আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ


১। সেই সময়ত তাই কিমান বছৰীয়া আছিল?

a) ১২

b) ১৪

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১২


২। ককাদেউতা-আইতাকৰ লগত ক'ত বাস কৰিছিল?

a) যোৰহাটৰ এখন গাঁৱত

b) উত্তৰ কৰ্ণাটকৰ এখন গাঁৱত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) উত্তৰ কৰ্ণাটকৰ এখন গাঁৱত

৩। সেই সময়ত বাতৰি কাকতখন কেতিয়া হাতত পৰেহি?

a) আবেলি

b) ৰাতিপুৱা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) আবেলি

৪। প্ৰতিদিনে কিহত চহৰৰ পৰা কাকত-পত্ৰবোৰ আহিছিল?

a) গাড়ীত

b) বাছত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বাছত

৫। সেই সময়ত কি নামৰ এখন উপন্যাস ওলাইছিল?

a) কাশীযাত্ৰী

b) গীতাঞ্জলি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কাশীযাত্ৰী

৬। কি বাবাৰ শিৰত পানী ঢালিব পাৰিলে খুব পুণ্যৰ কাম হ'ব বুলি ভাবিছিল?

a) বিশ্বনাথ বাবা

b) শিৱ বাবা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বিশ্বনাথ বাবা

৭। আইতাকৰ নাম কি আছিল?

a) কৃছ্তাক্কা

b) থানেশ্বৰী দেৱী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কৃছ্তাক্কা

৮। উদগ্ৰীৱ শব্দৰ অৰ্থ কি?

a) গালি

b) উদ্বাউল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) উদ্বাউল

৯। আইতাকক উপন্যাসৰ কথাখিনি পঢ়ি শুনাই উঠি তাই কলৈ গৈছিল?

a) খেলিবলৈ

b) ফুৰিবলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) খেলিবলৈ

১০। গাঁৱৰ মন্দিৰৰ চৌহদত তাই কি খেলিছিল?

a) কাবাদী

b) লুকা-চুৰি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) লুকা-চুৰি

১১। আইতাকে আন বৃদ্ধাসকলৰ লগত বহি কিহৰ কথা আলোচনা কৰিছিল?

a) কিতাপৰ কথা

b) উপন্যাসৰ কথা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) উপন্যাসৰ কথা

১২। এবাৰ ভাইটি-ভণ্টিহঁতৰ লগত তাই কলৈ গৈছিল?

a) বিয়ালৈ

b) খেলিবলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বিয়ালৈ

১৩। তাই বিয়াঘত থাকোতে কি কাকত আহিছিল?

a) কাশীযাত্ৰী

b) কৰ্মবীৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কৰ্মবীৰ

১৪। কাইলৈৰ পৰা কি বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰাৰ কথা কৈছিল?

a) কন্নড় বৰ্ণমালা

b) স্বৰবৰ্ণ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  a) কন্নড় বৰ্ণমালা

১৫। কি পূজাৰ দিনাখন মোৰ শিকন সমাপ্ত কৰিম বুলি কৈছিল?

a) সৰস্বতী পূজা

b) দূৰ্গা পূজা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) সৰস্বতী পূজা

১৬। কিমান বছৰৰ বয়সত আইতাকে লিখা-পঢ়া শিকিম বুলি কৈছিল?

a) ৬০

b) ৬২

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ৬২

১৭। শিক্ষাৰ বাবে কোনো বয়স?

a) আছে

b) নাই

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) নাই

১৮। পূজাৰ দিনা আইতাকে তাইক ক'ত বহিবলৈ দিলে?

a) টুলত

b) চকীত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) টুলত

১৯। আইতাকে তাইক কি দিলে?

a)  চাইকেল

b) ফ্ৰক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ফ্ৰক

২০। তাইৰ প্ৰথম প্ৰথম গৰাকী ছাত্ৰী কি সহ উত্তীৰ্ণ হৈছিল?

a) ষ্টাৰ

b) ডিষ্টিংচন

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ডিষ্টিংচন

 ২১। স্বচ্ছল শব্দ অৰ্থ কি?

a) চলাচলৰ অসুবিধা নথকা 

b) নিজা

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) চলাচলৰ অসুবিধা নথকা 

২২। উদগ্ৰীৱ শব্দ অৰ্থ কি?

a) উদ্বাউল 

b) নিন্দা 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) উদ্বাউল 

২৩। দৃঢ়সংকল্প শব্দ অৰ্থ কি?

a) দৃঢ়ভাৱে কৰা প্ৰতিজ্ঞা 

b) দুৱৰী 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) দৃঢ়ভাৱে কৰা প্ৰতিজ্ঞা 

২৪। অক্ষম শব্দ অৰ্থ কি?

a) ভঁৰাল 

b) মানুহ

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ c) ইয়াৰ ভিতৰত এটাও নহয় 

২৫। প্ৰচেষ্টা শব্দ অৰ্থ কি?

a) নিপুণ 

b) কমি 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ c) ইয়াৰ ভিতৰত এটাও নহয় 

২৬। শব্দ বিভক্তি এটা উদাহৰণ কি?

a) তোৰ মাৰ

b) মই কৰোঁ 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) তোৰ মাৰা 

২৭। ক্ৰিয়া বিভক্তি এটা উদাহৰণ কি?

a) মই কৰোঁ 

b)  তোৰ মাৰ

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) মই কৰোঁ