মহীয়সী হেলেন কেলাৰ


১। হেলেন কেলাৰ কিমান চনত জন্ম হৈছিল?

a) ১৮৮২

b) ১৮৮০

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৮৮০

২। হেলেন কেলাৰ ডেৰ বছৰ বয়সত কি ৰোগত আক্ৰান্ত হৈছিল?

a) মেনিনজাইটিছ

b) কৰুনা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মেনিনজাইটিছ

৩। কিমান বছৰ বয়সত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি তেখেতে কলা শাখাৰ স্নাতক ডিগ্ৰী ল'লে?

a) ১২ বছৰ

b) ৮ বছৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ৮ বছৰ

৪। কিমান চনত হেলেন কেলাৰে কলা শাখাৰ স্নাতক ডিগ্ৰী ল'লে?

a) ১৯০৮

b) ১৯২২

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১৯০৮

৫। কিমান চনত দিল্লীৰ এখন সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি আছিল?

a) ১৯৫৪

b) ১৯৫৮

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১৯৫৪

৬। হিমালয় সন্ধি ভাঙা?

a) হিম + আচল

b) হিম + আলয়

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) হিম + আলয়

৭। পৰীক্ষা সন্ধি ভাঙা?
 
a) পৰি + ঈক্ষা

b) পৰি + ইক্ষা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) পৰি + ঈক্ষা

৮। কিমান বছৰ বয়সত হেলেন কেলাৰৰ মৃত্যু হৈছিল?

a) ১৯৬৮

b) ১৯৬২

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১৯৬৮

৯। যথেষ্ট সন্ধি ভাঙা?

a) যথা + ঈষ্ট

b) যথা + ইষ্ট

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) যথা + ইষ্ট

১০। কৰ্ম প্ৰৱণতা শব্দৰ অৰ্থ কি?

a) কাম কৰাৰ স্পৃহা

b) কাম কৰি থকা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কাম কৰাৰ স্পৃহা

১১। নাৱিক সন্ধি ভাঙা?

a) নৌ + ইক

b) নৌ + ঈক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নৌ + ইক

১২। নিঃস্বাৰ্থ শব্দৰ অৰ্থ কি?

a) স্বাৰ্থ নথকা

b) স্বাৰ্থ থকা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) স্বাৰ্থ নথকা

১৩। উপলব্ধি শব্দৰ অৰ্থ কি?

a) শ্ৰেষ্ঠ

b) অনুভৱ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) অনুভৱ

১৪। যথোপযোক্ত সন্ধি ভাঙা?

a) যথা + ওপযুক্ত

b) যথা + উপযুক্ত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) যথা + উপযুক্ত

১৫। অত্যাচাৰ সন্ধি ভাঙা?

a) অতি + আচাৰ

b) অতি + আছাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) অতি + আচাৰ

১৬। মণীন্দ্ৰ সন্ধি ভাঙা?

a) মনি + ইন্দ্ৰ

b) মণি + ইন্দ্ৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মণি + ইন্দ্ৰ

১৭। আপ্ৰাণ শব্দৰ অৰ্থ কি?

a) পানী নথকা

b) প্ৰাণ টাকি কৰা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) প্ৰাণ টাকি কৰা

১৮। অতীন্দিয় সন্ধি ভাঙা?

a) অতি + ইন্দ্ৰিয়

b) অতি + ইন্দ্ৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) অতি + ইন্দ্ৰিয়

১৯। খুঁত শব্দৰ অৰ্থ কি?

a) ছিদ্ৰ

b) নিন্দ্ৰা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ছিদ্ৰ

২০। হিমাচল সন্ধি ভাঙা?

a) হিম + অচল

b) হিম + আচল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) হিম + আচল

২১। বিদ্য়ালয় সন্ধি ভাঙা?

a) বিদ্য়া+লয়

b) হিম+আলয়

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) বিদ্য়া+লয়

২২। আপ্ৰাণ শব্দ অৰ্থ কি?

a) অকৃতজ্ঞ

b) দোষ 

c) প্ৰাণ টাকি কৰা 

উত্তৰঃ c) প্ৰাণ টাকি কৰা 

২৩। দুঃসাহসী শব্দ অৰ্থ কি?

a) মৰ-সাহী 

b) কমি 

c) ভাষণ 

উত্তৰঃ a) মৰ-সাহী 

২৪। মহীয়সী শব্দ অৰ্থ কি?

a) প্ৰবল

b) মানৱ 

c) মহান 

উত্তৰঃ c) মহান 

২৫। বিষাদপূৰ্ণ শব্দ অৰ্থ কি?

a) শোকযুক্ত

b) কোৱা

c) পেটত কথা নৰখা

উত্তৰঃ a) শোকযুক্ত