কৰুণতম

1. নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

ক)'অন্তৰংগ'

খ)'দিনৰ পাছত দিন'

গ)'বনফৰিঙৰ ৰং'

উত্তৰঃ 
গ)'বনফৰিঙৰ ৰং'

2. কৰুণতম পাঠটি লিখক কোন?

ক)ড° নিৰ্মলপ্ৰভা বৰদলৈ

খ)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

গ)নৱকান্ত বৰুৱা

উত্তৰঃ ক)ড° নিৰ্মলপ্ৰভা বৰদলৈ

3. সুবাস শব্দ অৰ্থ কি?

ক)ভাল গোন্ধ

খ)সুগন্ধ

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

4. ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত জন্ম হৈছিল?

ক)১৯৩৩ চনত

খ)১৯৫৫ চনত

গ)১৯৮৩ চনত

উত্তৰঃ ক)১৯৩৩ চনত

5. নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰে?     

ক)'বনফৰিঙৰ ৰং'

খ)'দিনৰ পাছত দিন'

গ)'সুদীৰ্ঘ দিন আৰু ঋতু

উত্তৰঃ 
গ)'সুদীৰ্ঘ দিন আৰু ঋতু

6. 'কৰুণতম' কোন শ্ৰেণীৰ কবিতা?

ক)আধুনিক কবিতা

খ)প্ৰগতিশীল কবিতা

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)আধুনিক কবিতা

7. 'কৰুণতম' কবিতাটি কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে?

ক)'সুদীৰ্ঘ দিন আৰু ঋতু

খ)'দিনৰ পাছত দিন'

গ)'বনফৰিঙৰ ৰং'

উত্তৰঃ খ)'দিনৰ পাছত দিন'

8. 'কৰুণতম' শব্দ অৰ্থ কি?

ক)সুগন্ধ

খ)বেদনাদায়ক

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ খ)বেদনাদায়ক

9. ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত অসম সাহিত্য় সভাৰ সভাপতিত্ৱ কৰিছিল?

ক)১৯৩৩ চনত

খ)১৯৮৩ চনত

গ)১৯৯১ চনত

উত্তৰঃ গ)১৯৯১ চনত

10. 'দেৱী' গ্ৰন্থখনৰ লিখক কোন?

ক)নৱকান্ত বৰুৱা

খ)ড° নিৰ্মলপ্ৰভা বৰদলৈ

গ)ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

উত্তৰঃ খ)ড° নিৰ্মলপ্ৰভা বৰদলৈ

11. কবিৰ পিতৃৃ -মাতৃ কি কি কৰ্মত জড়িত আছিল?

ক)কৃষক, শিপিনী

খ)কৃষক, দাৱনী

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)কৃষক, শিপিনী

12. ড° নিৰ্মলপ্ৰভা বৰদলৈ জন্ম হোৱা জিলাখনৰ নাম কি?

ক)গুৱাহাটী

খ)শিৱসাগৰ

গ)ডিব্ৰুগৰ

উত্তৰঃ 
খ)শিৱসাগৰ

13. ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কৰ্মজীৱন কৰ পৰা অৱসৰ লয়?

ক)কটন কলেজ

খ)মুছলিম বিশ্ৱবিদ্য়ালয়

গ)গুৱাহাটী বিশ্ৱবিদ্য়ালয়

উত্তৰঃ গ)গুৱাহাটী বিশ্ৱবিদ্য়ালয়

14. ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত মৃত্য়ু হৈছল?

ক)১৯৯১ চনত

খ)২০০২ চনত

গ)২০০৪ চনত

উত্তৰঃ গ)২০০৪ চনত

15. ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ৱবিদ্য়ালয়ৰ পৰা কিমান চনত এম. এ ডিগ্ৰী লাভ কৰে?

ক)১৯৩৩ চনত

খ)১৯৫৫ চনত

গ)১৯৮৩ চনত

উত্তৰঃ খ)১৯৫৫ চনত

16. ড° নিৰ্মলপ্ৰভা বৰদলৈ কোন জীৱনৰ প্ৰতি আকৰ্ষণ কৰে?

ক)গাঁৱলীয়া

খ)নগৰীয়া

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)গাঁৱলীয়া

17. কবিয়ে নিজৰ সন্তানৰ ভৱিষ্য়ৎ প্ৰজন্ম বাবে কি এৰি যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে?

ক)গীত

খ)কবিতা

গ)কৃতি

উত্তৰঃ গ)কৃতি

18. ড° নিৰ্মলপ্ৰভা বৰদলৈ এখন গীতৰ পুথিৰ নাম কি?

ক)'সুৰীয়া মাত'

খ)'দিনৰ পাছত দিন'

গ)'বনফৰিঙৰ ৰং'

উত্তৰঃ ক)'সুৰীয়া মাত'

19. নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা পুথিৰ কেইখন?

ক)দুইখন

খ)তিনিখন

গ)চাৰিখন

উত্তৰঃ খ)তিনিখন

20. নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থৰ এখনৰ নাম কি?

ক)'সূৰ্য'

খ)'অন্তৰংগ'

গ)'সুৰীয়া মাত'

উত্তৰঃ ক)'সূৰ্য'