আৱিষ্কাৰৰ কাহিনী

১। ভেকুৱাম ব্ৰে'ক উদ্ভাৱন কৰা বিজ্ঞানীগৰাকীৰ নাম কি?

a) গুৰুপ্ৰসাদ দাস

b) লক্ষ্মীনাথ বেজবৰুৱা

c) ছাৰ আইজাক নিউটন

উত্তৰঃ a) গুৰুপ্ৰসাদ দাস

২। গুৰুপ্ৰসাদ দাস কিমান চনত জন্ম হৈছিল?

a) ১৯১২

b) ১৯০৪

c) ১৯২২

উত্তৰঃ b) ১৯০৪

৩। গুৰুপ্ৰসাদ দাস ক'ত জন্ম হৈছিল?

a) বিলৰতাৰি হাটী বৰপেটা

b) বিলৰতাৰি হাটী কমলাবাৰী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বিলৰতাৰি হাটী বৰপেটা

৪। গুৰুপ্ৰসাদ দাসৰ পিতৃৰ নাম কি?

a) ৰামপ্ৰসাদ

b) বিষ্ণুপ্ৰসাদ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ৰামপ্ৰসাদ

৫। গুৰুপ্ৰসাদ দাসৰ মাতৃৰ নাম কি?

a) মনোৰমা

b) পদ্মাৱতী

c) নলীনিবালা দেৱী

উত্তৰঃ b) পদ্মাৱতী

৬। গুৰুপ্ৰসাদ দাস কিমান চনত লণ্ডনৰ পৰা উভতি আহিছিল?

a) ১৯৪৪

b) ১৯৩১

c) ১৯২৬

উত্তৰঃ b) ১৯৩১

৭। গুৰুপ্ৰসাদ দাসে ৰে'লৰ চাকৰি এৰি কি কোম্পানীত যোগদান কৰিছিল?

a) অয়ল কোম্পনী

b) NEI Assam কোম্পানী

c) Amazon কোম্পানী

উত্তৰঃ a) অয়ল কোম্পনী

৮। কিমান চনত গুৰুপ্ৰসাদ দাসৰ মৃত্যু হৈছিল?

a) ১৯৮৯

b) ১৯৭৪

c) ১৯৮২

উত্তৰঃ c) ১৯৮২

৯। কিমান চনত জেমছ ৱাটে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰে?

a) ১৭৮২

b) ১৭৮২

c) ১৭৬৫

উত্তৰঃ c) ১৭৬৫

১০। কি শ্ৰেণীত নিজ চহৰ বৰপেটা এৰি কিশোৰ গুৰুপ্ৰসাদ কলকাতা পালেগৈ?

a) ৮ শ্ৰেণীত

b) ১০ শ্ৰেণীত

c) ১২ শ্ৰেণীত

উত্তৰঃ a) ৮ শ্ৰেণীত

১১। কলকাতা গৈ গুৰুপ্ৰসাদ দাসে কাৰ গেৰেজত যোগালিৰ কামত যোগদান কৰিলে?

a) কামেশ্বৰ দাসৰ গেৰেজত

b) ভোলানাধ দাসৰ গেৰেজত

c) লক্ষ্মীনাথ বেজবৰুৱা গেৰেজত

উত্তৰঃ b) ভোলানাধ দাসৰ গেৰেজত

১২। গুৰুপ্ৰসাদ দাসে কি গেৰেজত কাম কৰিছিল?

a) বাইক গেৰেজত

b) চাইকেল গেৰেজত

c) মটৰ গেৰেজত

উত্তৰঃ c) মটৰ গেৰেজত

১৩। কিমান চনত শেষ ভাগত লণ্ডনৰ ৰে'লৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউটৰ বাবে গুৰুপ্ৰসাদ দাস নিৰ্বাচিত হয়?

a) ১৯২৮

b) ১৯২৫

c) ১৯১৮

উত্তৰঃ b) ১৯২৫

১৪। কিমান চনৰ পৰা কিমান চনলৈ পৰিশ্ৰমেৰে গৱেষণা কৰি গুৰুপ্ৰসাদ দাসে বায়ুশূন্য ব্ৰে'ক বা ভেকুৱাম ব্ৰে'ক উদ্ভাৱন কৰে?

a) ১৯২২ চনৰ পৰা ১৯৪৪

b) ১৯২৬ চনৰ পৰা ১৯৩০

c) ১৯১৪ চনৰ পৰা ১৯২২

উত্তৰঃ b) ১৯২৬ চনৰ পৰা ১৯৩০

১৫। কিমান বছৰ ধৰি কঠোৰ পৰিশ্ৰমেৰে গৱে,মা কৰি গুৰুপ্ৰসাদ দাসে বায়ুশূন্য বায়ুশূন্য ব্ৰে'ক বা ভেকুৱাম ব্ৰে'ক উদ্ভাৱন কৰে?

