দ্বিতীয়ক বৃত্তি 

1. ঔদ্য়োগিক পদ্ধতিৰ উৎপাদনৰ আৰক্ষিক অৰ্থ কি ?

ক)যন্ত্ৰৰ দ্বাৰা বনুৱা

খ)হাতেৰে বনোৱা

গ)এটাও নহয়

উত্তৰঃ খ)হাতেৰে বনোৱা

2. তলত উল্লেখিত কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভূক্ত ?

ক)কৃষিকাৰ্য

খ)কাপোৰ বোৱা

গ)ব্য়ৱসায়

উত্তৰঃ গ)ব্য়ৱসায়

3. যাতায়ত দূৰত্ব তিনি ধৰণে জুখিব পাৰি । যেনে 

ক)পথৰ দূৰত্ব

খ)সময়ৰ দূৰত্ব আৰু খৰচৰ দূৰত্ব

গ)ওপৰৰ আটাইকেইটা

উত্তৰঃ গ)ওপৰৰ আটাইকেইটা

4. কোনো নিদিষ্ট ঠাইৰ পৰা যিবোৰ ঠাইলৈ অহা-যোৱা কৰোতে একে সময়ৰ প্ৰয়োজন তেনেবোৰ ঠাইক সংযোগ কৰি মানাচিত্ৰত কিছুমান ৰেখা অংকন কৰা হয় । এই ৰেখাবোৰক সমকাল ৰেখা বোলা হয় । 

ক)শুদ্ধ

খ)অশুদ্ধ

গ)এটাও নহয়

উত্তৰঃ ক)শুদ্ধ

5. দূৰদৰ্শন আদিৰ যোগেদি বিভিন্ন বা-বাতৰি, চিত্ৰ, ফোন আদি বিভিন্ন বিষয় প্ৰচাৰ আৰু প্ৰদৰ্শন কৰা হয়। সেয়েহে এইবোৰক কি বুলি কোৱা হয় ?

ক)দূৰ সংযোগ

খ)গণ মাধ্য়ম

গ)যোগাযোগ মাধ্য়ম

উত্তৰঃ খ)গণ মাধ্য়ম

6. মুম্বাই চহৰত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান বোৰত জলপান যোগান ধৰা লোকসকলক ডাব্বাৱালা বোলা হয় । 
ক)সত্য়

খ)অসত্য়

গ)এটাও নহয়

উত্তৰঃ ক)সত্য়

7. আমেৰিকাৰ যুক্তৰাষ্ট্ৰত প্ৰায়  কিমান শতাংশ লোক সেৱা খণ্ডত নিয়োযিত ?

ক)৬৫ শতাংশ

খ)৮০ শতাংশ

গ)৭৫ শতাংশ

উত্তৰঃ গ)৭৫ শতাংশ

8. কেতবোৰ সৰমঞ্জাম ব্য়ৱহাৰ কৰি কাম কৰাকে যন্ত্ৰৰ প্ৰবৰ্তন বোলা হয়। 

ক)সত্য়

খ)অসত্য়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)সত্য়

Answer Type - Boby Bora