আঘোণৰ কুঁৱলী

1. কবি কেশৱ মহন্তই কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বটাঁ লাভ কৰিছিল?

ক)'মোৰ যে কিমান হেপাহ'

খ)'দিশ ধৱলী বৰণ'

গ)'মোৰ শুকান কলিজাৰ কুঁহিপাত'

উত্তৰঃ ক)'মোৰ যে কিমান হেপাহ'

2. কেশৱ মহন্তৰ প্ৰথম কাব্য় সংকলনখনৰ নাম কি?

ক)'দিশ ধৱলী বৰণ'

খ)'আমাৰ পৃথিৱী'

গ)'মোৰ যে কিমান হেপাহ'

উত্তৰঃ খ)'আমাৰ পৃথিৱী'

3. কেশৱ মহন্তই শিশুৰ বাবে কচনা কৰা গ্ৰন্থ নাম কি আছিল?

ক)'ওমলা ঘৰ'

খ)'মা আমি শদিয়ালৈ যামেই'

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

4. কবিৰ প্ৰেয়সী নাম কি?

ক)সেউতি

খ)জেউতি

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
ক)সেউতি

5. কবিৰ প্ৰেয়সী বয়স কিমান আছিল?

ক)১৬ বছৰ

খ)১৭ বছৰ

গ)১৮ বছৰ

উত্তৰঃ খ)১৭ বছৰ

6. কেশৱ মহন্তৰ দ্ৱাৰা ৰচিত এখন গীতৰ পুথিৰ নাম কি?

ক)'আমাৰ পৃথিৱী'

খ)'ওমলা ঘৰ'

গ)'মোৰ যে কিমান হেপাহ'

উত্তৰঃ গ)'মোৰ যে কিমান হেপাহ'

7. 'পছোৱা' আলোচনী কোনগৰাকী সাহিত্য়িকে সম্পাদনা কৰিছিল?

ক)কেশৱ মহন্ত

খ)হেম বৰুৱা

গ)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

উত্তৰঃ খ)হেম বৰুৱা

8. কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল?

ক)'মোৰ যে কিমান হেঁপাহ'

খ)'আমাৰ পৃথিৱী'

গ)'জয়ন্তী'

উত্তৰঃ গ)'জয়ন্তী'

9. আঘোণৰ পথাৰৰ দাৱনীবোৰৰ হাঁহিৰ ৰং কেনেকুৱা?

ক)তেজ-হালধীয়া

খ)পতা-সোণ

গ)তৰা-জৰী

উত্তৰঃ ক)তেজ-হালধীয়া

10. আঘোণৰ কুঁৱলী পাঠটি লিখক কোন?

ক)হেম বৰুৱা

খ)কেশৱ মহন্ত

গ)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

উত্তৰঃ খ)কেশৱ মহন্ত

11. কেশৱ মহন্ত কিমান চনত জন্ম গ্ৰহণ কৰিছিল

ক)১৯১৬ চনত

খ)১৯২৬ চনত

গ)২০০৬ চনত

উত্তৰঃ খ)১৯২৬ চনত

12. 'ছোভিয়েট' নামৰ আলোচনী মুখ্য় সম্পাদকৰূপে কাক কাৰ্যনিৰ্বাহ কৰিছিল?

ক)হেম বৰুৱা

খ)কমল নাৰায়ণদেৱ।

গ)কেশৱ মহন্ত

উত্তৰঃ গ)কেশৱ মহন্ত

13. কেশৱ মহন্ত কিমান চনত মৃত্য়ু হয়?

ক)১৯২৬ চনত

খ)১৯৩৬ চনত

গ)২০০৬ চনত

উত্তৰঃ 
গ)২০০৬ চনত

14. কেশৱ মহন্ত জন্ম গ্ৰহণ কৰা জিলাখনৰ নাম কি?

ক)শোণিতপুৰ

খ)গুৱাহাটী

গ)ডিব্ৰুগড়

উত্তৰঃ ক)শোণিতপুৰ

15. ৰাগি মানে কি?

ক)নিচা

খ)মাদকতা

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

16. পতা-সোণ শব্দ অৰ্থ কি?

ক)সোণাৰীয়ে পিটি পাতল কৰা সোণ

খ)পাতল হালধীয়া

গ)
ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ ক)সোণাৰীয়ে পিটি পাতল কৰা সোণ

17. অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত অৰিহণা যোগোৱা এখন আলোচনীৰ নাম কি?

ক)'আমাৰ পৃথিৱী'

খ)'পছোৱা'

গ)'বুকুত এজাক ধুমুহা'

উত্তৰঃ 
খ)'পছোৱা'

18. কেশৱ মহন্তয়ে প্ৰকাশন বিষয়া হিচাপে কৰ পৰা অৱসৰ লয়?

ক)জামুগুৰিহাট হাইস্কুল

খ)গুৱাহাটী বিশ্ৱবিদ্য়ালয়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
খ)গুৱাহাটী বিশ্ৱবিদ্য়ালয়

19. ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ সম্পাদিত আলোচনীৰ খনৰ নাম কি?

ক)'ৰামধেনু'

খ)'আমাৰ পৃথিৱী'

গ)'মোৰ যে কিমান হেপাহ'

উত্তৰঃ 
ক)'ৰামধেনু'

20. আঘোণৰ পথাৰত ধান কটাৰ মহিলাক কি বুলি কোৱা হয়?

ক)ৰোৱনী

খ)শিপিনী

গ)
দাৱনী

উত্তৰঃ গ)দাৱনী