অসমীয়া ভাষাৰ বিকাশৰ কথা


১। যোৱাবাৰ আহোতে খুড়াকে কিহৰ বিষয়ে কম বুলি কৈছিল?

a)  অসমীয়া ভাষাৰ বিষয়ে

b) হিন্দী ভাষাৰ বিষয়ে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)  অসমীয়া ভাষাৰ বিষয়ে


২। খুড়াকে কি খুলি সাঁচিপতীয়া পুথিৰ অনুকৃতি উলিয়াই লৈ ক'লে?

a) পুথি উলিয়াই লৈ

b) লেপটপ উলিয়াই লৈ

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) লেপটপ উলিয়াই লৈ

৩। তাৰমানে খুড়া ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি কোনে অলপ চিন্তা কৰি সুধিলে?

a) নয়নাই

b) ইফটিচামে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নয়নাই

৪। ত্ৰয়োদশ শতিকামানতে হেম সৰস্বতীয়ে কি নামৰ এখন পুথি ৰচনা কৰিছিল?

a) প্ৰহ্লাদ চৰিত্ৰ

b) সাহিত্য-সমালোচনা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) প্ৰহ্লাদ চৰিত্ৰ

৫। ত্ৰয়োদশ শব্দৰ অৰ্থ কি?

a)  স্থানীয়

b) তেৰ সংখ্যক

c) ইয়াৰ ভিতৰত এটাো নহয়

উত্তৰঃ b) তেৰ সংখ্যক

৬। অনুকৃতি শব্দৰ অৰ্থ কি?

a) সদৃশ ৰূপ

b) অস্থিৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) সদৃশ ৰূপ

৭। উপাদান শব্দ অৰ্থ কি?

a) অনুমান

b) বস্তুৰ মূল পদাৰ্থ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বস্তুৰ মূল পদাৰ্থ

৮। নয়নাই কাৰ মুখলৈ চাই সুধিলে বুজিলিনে এতিয়া?

a) খুড়াকৰ

b) ইফটিচামৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ইফটিচামৰ

৯। শংকৰী যোগৰ আগৰ যুগটোক কি যুগ বুলি কোৱা হয়?

a) কলি যুগ

b) প্ৰাক্ শংকৰী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) প্ৰাক্ শংকৰী

১০। অলিখিত শব্দৰ অৰ্থ কি?

a) অনুদান

b) লিপিবদ্ধ নোহোৱা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) লিপিবদ্ধ নোহোৱা

১১। আমোল শব্দৰ অৰ্থ কি?

a) কোনো অধিপতিয়ে শাসন কৰা কাল

b)  বশীভূত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কোনো অধিপতিয়ে শাসন কৰা কাল

১২। নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?

a) অসমীয়া ভাষাৰ বিষয়ে

b) ইংৰাজী ভাষাৰ বিষয়ে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) অসমীয়া ভাষাৰ বিষয়ে

১৩। আৱাসভূমি শব্দৰ অৰ্থ কি?

a) বদ্ধ

b) কোনো প্ৰাণী উদ্ভিদ সাধাৰণতে বৰ্তি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কোনো প্ৰাণী উদ্ভিদ সাধাৰণতে বৰ্তি

১৪। স্কুল, কলেজ, কাৰ্যালয়, ঘৰ আদিত ব্যৱহাৰ হোৱা কম্পিউটাৰক কি কম্পিউটাৰ বোলে?

a) মাইক্ৰ কম্পিউটাৰ

b) ঘৰুৱা কম্পিউটাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মাইক্ৰ কম্পিউটাৰ

১৫। কম্পিউটাৰ কি যুগৰ চালিকা শক্তি?

a)  কলি যুগৰ

b) আধুনিক যুগৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃb) আধুনিক যুগৰ

১৬ । আমেৰিকাৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ জন মাইখ্লি আৰু জে. প্ৰেছাপাৰ অকাৰ্টৰ নেতৃত্বত কিমান চনত বিশ্বৰ সৰ্বপ্ৰথম উচ্চক্ষমতাসম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰ নিৰ্মান কৰা হয়?

a) ১৯৮৭

b) ১৯৯২

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) ১৯৮৭

১৭। পাতল কম্পিউটাৰক কি কম্পিউটাৰ বোলে?

a) লেপটপ

b) মবাইল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) লেপটপ

১৮। হাতত লৈ ফুৰিব পৰা কম্পিউটাৰক কি বোলে?

a) মবাইল

b) লেপটপ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) লেপটপ

১৯। গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আদিত ব্যৱহাৰ কৰা অধিক শক্তিশালী বস্তুটোক কি বোলে?

a)  টিভি

b) কম্পিউটাৰ

c)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কম্পিউটাৰ

২০। ভাষাৰ দুটা উপাদানৰ নাম কি?

a) অসমীয়া আৰু হিন্দী

b) শব্দ আৰু বাক্য

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) শব্দ আৰু বাক্য

২১) স্থানীয় শব্দ অৰ্থ কি?

a) স্থায়ী

b) স্থান 

c) নিগাজি 

উত্তৰঃ a) স্থায়ী

 ২২। নিগাজি শব্দ অৰ্থ কি?

a) নমুনা 

b) পুৰণি 

c) আৰ্হি 

উত্তৰঃ b) পুৰণি 

২৩। স্বকীয় শব্দ অৰ্থ কি?

a) পৰশ

b) সোণাৰী 

c) নিজা 

উত্তৰঃ c) নিজা 

৪। ধুনিয়া এটা সমাৰ্থক শব্দ কি?

a) সুন্দৰ 

b) বেয়া 

c) পুথি 

উত্তৰঃ a) সুন্দৰ 

২৫। প্ৰাচীনৰ এটা সমাৰ্থক শব্দ কি?

 a) নতুন 

b) পুৰণি 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ c) পুৰণি 

২৬। পুথিৰ এটা সমাৰ্থক শব্দ কি?

a) সামৰণি 

b) গ্ৰন্থ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) গ্ৰন্থ

২৭। সামৰণিৰ এটা সমাৰ্থক শব্দ কি?

a) সমাপ্ত

b) প্ৰাচীন 

c) ধুনিয়া  

উত্তৰঃ a) সমাপ্ত

২৮। অসমীয়া শব্দটো আমাৰ কি হৈ থাকিব?

a) চিৰ চেনেহী ভাষা জননী হৈ থাকিব 

b) সকলো ভাষা লগত লগ হৈ থাকিব 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চিৰ চেনেহী ভাষা জননী হৈ থাকিব