বিহু আদৰণি


১। বিহু আদৰণি পাঠটোৰ কবি জনৰ নাম কি?

a) মিত্ৰদেৱ মহন্ত

b) কৃষ্ণকান্ত সন্দিকৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মিত্ৰদেৱ মহন্ত

২। আঁচু শব্দৰ অৰ্থ কি?

a) আগচালি

b)কাপোৰৰ আঁচলত ফুল তুলিবলৈ বোলোৱা সূতা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)কাপোৰৰ আঁচলত ফুল তুলিবলৈ বোলোৱা সূতা

৩। বায়ে খোপালৈ বুলি কি ফুল আনিলে?

a) কপৌ ফুল

b) বেলি ফুল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কপৌ ফুল

৪। কবিতাটিক জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে?

a) কপৌ ফুল

b) বহল পাতেৰে নাহৰৰ ডালি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বহল পাতেৰে নাহৰৰ ডালি

৫। মিত্ৰদেৱ মহন্ত কিমান চনত জন্ম হৈছিল?

a) ১৮৮৬

b) ১৮৯৪

 c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৮৯৪

৬। খোলা শব্দৰ অৰ্থ কি?

a) কোনো কোমল বস্তু বেৰি ৰখা টান আৱৰণ

b) কাম কৰাৰ স্পৃহা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  a) কোনো কোমল বস্তু বেৰি ৰখা টান আৱৰণ

৭। আওলা শব্দৰ অৰ্থ কি?

a) আগচালি

b) আখৰেৰে নিলিখা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) আগচালি 

৮। মিত্ৰদেৱ মহন্ত ক'ত জন্ম হৈছিল?

a) কলিকতাত
    
b) যোৰহাটত

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) যোৰহাটত

৯। মিত্ৰদেৱ মহন্তৰ কিমান চনত মৃত্যু হৈছিল?

a) ১৯৮৮

b) ১৯৮৩

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৮৩

১০। মিত্ৰদেৱ মহন্তৰ পিতৃৰ নাম কি আছিল?

a) নিৰঞ্জনদেৱ

b) যোগেন্দ্ৰ কুমাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নিৰঞ্জনদেৱ

১১। মিত্ৰদেৱ মহন্তৰ মাতৃৰ নাম কি আছিল?

a) বগীতৰা দেৱী

b) মহাৰাজকুমাৰী বিনোদিনী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বগীতৰা দেৱী

১২। মিত্ৰদেৱ মহন্ত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিল?

a) যোৰহাটত

b) কলিকতাত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) যোৰহাটত

১৩। মিত্ৰদেৱ মহন্তৰ শিশু-সাহিত্যসমূহৰ অন্যতম কি?

a)  মৌ-ৰামায়ন

b) মৌ-মহাভাৰত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মৌ-মহাভাৰত

১৪। মিত্ৰদেৱ মহন্ত এগৰাকী কি আছিল?

a) প্ৰসিদ্ধ গীতিকা

b) প্ৰসিদ্ধ গায়িকা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) প্ৰসিদ্ধ গীতিকা

১৫। মিত্ৰদেৱ মহন্ত দ্বাৰা ৰচিত কি গীতটি অসম সাহিত্য সভাৰ আৰম্ভণী গীত?

a) চিৰ চেনেহী মোৰ ভাষা জননী

b)অসম আমাৰ ৰুপহী

c)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চিৰ চেনেহী মোৰ ভাষা জননী

১৬। কিমান বছৰ বয়সতে পিতৃক হেৰুৱাই মঘাই ওজা নিথৰুৱা হৈ পৰিছিল?

a) ১২

b) 

c)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) 

১৭। মঘাই ওজাই ঢোলৰ শিক্ষা কাৰ ওচৰত লৈছিল?

a)' ডিম্বেশ্বৰ গগৈ

b) হৰিভক্ত কটুৱাল

c)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)' ডিম্বেশ্বৰ গগৈ

১৮। থেৰেজু শব্দৰ অৰ্থ কি?

a) কাঁচিদঁৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল

b) ক্ষুদ্ৰ পৰিমাণৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কাঁচিদঁৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল

১৯। চ'তাই শব্দৰ অৰ্থ কি?

a) চ'ত মাহক মতা সম্বোধন

b) নাশ কৰোঁতা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চ'ত মাহক মতা সম্বোধন

২০। মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলুৱাৰ কথা কৈছে?

a) আঁচু

b) আওলা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) আওলা

২১। বৰ্হমথুৰি শব্দৰ অৰ্থ কি?

a) ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীয়ে                           

b) ভাষণ

c) ৰদ 

উত্তৰঃ a) ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীয়ে                           

২২। সুগৰ শব্দ অৰ্থ কি?

a) পৰিষ্কাৰ                    

b) উজু                        

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) পৰিষ্কাৰ  

২৩। ভমকা শব্দ অৰ্থ কি?

a) ভঁৰাল 

b) ডাঙৰ আৰু উজ্বল ( কাপোৰত বছা ফুল )

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ b) ডাঙৰ আৰু উজ্বল ( কাপোৰত বছা ফুল )

২৪। ৰচঙ্গা  শব্দ অৰ্থ কি?

a) পৰশ 

b) বৰ মিঠা 

c) বহুৰঙীন 

উত্তৰঃ c) বহুৰঙীন 

২৫। ককাই বহুবচন কি?

a) ককাইহত

b) ককাইবোৰ 

c) এটাও নহয় 

উত্তৰঃ a) ককাইহত

২৬। গামোচা বহুবচন কি?

a) গামোচাবোৰ 

b) গামোচাখিনি 

c) এটাও নহয় 

উত্তৰঃ a) গামোচাবোৰ 

২৭। মানুহৰ বহুবচন কি?
  
a) মানুহবোৰ  

b) মানুহখিনি

c) এটাও নহয় 

উত্তৰঃ a) মানুহবোৰ 

২৮। বাইদেউ বহুবচন কি?

a) বাইদেউহত 

b) বাইদেউবোৰ 

c) এটাও নহয় 

উত্তৰঃ a) বাইদেউহত 

২৯। পিঠা বহুবচন কি?  

a) পিঠাবোৰ 

b)  পিঠাখিনি 

c) এটাও নহয় 

উত্তৰঃ b)  পিঠাখিনি