জনবসতি

1. বিভিন্ন পৰিৱেশত কম বেছি পৰিমানে স্থায়ীভাৱে বসবাস কৰা কাৰ্যক জনবসতি বোলে । 

ক)সচাঁ

খ)মিচাঁ

গ)এটাও নহয়

উত্তৰঃ ক)সচাঁ

2. জনবসতিক গ্ৰাম্য় আৰু পৌৰ এই দুটা ভাগত বিভক্ত কৰিব পাৰি । 

ক)মিচাঁ

খ)সচাঁ

গ)এটাও নহয়

উত্তৰঃ খ)সচাঁ

3.  নদীৰ উপত্য়কাৰ নিম্নভূমৰ বেদিকা আৰু দুয়োপাৰৰ পলসুৱা উৰ্বৰাভূমিৰ মানুহে ঘৰসাজি বাস কৰিবলৈ লয়। এনেবোৰ ঠাইক কি বুলা হয় ?

ক)ঘনবসতি

খ)শুষ্ককেন্দ্ৰ

গ)এটাও নহয়

উত্তৰঃ খ)শুষ্ককেন্দ্ৰ

4. কিমান চনত ভাৰত চৰকাৰৰ লোকপিয়লত পৌৰ বসতিৰ এটা সূত্ৰ নিৰ্দ্ধাৰিণ কৰা হৈছিল ?

ক)১৯৮৯ চনত

খ)১৯৭৭ চনত

গ)১৯৯১ চনত

উত্তৰঃ গ)১৯৯১ চনত

5. যেতিয়া কোনো এখন ঠাইত চাৰিওফালৰ পৰা আলিবাটবোৰৰ সংযোগ ঘটে তেনে ঠাইত মানুহে পথবোৰৰ দুয়োকাষে ঘৰবোৰ সাজে। এনে বসতিক কি বসতি বুলি কোৱা হয় ?

ক)ঘূৰণীয়া আৰ্হিৰ বসতি

খ)তৰাৰূপী আৰ্হি বসতি

গ)T,Y আকৃতিৰ বসতি

উত্তৰঃ খ)তৰাৰূপী আৰ্হি বসতি

6. নদ-নদী,ৰাস্তা,ৰেলপথ আৰু মথাউৰিৰ কাষে কাষে যাতায়ত আৰু নদীৰ পানীৰ সুবিধাৰ কাৰণে ৰেখা আকৃতিত গঢ়ি উঠা বসতিক কি বুলি কোৱা হয় ? 

ক)ৰৈখিক বসতি

খ)ঝজু বসতি

গ)
ওপৰৰ দুয়োটা

উত্তৰঃ গ)ওপৰৰ দুয়োটা

7. নগৰীকৰণ মানে কোনো এখন দেশৰ নগৰীয়া জনসংখ্য়া অনুপাত বৃদ্ধি । উক্তিটো ঃ

ক)সত্য়

খ)অসত্য়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)সত্য়

8. কিহৰ ওপৰত ভিত্তি কৰি বসতিৰ শ্ৰেণীবিভাগ নিম্ন ধৰণে কৰা হয় ? 

ক)আকাৰ

খ)আৰ্হি

গ)
ওপৰৰ এটাও নহয়

উত্তৰঃ ক)আকাৰ

 Answer Type - Boby Bora