বেবেৰিবাং


১। বেবেৰিবাং কবিতাটিৰ কবি জনৰ নাম কি?

a) মিত্ৰদেৱ মহন্ত

b) ড° নিৰ্মলপ্ৰভা বৰদলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ড° নিৰ্মলপ্ৰভা বৰদলৈ

২। ফুচুক ফাচাক কথা এটাই কি কৰি আছিল?

a) চুচুক চামাক

b) জুপুক জাপাক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চুচুক চামাক

৩। পোলোক পালাক চকুৰে চাই কোন আহিল?

a) মোলোক দেউ

b) হৰিভক্ত কটুৱাল

c) ইয়াৰ ভিতৰত এটাও নহয়

৪। গুজুক গাজাক কথাৰ মেল কিমান পৰ মান বহিল?

a) চাৰি পৰ মান

b) তিনি পৰ মান

c) ইয়াৰ ভিতৰত এটাও নহয়?

উত্তৰঃ b) তিনি পৰ মান

৫। মোলোক দেউ যাবলৈ ওলাল কি খটক খাটাক?

a) খৰম

b) জোটা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) খৰম

৬। ঘোটোক ঘাটাক চাহ পানী খাই কি মটক মাটাক?

a) তামোল

b) মটৰ মাহ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) তামোল

৭। মোলোক দেউ বাট বুলিলে কি হাঁহি?

a) মিচিক মাচাক

b) মুচুক মাচাক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মুচুক মাচাক

৮। ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত জন্ম হৈছিল?

a) ১৯৪৮

b) ১৯৩৩

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৩৩

৯। ড° নিৰ্মলপ্ৰভা বৰদলৈ কি কবিতা পুথিখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

a) সুদীৰ্ঘ দিন আৰু ঋতু

b) মোৰ জীৱন-সোঁৱৰণ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) সুদীৰ্ঘ দিন আৰু ঋতু

১০। ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

a) ১৯৮৮
 
b) ১৯৮৩

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৮৩

১১। ড° নিৰ্মলপ্ৰভা বৰদলৈ কি পুথিৰ কাৰণে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?

a) চিল চিল চিলা

b) শালিকা ৰটৌ টৌ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চিল চিল চিলা

১২। ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত মৃত্যু হৈছিল?

a) ২০০৬

b) ২০১২.

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ২০০৬

১৩। ড° নিৰ্মলপ্ৰভা বৰদলৈ কি বিশ্ববিদ্যালয়ত প্ৰফেছাৰ হৈছিল?

 a) যোৰহাট বিশ্ববিদ্যালয়

b) গুৱাহাটী বিশ্ববিদ্যালয়

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) গুৱাহাটী বিশ্ববিদ্যালয়

১৪। ড° নিৰ্মলপ্ৰভা বৰদলৈ কি বিভাগত প্ৰফেছাৰ হৈছিল?

a) ৰীডাৰ 

b) অসমীয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ৰীডাৰ 

১৫। জৱাহৰলাল নেহৰু কি ৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লয়?

a) সভাপতি

b) প্ৰফেছাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) প্ৰফেছাৰ

১৬। ড° নিৰ্মলপ্ৰভা বৰদলৈ একাধাৰে কবি, গীতিকাৰ, প্ৰবন্ধকাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক আৰু কি গৱেষক আছিল?

a) চিত্ৰকৰ

b) অসমীয়া সাহিত্য

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) অসমীয়া সাহিত্য

১৭। বন বিশেষণ শব্দ কি?

a) বনুৱা

b) ঘৰুৱা

c) ইয়াৰ ভিতৰত এটাও নহয়?

উত্তৰঃ a) বনুৱা


১৮। ধ্বনিক অনুকৰণ কৰি যিবোৰ শব্দৰ সৃষ্টি কৰা হয় তাক কি কি শব্দ বোলে?

a) ধ্বন্যাত্মক অনুৰূপ

b) ধ্বন্যাত্মক অনুকাৰ
 
c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ধ্বন্যাত্মক অনুকাৰ

১৯। ভাত উতলাদি কেনেকৈ উতলি আছিল?
  
a) ভুতুক ভাতাক

b) খটক খাটাক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ভুতুক ভাতাক

২০। সাৰ বিশেষণ শব্দ কি?

a)সাৰুৱা

b)খাৰুৱা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)সাৰুৱা

২১। বেবেৰিবাং কবিতাটো উৎস কি?

a) মৰুৱা ফুল 

b) পুলুক পালক 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) মৰুৱা ফুল 

২২। ঘৰ বিশেষণ শব্দ কি?

a) ঘৰুৱা 

b) সাৰুৱা 

c) ইয়াৰ ভিতৰত এটাও নহয়
 
উত্তৰঃ a) ঘৰুৱা 

২৩। পলস বিশেষণ শব্দ কি?

a) পলসুৱা 

b) বনুৱা 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) পলসুৱা 

২৪। বজাৰ বিশেষণ শব্দ কি?

a) পলসুৱা 

b) সাৰুৱা 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ c) ইয়াৰ ভিতৰত এটাও নহয়

২৫। নপহিলে দেউতাই কি কৰে?

a) তিৰবিৰ কৰে 

b) কেৰ মেৰ কৰে 

c) খেচ খেচ কৰে 

উত্তৰঃ c) খেচ খেচ কৰে