৫ ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ

১। কি কৰিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয়?

a) সাংকেতিক চিহ্ন দেখুৱাবলৈ

b) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ

c) দূৰত্ব জুখিবলৈ

উত্তৰঃ b) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ

২। তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়?
উউ
a) পানী ভাগ

b) পৰ্বত

c) সমভূমি

উত্তৰঃ a) পানী ভাগ

৩। প্ৰধান দিশ কেইটা?

a) পাঁচটা

b) চাৰিটা

c) তিনিটা

উত্তৰঃ b) চাৰিটা

৪। মাপনীৰ সহায় নোলোৱাকৈ অঁকা আনুমানিক চিত্ৰক কি বোলে?

a) নক্সা

b) মানচিত্ৰ

c) আৰ্হি চিত্ৰ

উত্তৰঃ c) আৰ্হি চিত্ৰ

৫। মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় তৃতীয় বিধ উপাদান কি?

a) সাধাৰণ মানচিত্ৰ

b) ৰাজনৈতিক মানচিত্ৰ

c) সাংকেতিক চিহ্ন

উত্তৰঃ c) সাংকেতিক চিহ্ন

 ৬। জনসংখ্যাৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধৰ নাম কি?

a) বতৰৰ মানচিত্ৰ

b) বিষয় ভিত্তিক মানচিত্ৰ

c) ৰাজনৈতিক মানচিত্ৰ

উত্তৰঃ b) বিষয় ভিত্তিক মানচিত্ৰ

৭। মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক কি বোলে?

a) প্ৰচলিত চিহ্ন

b) প্ৰাকৃতিক মানচিত্ৰ

c) কৃষি মানচিত্ৰ

উত্তৰঃ a) প্ৰচলিত চিহ্ন

৮। প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক কি মানচিত্ৰ বোলে?

a) সাধাৰণ মানচিত্ৰ

b) জনসংখ্যা মানচিত্ৰ

c) প্ৰাকৃতিক মানচিত্ৰ

উত্তৰঃ a) সাধাৰণ মানচিত্ৰ

৯। মানচিত্ৰৰ ১ চে.মি. দূৰত্বই ধৰাপৃষ্ঠৰ ১০০ কি.মি. বুজাব। এনেবোৰ মানচিত্ৰক কি মানচিত্ৰ বোলে?

a) ডাঙৰ মাপনীৰ মানচিত্ৰ 

b) সৰু মাপনীৰ মানচিত্ৰ

c) বিষয় ভিত্তিক মানচিত্ৰ

উত্তৰঃ b) সৰু মাপনীৰ মানচিত্ৰ

১০। ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰক কি বোলে?

a) নক্সা

b) সৰু মাপনীৰ মানচিত্ৰ

c) মানচিত্ৰ

উত্তৰঃ a) নক্সা

১১। বৰ্তমান সময়ত ভূগোল অধ্য়য়নৰ বাবে বিভিন্ন প্ৰকাৰৰ________ব্য়ৱহাৰ কৰা হয়?

a) আহিলা

b) মানচিত্ৰ

c) আৰ্হিচিত্ৰ

উত্তৰঃ a) আহিলা

১২। গোলকৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত কিছুমান__________আছে?

a) সীমাৱদ্ধতা

b) উদ্দেশ্য় 
 
c) আৰ্হিচিত্ৰ

উত্তৰঃ a) সীমাৱদ্ধতা

১৩। মানচিত্ৰত কোনো এক ধৰণৰ তথ্য় বা বহুধৰণৰ তথ্য়ৰ বিতৰণ একেলগে কি কৰিব পাৰি?

a) বিলাব পাৰি

b) দেখুৱাব

c) প্ৰস্তুত

উত্তৰঃ b) দেখুৱাব

১৪। মাপনী বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কেই  ভাগত ভগাব পাৰি?

a) চাৰি ভাগত

b) তিনি ভাগত

c) দুই ভাগত

উত্তৰঃc) দুই ভাগত

১৫। মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় তৃতীয় বিধ উপাদান কি?

a) সাংকেতিক চিহ্ন

b) দূৰত্ব

c) দিশ

উত্তৰঃ a) সাংকেতিক চিহ্ন

১৬। মানচিত্ৰত ব্য়ৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে কি?

a) একে

b) বেলেগ

c) বিভিন্ন

উত্তৰঃ a) একে

১৭। বিভিন্ন চিহ্নৰ নিচিনাকৈ তথ্য় উপস্থাপনৰ বাবে মানচিত্ৰত বিভিন্ন কি ব্য়ৱহাৰ কৰা হয়?

a) চিত্ৰ

b)ৰঙ

c) পথ

উত্তৰঃ b)ৰঙ

১৮। মাপনীৰ সহায় নোলোৱাকৈ অঁকা আনুমানিক চিত্ৰক কি চিত্ৰ বোলে?

a) সাংকেতিক চিত্ৰ

b) প্ৰচলিত চিত্ৰ

c) আৰ্হি চিত্ৰ

উত্তৰঃ c) আৰ্হি চিত্ৰ

১৯। কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ থূলমূল অৱস্থান দেখুৱাই প্ৰস্তুত কৰা চিত্ৰক কি চিত্ৰ বোলে?

a) আৰ্হি চিত্ৰ

b) সাংকেতিক চিত্ৰ

c)প্ৰচলিত চিত্ৰ

উত্তৰঃ a) আৰ্হি চিত্ৰ

২০। ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰক কি বোলে?

a) নক্সা

b) দিশ
 
c) দূৰত্ব

উত্তৰঃ a) নক্সা

২১ | মানচিত্ৰৰ প্ৰধান উপাদান কেইটা ? 

a) ২ টা 

b) ৩ টা 

c)  ৪ টা 

উত্তৰঃ b) ৩ টা 

২২ | উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰ বিধ কি ? 

a) বতৰৰ মানচিত্ৰ 

b) বিষয় ভিত্তিক মানচিত্ৰ 

c) ৰাজনৈতিক মানচিত্ৰ 

উত্তৰঃ b) বিষয় ভিত্তিক মানচিত্ৰ 

২৩ | স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কেইটা ভাগত ভগাব পাৰি | 

a) ২ টা 

b) ৩ টা 

c) ৪ চা 

উত্তৰঃ a) ২ টা 

২৪ | কিহৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক দুই প্ৰকাৰত ভগাব পাৰি | 

a) মানচিত্ৰৰ 

b) স্কেলৰ 

c) ওপৰৰ এটাও নহয় 

উত্তৰঃ b) স্কেলৰ