সঞ্চয়


১। সঞ্চয় কবিতাটিৰ কবি জনৰ নাম কি?

a) নীলমণি ফুকন

b) ড° নিৰ্মলপ্ৰভা বৰদলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নীলমণি ফুকন

২। বাক্য এটাত কৰ্তাৰ কাৰ্য সম্পূৰ্ণ কৰা ক্ৰিয়াক কি ক্ৰিয়া বোলে?

a) অসমাপিকা ক্ৰিয়া

b) সমাপিকা ক্ৰিয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) সমাপিকা ক্ৰিয়া

৩। বাক্যৰ মাজত থকা কৰ্তাৰ কাৰ্য সম্পূৰ্ণ নোহোৱা ক্ৰিয়াক কি ক্ৰিয়া বোলে?

a) অসমাপিকা ক্ৰিয়া

b) সমাপিকা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) অসমাপিকা ক্ৰিয়া

৪। অসমাপিকা ক্ৰিয়াৰ বিভক্তি কি?

a) 

b) 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) 

৫। নীলমণি ফুকন কিমান চনত জন্ম হৈছিল?

a) ১৮৮৮

b) ১৮৮০

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৮৮০

৬। নীলমণি ফুকনৰ পিতৃৰ নাম কি?

a) লম্বোদৰ

b) কৃষ্ণকান্ত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) লম্বোদৰ

৭। কৰকৰা শব্দৰ অৰ্থ কি?

a) পাছত ওপজা

b) শুকান

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) শুকান

৮। নীলমণি ফুকনে কৰ পৰা এন্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

a) ডিব্ৰুগড়ৰ পৰা

b) যোৰহাটৰ পৰা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ডিব্ৰুগড়ৰ পৰা

৯। কুন্ধি শব্দৰ অৰ্থ কি?

a) নাৱৰ ভিতৰৰ খোটালি

b) কোঠা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নাৱৰ ভিতৰৰ খোটালি

১০। নীলমণি ফুকনে এন্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ কত দিগ্ৰী লৈছিল?

a) গুৱাহাটীৰ কলেজত

b) কোচবিহাৰৰ কলেজত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কোচবিহাৰৰ কলেজত

১১। নীলমণি ফুকনে ক'ত শিক্ষকতাৰে পাতনি মেলে?

a) ডিব্ৰুগড়ৰ জৰ্জ স্কুলত

b) যোৰহাটৰ জৰ্জ স্কুলত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ডিব্ৰুগড়ৰ জৰ্জ স্কুলত

১২। নীলমণি ফুকনৰ কিমান চনত মৃত্যু হয়?

a) ১৯৮৮

b) ১৯৭৭

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৭৭

১৩। ঘুলি শব্দৰ অৰ্থ কি?

a) ম'হ গাহৰি আদি জন্তুৱে বোকা লেটি লোৱা খাল

b) নাশ কৰোতা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ম'হ গাহৰি আদি জন্তুৱে বোকা লেটি লোৱা খাল

১৪। বোৰত অন্ত্যধ্বনি মিলা শব্দ কি?

a) চাঙত

b) বিচনীখন

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চাঙত

১৫। নকয় অন্ত্যধ্বনি মিলা শব্দ কি?

a) ঘুলিৰ

b) নহয়

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) নহয়

১৬। নিতে অন্ত্যধ্বনি মিলা শব্দ কি?

a) মাটি

b) হৰে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) হৰে

১৭। নেদেখা বিপৰীত শব্দ কি?

a) অন্ধ

b) দেখা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) দেখা

১৮। নিৰ্মল শব্দৰ অৰ্থ কি?

a) মলিন

b) কৃপণ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মলিন

১৯। হিত শব্দৰ অৰ্থ কি?

a) চোৰ-চাং

b) বিট

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বিট

২০। কৃপণ শব্দৰ অৰ্থ কি?

a) চিকতা

b) বৰ্ষণ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চিকতা

২১। বৰ্ষণ শব্দ অৰ্থ কি?

a) বৰষুণ হোৱা কাৰ্য 

b) নিপুণ 

c) কোৱা 

উত্তৰঃ a) বৰষুণ হোৱা কাৰ্য 

২২। অসাধু বিপৰিত শব্দ কি?

a) সাধু 

b) ব্য়য়   

c) দেখা 

উত্তৰঃ a) সাধু 

২৩। জ্ঞান বিপৰিত শব্দ কি?

a) দেখা 

b) অহিত 

c) অজ্ঞান 

উত্তৰঃ c) অজ্ঞান 

২৪। পোহৰ বিপৰিত শব্দ কি?

a) আন্ধাৰ 

b) অজ্ঞান

c) মলিয়ন 

উত্তৰঃ a) আন্ধাৰ 

২৫। শান্তিয়নী শব্দ অৰ্থ কি?

a) শান্তি কৰা পানী

b) ধৰণ 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) শান্তি কৰা পানী

২৬। পুণ্য়তোয়া শব্দ অৰ্থ কি?

a) ভঁৰাল 

b) মহান 

c) পবিত্ৰ পানী থকা (নদী) 

উত্তৰঃ c) পবিত্ৰ পানী থকা (নদী)