মহো-হো গীত
১। মাইৰবা অসমীয়া শব্দ কি?
a) হিদল
b) মাৰিবলৈ
c) ভাল
উত্তৰঃ b) মাৰিবলৈ
২। লৰি-চৰি যাওঁতে কি পাইছিল?
a) সোণাৰ কড়ি
b) চাউল কড়ি
c) দিলাক কড়ি
উত্তৰঃ a) সোণাৰ কড়ি
৩। মহ মাইৰবা কি লউ?
a) সোণাৰ
b) নুণ
c) টকান
উত্তৰঃ c) টকান
৪। টকান মান্য অসমীয়া ৰূপটো কি?
a) সোণাৰ
b) টাঙোন
c) মাৰিবলৈ
উত্তৰঃ b) টাঙোন
৫। মাকোক কি বিভক্তি?
a) ক্ৰিয়া বিভক্তি
b) অব্যয়
c) বিশেষণ
উত্তৰঃ a) ক্ৰিয়া বিভক্তি
৬। টেপৰত বিভক্তি কি?
a) ক্ৰিয়া বিভক্তি
b) বিশেষ্য
c) নাম বিভক্তি
উত্তৰঃ c) নাম বিভক্তি
৭। দিলাক মান্য অসমীয়া ৰূপটো কি?
a) লোণ
b) দিলে
c) কৰিলে
উত্তৰঃ b) দিলে
৮। বুঢ়াদিয়াৰ বিভক্তি কি?
a) ক্ৰিয়া বিভক্তি
b) নাম বিভক্তি
c) সৰ্বনাম
উত্তৰঃ a) ক্ৰিয়া বিভক্তি
৯। মাকোক মান্য অসমীয়া ৰূপটো কি?
a) গছত
b) মাকক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) মাকক
১০। সোণাৰ বিভক্তি কি?
a) ক্ৰিয়া বিভক্তি
b) নাম বিভক্তি
c) বিশেষণ
উত্তৰঃ a) ক্ৰিয়া বিভক্তি
১১। লউ মান্য় অসমীয়া ৰূপটো কি?
a) ল
b) টাকা
c) হিদল
উত্তৰঃ a) ল
১২। হিদেলি মান্য় অসমীয়া ৰূপটো কি?
a) দিলে
b) হিদল
c) ভাল
উত্তৰঃ b) হিদল
১৩। ভালা মান্য় অসমীয়া ৰূপটো কি?
a) ভাল
b) হিদল
c) টকা
উত্তৰঃ a) ভাল
১৪। গাও মান্য় অসমীয়া ৰূপটো কি ?
a) ভাল
b) দিলে
c) গা / শৰীৰ
উত্তৰঃ c) গা / শৰীৰ
১৫। টাকা মান্য় অসমীয়া ৰূপটো কি?
a) টকা
b) ল
c) দিব
উত্তৰঃ a) টকা
১৬। গাছত মান্য় অসমীয়া ৰূপটো কি?
a) নুণ
b) গছত
c) দিলাক
উত্তৰঃ b) গছত
0 Comments