বিশ্ৱখনিকৰ

1. বিশ্ৱ খনিকৰ পাঠটি লিখক কোন?

ক)নলীনিবালা দেৱী

খ)মফিজুদ্দিন আহমদ হাজৰিকা

গ)কেশৱ মহন্ত

উত্তৰঃ খ)মফিজুদ্দিন আহমদ হাজৰিকা

2. মফিজুদ্দিন আহমদ হাজৰিকা কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

ক)১৮৭০ চনত

খ)১৮৯৬ চনত

গ)১৯৫৮ চনত

উত্তৰঃ ক)১৮৭০ চনত

3. অসমীয়া সাহিত্য়ত 'জ্ঞানমালিনী কবি' হিচাপে কোনগৰাকী কবি জনাজাত?

ক)মফিজুদ্দিন আহমদ হাজৰিকা

খ)নলীনিবালা দেৱী

গ)মাধৱদেৱক

উত্তৰঃ ক)মফিজুদ্দিন আহমদ হাজৰিকা

4. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

ক)'জ্ঞানমালিনী'

খ)'তত্ত্ৱ - পাৰিজাত'

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
খ)'তত্ত্ৱ - পাৰিজাত'

5. 'জ্ঞানমালিনী' কিমান চনত প্ৰকাশ হৈছিল?

ক)১৮৭০ চনত

খ)১৮৯৬ চনত

গ)১৯৫৮ চনত

উত্তৰঃ 
খ)১৮৯৬ চনত

6. কোনটো গুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়?

ক)তমোঃ গুণ

খ)ৰজঃ গুণ

গ)সত্ৱঃ গুণ

উত্তৰঃ ক)তমোঃ গুণ

7. অসম সাহিত্য় সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই কিমান চনত সভাপতিৰ আসন অলংকৃত কৰিছিল?

ক)১৮৯৬ চনত

খ)১৯৫৮ চনত

গ)১৯৩০ চনত

উত্তৰঃ গ)১৯৩০ চনত

8. কোনটো গুণে মানুহক বিষয় সুখত আসক্ত কৰে

ক)সত্ৱঃ গুণ

খ)ৰজঃ গুণ

গ)তমোঃ গুণ

উত্তৰঃ খ)ৰজঃ গুণ

9. মফিজুদ্দিন আহমদ হাজৰিকাক কি কবিৰূপে জনা যায়?

ক)বিশ্ৱ খনিকৰ

খ)'জ্ঞানমালিনীৰ'

গ)'তত্ত্ৱ - পাৰিজাত'

উত্তৰঃ খ)'জ্ঞানমালিনীৰ'

10. 'বিশ্ৱখনিকৰ' বুলি লেখকে কাৰ কথা কৈছে?

ক)পৰমেশ্ৱৰ

খ)ঈশ্ৱৰ

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

11. মফিজুদ্দিন আহমদ হাজৰিক কিমান চনত শেষ নিশ্ৱাস এৰে?

ক)১৮৭০ চনত

খ)১৮৯৮ চনত

গ)
১৯৫৮ চনত

উত্তৰঃ গ)১৯৫৮ চনত

12. মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

ক)'জোনাকী'

খ)প্ৰাক্ শংকৰী

গ)
বৈষ্ণৱ

উত্তৰঃ ক)'জোনাকী'

13. 'বিশ্ৱখনিকৰ' কোন  শ্ৰেণীৰ কবিটা?

ক)ৰহস্য়বাদী

খ)অতীন্দ্ৰিয়বাদী

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

14. হুনু মানে কি?

ক)হেনো

খ)শেষ

গ)
ঐন্দ্ৰজালিক

উত্তৰঃ ক)হেনো

15. 'বিশ্ৱখনিকৰ' শব্দ অৰ্থ কি?

ক)বিশ্ৱ নিৰ্মাণ কৰোঁতা

খ)সৃষ্টিকৰ্তা

গ)ওপৰৰ দুয়োটা শদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শদ্ধ

16. নিৰ্গুণ শব্দ অৰ্থ কি?

ক)সকলো গুণৰ ঊধৰ্বত

খ)ইস্পাত

গ)যাদুকৰ

উত্তৰঃ ক)সকলো গুণৰ ঊধৰ্বত

17. আলাসতে মানে কি?

ক)ইস্পাত

খ)সকলোতে জুৰি থকা

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ গ)ওপৰৰ এটাও নহয়

18. সত্ত্ৱঃ গুণে কি প্ৰদান কৰে?

ক)জ্ঞান

খ)দুখ

গ)অজ্ঞানতাৰ

উত্তৰঃ ক)জ্ঞান

19. কোনটা গুণ শান্ত আৰু নম্ৰ?

ক)তমোঃ গুণ

খ)সত্ত্ৱঃ গুণ

গ)ৰজঃ গুণ

উত্তৰঃ খ)সত্ত্ৱঃ গুণ

20. অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনে প্ৰৱৰ্তন কৰিছিল?

ক)শংকৰদেৱ

খ)মাধৱদেৱ

গ)মফিজুদ্দিন আহমদ হাজৰিকা

উত্তৰঃ গ)মফিজুদ্দিন আহমদ হাজৰিকা