)'কাৰেঙৰ লিগিৰী'

গ)'লুইতৰ পাৰৰ অগ্নিসুৰ'

উত্তৰঃ গ)'লুইতৰ পাৰৰ অগ্নিসুৰ'

5. জনতাৰ আহ্ৱান পাঠটি লিখক কোন?

ক)জ্য়োতিপ্ৰসাদ আগৰৱালা

খ)নলিনীবালা দেৱীৰ

গ)
মফিজুদ্দিন আহমদ হাজৰিকা

উত্তৰঃ ক)জ্য়োতিপ্ৰসাদ আগৰৱালা

6. জ্য়োতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত মৃত্য়ুবৰণ কৰিছিল?

ক)১৯০৩ চনত

খ)১৯৪২ চনত

গ)১৯৫১ চনত

উত্তৰঃ গ)১৯৫১ চনত

7. পঙ্কক শব্দ অৰ্থ কি?

ক)জ্ঞান লাভ কৰা

খ)পদুম ফুল

গ)
জাগৰিত

উত্তৰঃ খ)পদুম ফুল

8. দ্ৱিতীয় কথাছবিখনৰ নাম কি?

ক)'জয়মতী'

খ)'ঈন্দ্ৰমালতী'

গ)'শোণিত কুঁৱৰী'

উত্তৰঃ 
গ)'শোণিত কুঁৱৰী'

9. প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' কিমান চনত নিৰ্মাণ কৰে?

ক)১৯৪২ চনত

খ)১৯৩৫ চনত

গ)১৯৩৯ চনত

উত্তৰঃ 
খ)১৯৩৫ চনত

10. দ্ৱিতীয় কথাছবিখন কিমান চনত নিৰ্মাণ কৰিছিল?

ক)১৯৪২ চনত

খ)১৯৩৯ চনত

গ)১৯৫১ চনত

উত্তৰঃ 
খ)১৯৩৯ চনত

11. অভিনৱ মানে কি?

ক)একেবাৰে নতুন

খ)জাগৰণ

গ)একীভূত

উত্তৰঃ ক)একেবাৰে নতুন

12. জ্য়োতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম  কি?

ক)'লুইতৰ পাৰৰ অগ্নিসুৰ'

খ)'জয়মতী'

গ)'শোণিত কুঁৱৰী'

উত্তৰঃ গ)'শোণিত কুঁৱৰী'

13. জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা বোলছবিৰ নাম কি?

ক)'জয়মতী'

খ)'ঈন্দ্ৰমালতী'

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ 
গ)ওপৰৰ দুয়োটা শুদ্ধ

14. কবিতাটোত কবিয়ে কাৰ জীৱন পুষ্পিত কৰি তুলিব বিচাৰিছে?

ক)মানৱ জীৱনৰ

খ)সাহিত্য়-সংস্কৃতিৰ

গ)অসমীয়া বোলছবিৰ

উত্তৰঃ ক)মানৱ জীৱনৰ

15. অসমীয়া সাহিত্য়-সংস্কৃতি জগতত 'ৰূপকোঁৱৰ' অভিধাৰে কোনগৰাকী সাহিত্য়িকক বিভূষিত কৰা হৈছে?

ক)পৰমানন্দ আগৰৱালা

খ)জ্য়োতিপ্ৰসাদ আগৰৱালা

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)জ্য়োতিপ্ৰসাদ আগৰৱালা

16. জ্য়োতিপ্ৰসাদ আগৰৱালায়ে উচ্চ শিক্ষা বাবে ইংলেণ্ডলৈ কিমান চনত গৈছিল?

ক)১৯২৬ চনত

খ)১৯৩৪ চনত

গ)১৯৩৯ চনত

উত্তৰঃ ক)১৯২৬ চনত

17. জ্য়োতিপ্ৰসাদে বোলছবি প্ৰয়োজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ ল'বলৈ ক'ত গৈছিল?

ক)ডিব্ৰুগড়

খ)ইংলেণ্ড

গ)জাৰ্মানী

উত্তৰঃ গ)জাৰ্মানী

18. জ্য়োতিপ্ৰসাদ মূলতঃ কি কবি আছিল?

ক)বিহগী কবি

খ)বিপ্লৱী কবি

গ)বনফুল কবি

উত্তৰঃ খ)বিপ্লৱী কবি

19. কবিতাটোত কবিয়ে কাৰ জীৱন পুষ্পিত কৰি তুলিব বিচাৰিছে?

ক)নিজৰ

খ)পিতৃ-মাতৃ

গ)মানৱ জীৱনৰ

উত্তৰঃ গ)মানৱ জীৱনৰ

20. প্ৰবুদ্ধ শব্দ অৰ্থ কি?

ক)জ্ঞান লাভ কৰা

খ)জাগৰিত

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