উভতি নহাৰ কবিতা

1. 'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা?

ক)প্ৰগতিশীল কবিতা

খ)আধুনিক কবিতা

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)আধুনিক কবিতা

2. 'তামীঘাৰ' শব্দটিৰ অৰ্থ কি?

ক)তম্বু

খ)চিহ্ন

গ)দাগ

উত্তৰঃ ক)তম্বু

3. কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

ক)'আখৰৰ জখলা'

খ)'দলঙত তামীঘৰা'

গ)'ককাদেউতাৰ হাড়'

উত্তৰঃ গ)'ককাদেউতাৰ হাড়'

4. 'উভতি নহাৰ কবিতা' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

ক)'হে অৰণ্য় হে মহানগৰ'

খ)'দলঙত তামীঘৰা'

গ)'ৰাতি জিল-মিল'

উত্তৰঃ খ)'দলঙত তামীঘৰা'

5. সুদীৰ্ঘ কাল 'ৰামধেনু' আলোচনী সম্পাদনা কৰা সাহিত্য়িক গৰাকী কোন?

ক)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

খ)নৱকান্ত বৰুৱা

গ)বীৰেন বৰকটকী

উত্তৰঃ ক)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

6. 'উভতি নহাৰ কবিতা' পাঠটি লিখক কোন?

ক)বীৰেন বৰকটকী

খ)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

গ)নৱকান্ত বৰুৱা

উত্তৰঃ গ)নৱকান্ত বৰুৱা

7. নৱকান্ত বৰুৱাই সাহিত্য় অকাডেমি বঁটা কিমান চনত লাভ কৰিছিল?

ক)১৯২৬ চনত

খ)১৯৭৫ চনত

গ)১৯৭৬ চনত

উত্তৰঃ খ)১৯৭৫ চনত

8. নৱকান্ত বৰুৱাক অসম সাহিত্য় সভাৰ সভাপতিৰ পদ কিমান চনত অলংকৃত কৰিছিল?

ক)১৯৭৫ চনত

খ)১৯৭৬ চনত

গ)১৯৯০ চনত

উত্তৰঃ গ)১৯৯০ চনত

9. নৱকান্ত বৰুৱাৰ জন্ম হোৱা জিলা খনৰ নাম কি?

ক)গুৱাহাটী

খ)শোণিতপুৰ

গ)নগাঁও

উত্তৰঃ 
ক)গুৱাহাটী

10. নৱকান্ত বৰুৱাক ভাৰত চৰকাৰে 'পদ্মভূষণ' সন্মান কিমান চনত আগবঢ়াইছিল?

ক)১৯২৬ চনত

খ)১৯৭৫ চনত

গ)১৯৭৬ চনত

উত্তৰঃ 
গ)১৯৭৬ চনত

11. নৱকান্ত বৰুৱাই কোন মহাবিদ্য়ালয়ত প্ৰথম অধ্য়াপনাৰ কাম আৰম্ভ কৰিছিল?

ক)মুছলিম বিশ্ৱবিদ্য়ালয়ৰ

খ)জগন্নাথ বৰুৱা মহাবিদ্য়ালয়

গ)কটন কলেজ মহাবিদ্য়ালয়

উত্তৰঃ খ)জগন্নাথ বৰুৱা মহাবিদ্য়ালয়

12. নৱকান্ত বৰুৱাই জীৱন যুঁজ চলাই নিয়াৰ কৌশল ক'ৰ পৰা শিকিছে?

ক)সমাজৰ পৰা

খ)পোৱা-নোপোৱাৰ বেদনা পৰা

গ)
দুখ-যন্ত্ৰণাৰ পৰা

উত্তৰঃ গ)দুখ-যন্ত্ৰণাৰ পৰা

13. নৱকান্ত বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম কি?

ক)'কপিলীপৰীয়া সাধু'

খ)'আখৰৰ জখলা'

গ)'দলঙত তামীঘৰা'

উত্তৰঃ ক)'কপিলীপৰীয়া সাধু'

14. নৱকান্ত বৰুৱাৰ জন্ম কিমান চনত হৈছিল?

ক)১৯২৬ চনত

খ)১৯৭৬ চনত

গ)২০০২ চনত

উত্তৰঃ ক)১৯২৬ চনত

15. বীণা শব্দ অৰ্থ কি?

ক)তম্বু

খ)চিহ্ন

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ গ)ওপৰৰ এটাও নহয়

16. নৱকান্ত বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল?

ক)১৯৭৫ চনত

খ)১৯৭৬ চনত

গ)২০০২ চনত

উত্তৰঃ গ)২০০২ চনত

17. নৱকান্ত বৰুৱাই শিশু আৰু চেমেনীয়াৰ উপযোগীকৈ ৰচনা কৰা এখন গ্ৰন্থৰ নাম কি?

ক)'আখৰৰ জখলা'

খ)'দলঙত তামীঘৰা'

গ)'ৰাতি জিল-মিল'

উত্তৰঃ ক)'আখৰৰ জখলা'

18. নৱকান্ত বৰুৱায়ে উপাধ্য়ক্ষ পদত থাকোঁতে তেওঁ কৰ্মজীৱন কৰ পৰা অৱসৰ লয়?

ক)জগন্নাথ বৰুৱা মহাবিদ্য়ালয়

খ)কটন কলেজ মহাবিদ্য়ালয়

গ)
মুছলিম বিশ্ৱবিদ্য়ালয়ৰ

উত্তৰঃ খ)কটন কলেজ মহাবিদ্য়ালয়

19. ৰাগি মানে কি?      

ক)চিহ্ন

খ)তম্বু

গ)নিচা

উত্তৰঃ গ)নিচা

20. কবিৰ বাবে জীয়াই থকা মন্ত্ৰ কি?

ক)দুখ-যন্ত্ৰণা

খ)পৃথিৱীৰ সৌন্দৰ্যৰ

গ)
গ্ৰন্থৰ

উত্তৰঃ ক)দুখ-যন্ত্ৰণা