a) দহবছৰ
 
b) বিশবছৰ

c) পাঁচবছৰ

উত্তৰঃ c) পাঁচবছৰ

১৬। পাছলৈ গুৰুপ্ৰসাদ দাসে এই ব্ৰে'কক কি ব্ৰে'কলৈ উন্নীত কৰে?

a) ছিমলেছ কইল

b) ভেকুৱাম কইল

c) ৱাৰ্ণ কইল

উত্তৰঃ a) ছিমলেছ কইল

১৭। ভেকুৱাম ব্ৰে'কৰ জৰিয়তে কি কোম্পানী বিখ্যাত হৈ পৰিল?

a) অয়ল কোম্পনী

b) ৱাৰ্ণ এণ্ড কোম্পানী

c) NEI Assam কোম্পানী

উত্তৰঃ b) ৱাৰ্ণ এণ্ড কোম্পানী

১৮। গুৰুপ্ৰসাদ দাসৰ অৱদানৰ নামেৰে কোম্পানীয়ে ভেকুৱাম ব্ৰে'কক কি বুলি নামকৰণ কৰে?

a)  ছি এ ব্ৰে'ক

b) বি ছি ব্ৰে'ক

c)জি পি ব্ৰে'ক

উত্তৰঃ c)জি পি ব্ৰে'ক

১৯। গুৰুপ্ৰসাদ দাসৰ অৱদানৰ স্বীকৃতি স্বৰূপে কি চৰকাৰে তেখেতক ভাৰতীয় ৰে'ল সেৱা ৰ পদ মৰ্যাদাৰে বিভূষিত কৰে?

a)  ভাৰত চৰকাৰে

b) বৃটিছ চৰকাৰে
 
c) অসম চৰকাৰে

উত্তৰঃ b) বৃটিছ চৰকাৰে

২০। অৱদান শব্দৰ অৰ্থ কি?

a) বিশেষ দান

b) কুকৰ্ম

c) অনুকৰণ

উত্তৰঃ a) বিশেষ দান

২১। সুচল শব্দৰ অৰ্থ কি?

a) সুগম 

b) পৰশ 

c) নিজা 

উত্তৰঃ সুগম 

২২। অতুলনীয় শব্দৰ অৰ্থ কি?

a) শ্ৰেষ্ঠ

b) অনুভৱ 

c) যাৰ তুলনা নাই 

 উত্তৰঃ c) যাৰ তুলনা নাই 

২৩। প্ৰায়োগিক শব্দৰ অৰ্থ কি?

a) আকুলতা 

b) ব্য়াৱহাৰিক

c) কোৱা 

উত্তৰঃ b) ব্য়াৱহাৰিক

২৪। দৃঢ়তা শব্দৰ অৰ্থ কি?

a) ভাষণ 

b) পুৰণি 

c) লৰ-চৰ নকৰা অৱস্থা 

উত্তৰঃ c) লৰ-চৰ নকৰা অৱস্থা 

২৫। সান্নিধ্য় শব্দৰ অৰ্থ কি?

a)  সুগম 

b) বৰ সোৱাদ 
 
c) পৰশ

উত্তৰঃ a)  সুগম 

২৬। কৰ্মস্পৃহা শব্দৰ অৰ্থ কি?

a) বৰ সোৱাদ 

b) কাম কৰাৰ প্ৰবল ইচ্ছা

c) পুৰণি

উত্তৰঃ b) কাম কৰাৰ প্ৰবল ইচ্ছা

২৭। মেডাম কুৰী আচল নাম কি?

a) মাৰিয়া ছক্লোডউস্কা

b) পিয়েৰে কুৰী
 
c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) মাৰিয়া ছক্লোডউস্কা

২৮। তেখেতৰ জন্ম কিমান চনত হৈছিল?

a) ১৯৮১ চনত 

b) ১৭৯৩ চনত

c) ১৮৬৭ চনত 

উত্তৰঃ c) ১৮৬৭ চনত 

২৯। মেডাম কুৰী কিমান চনত (মাৰিয়া) বিদ্য়ালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয়?

a) ১৮৩৪ চনত

b) ১৮৮২ চনত

c) ১৯১১ চনত

উত্তৰঃ b) ১৮৮২ চনত

৩০। কিমান চনত নবেল বঁটা লাভ কৰে?

a) ১৯১১ চনত 

b) ১৮৬৭ চনত 

c) ১৮৮২ চনত 

উত্তৰঃ a) ১৯১১ চনত