মিত্ৰামিত্ৰ
১। সকলো শেষ হৈ গ'ল মহামন্ত্ৰী কোনে কাক কৈছিল?
a) দ্বাৰাপালে মহামন্ত্ৰিক
b) মহাৰাজে মহামন্ত্ৰিক
c) মহাৰাজে মহামন্ত্ৰিক
উত্তৰঃ b) মহাৰাজে মহামন্ত্ৰিক
২। মহাৰাজ জয় হওক কোনে কাক কৈছিল?
a) দ্বাৰাপালে মহাৰাজক
b) যজ্ঞজত্তই মহাৰাজক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) দ্বাৰাপালে মহাৰাজক
৩। এটা ভাল খবৰ আছে মহাৰাজ কোনে কাক কৈছিল?
a) মহামন্ত্ৰিয়ে মহাৰাজক
b) দ্বাৰাপালে মহাৰাজক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) দ্বাৰাপালে মহাৰাজক
৪। যিবা আজ্ঞা মহাৰাজ কোনে কাক কৈছিল?
a) যজ্ঞদত্তয়ে মহাৰাজক
b) দ্বাৰাপালে মহাৰাজক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) দ্বাৰাপালে মহাৰাজক
৫। ৰাজকোঁৱৰৰ ঘাতক বন্দীজনৰ কথাকে কৈছানে কোনে কাক কৈছিল?
a) মহাৰাজে দ্বাৰাপালক
b) দ্বাৰাপালে যজ্ঞদত্তক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) মহাৰাজে দ্বাৰাপালক
৬। আহাৰ গ্ৰহণ কৰক যজ্ঞদত্ত কোনে কাক কৈছিল?
a) দ্বাৰাপালে যজ্ঞদত্তক
b) মহাৰাজে যজ্ঞদত্তক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) মহাৰাজে যজ্ঞদত্তক
৭। সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল?
a) মহাৰাণীৰ
b) মহাৰাজৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) মহাৰাণীৰ
৮। কক্ষ শব্দৰ অৰ্থ কি?
a) কোৰ্হাল
b) কোঠা
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) কোঠা
৯। ককৰ্থনা শব্দৰ অৰ্থ কি?
a) তিৰস্কাৰ
b) বয়সত সৰু
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) তিৰস্কাৰ
১০। উদাসীন শব্দৰ অৰ্থ কি?
a) সংসাৰৰ সুখ ইচ্ছা নকৰা
b) সংসাৰৰ সুখ ইচ্ছা কৰা
c) ইয়াৰ ভিতৰত এটাো নহয়
উত্তৰঃ a) সংসাৰৰ সুখ ইচ্ছা নকৰা
১১। মহাৰাজ এতিয়া বা কি চিন্তাত নিমগ্ন হৈছে কোনে কাক কৈছে?
a) দ্বাৰাপালে মহাৰাজক
b) মহামন্ত্ৰীয়ে মহাৰাজক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) মহামন্ত্ৰীয়ে মহাৰাজক
১২। ঘাতক শব্দৰ অৰ্থ কি?
a) নাশ কৰোতা
b) মানুহেৰে ভৰি থকা
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) নাশ কৰোতা
১৩। স্বৰ্ণকাৰ শব্দৰ অৰ্থ কি?
a) সোণাৰী
b) শীঘ্ৰে
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) সোণাৰী
১৪। তিলমাত্ৰ শব্দৰ অৰ্থ কি?
a) সহানুভূতিশীল
b) ক্ষুদ্ৰ পৰিমাণৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) ক্ষুদ্ৰ পৰিমাণৰ
১৫। প্ৰচণ্ড শব্দৰ অৰ্থ কি?
a) ধুমুহা
b) নিৰুদ্দিষ্ট
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) ধুমুহা
১৬। শূলবিদ্ধ শব্দৰ অৰ্থ কি?
a) থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা
b) সুমিষ্ট
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা
১৭। কৃতঘ্ন শব্দৰ অৰ্থ কি?
a) অপকাৰী
b) ন্যায়পৰায়ণ
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) অপকাৰী
১৮। যথাবিধি শব্দৰ অৰ্থ কি?
a) সুমিষ্ট
b) নিদিষ্ট নিয়ম অনুসৰি
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) নিদিষ্ট নিয়ম অনুসৰি
১৯। প্ৰত্যূষতে শব্দৰ অৰ্থ কি?
a) তিলমাত্ৰ
b) প্ৰতিবিম্ব
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) প্ৰতিবিম্ব
২০। সূৰ্য + উদয় = কি?
a) সূৰ্যোদয়
b) মৰূদ্যান
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) সূৰ্যোদয়
২১। মিত্ৰ+অমিত্ৰ =কি?
a) উন্নতি
b) মিত্ৰামিত্ৰ
c) সদাশয়
উত্তৰঃ b) মিত্ৰামিত্ৰ
২২। মৃৎ+ময় =কি?
a) মৃন্ময়
b) পৰাধীন
উত্তৰঃ a) মৃন্ময়
২৩। উৎ+নতি = কি?
a) পৰাধীন
b) সদাশয়
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ c) ইয়াৰ ভিতৰত এটাও নহয়
২৪। উদ+ধাৰ = কি?
a) উদ্ধাৰ
b) সূৰ্যোদয়
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) উদ্ধাৰ
২৫। সন্ধি কেই প্ৰকাৰ?
a) এক প্ৰকাৰ
b) দুই প্ৰকাৰ
c) তিনি প্ৰকাৰ
উত্তৰঃ c) তিনি প্ৰকাৰ
২৬। সন্ধি কেইটা কি কি?
a) স্বৰসন্ধি, ব্য়ঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি
b) মিলনসন্ধি, বিষয়সন্ধি আৰু শেষৰসন্ধি
উত্তৰঃ a) স্বৰসন্ধি, ব্য়ঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি
২৭। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট এখনৰ নাম কি?
a) পত্নীপ্ৰসাদ
b) ভোজন-বিহাৰ
উত্তৰঃ a) পত্নীপ্ৰসাদ
২৮। শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা নাট এখনৰ নাম কি?
a) কেলিগোপাল
b) চোৰধৰা
উত্তৰঃ b) চোৰধৰা