২। পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 2
১। অসমৰ দৰং জিলাখন ক'ত অৱস্থিত?
a) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে
b) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে
c) ব্ৰহ্মপুত্ৰৰ পশ্চিম পাৰে
উত্তৰঃa) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে
২। গুৱাহাটী মহানগৰখন কিমান উত্তৰ অক্ষাংশত অৱস্থিত?
a) ২৬ ১/২° উত্তৰ অক্ষাংশত
b) ২১ ১/২° উত্তৰ অক্ষাংশ
c) ২৮ ১/২° উত্তৰ অক্ষাংশ
উত্তৰঃa) ২৬ ১/২° উত্তৰ অক্ষাংশত
৩। বিষুৱৰেখাৰ মান কিমান অক্ষাংশ?
a) ২° অক্ষাংশ
b) ০° অক্ষাংশ
c) ১° অক্ষাংশ
উত্তৰঃb) ০° অক্ষাংশ
৪। মুখ্য দ্ৰাঘিমাৰেখাৰ মান কিমান?
a) ৯০°
b) ০°
c) ৬৬°
উত্তৰঃb) ০°
৫। শীত মণ্ডলৰ অৱস্থান কি অঞ্চলত?
a) মেৰু অঞ্চলত
b) বিষুৱীয় অঞ্চলত
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃa) মেৰু অঞ্চলত
৬। বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?
a) ৬৬ ১/২° দক্ষিণ অক্ষাংশ
b) ২৩ ১/২° দক্ষিণ অক্ষাংশ
c) ২৩ ১/২° উত্তৰ অক্ষাংশ
উত্তৰঃb) ২৩ ১/২° দক্ষিণ অক্ষাংশ
৭। ১° অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান?
a) ১৮০ ডাল
b) ৩৬০ ডাল
c) ৯০ ডাল
উত্তৰঃb) ৩৬০ ডাল
৮। কৰ্কট ক্ৰান্তি অক্ষৰেখাৰ অক্ষাংশ কিমান?
a) ২৩ ১/২° উঃ অক্ষাংশ
b) ২৩ ১ /২° দঃ অক্ষাংশ
c) ১৮ ১/২° উঃ অক্ষাংশ
উত্তৰঃa) ২৩ ১/২° উঃ অক্ষাংশ
৯। প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক কি বোলে?
a) বিষুৱ ৰেখা
b) দ্ৰাঘিমা ৰেখা
c) অক্ষাংশ
উত্তৰঃc) অক্ষাংশ
১০। কোনো এটা বস্তৰ দেখা ৰূপটোক কি বোলে?
a) আকাৰ
b) আকৃতি
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃb) আকৃতি
১১। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালক কি বোলে?
a) অক্ষৰেখা
b) বিষুৱ ৰেখা
c) মেৰুদণ্ড
উত্তৰঃc) মেৰুদণ্ড
১২। মেৰুদণ্ডডালে সংযোগ কৰা ওপৰৰ পিনে থকা বিন্দুটোক কি বোলে ?
a) উত্তৰ মেৰু বা সুমেৰু
b) দক্ষিণ মেৰু বা কুমেৰু
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃa) উত্তৰ মেৰু বা সুমেৰু
১৩। অসমৰ ধুবুৰী চহৰৰ অক্ষাংশ কিমান?
a) ২৬° দঃ অক্ষাংশ
b) ২৫° উঃ অক্ষাংশ
c) ২৬° উঃ অক্ষাংশ
উত্তৰঃc) ২৬° উঃ অক্ষাংশ
১৪। অসমৰ ধুবুৰী চহৰৰ দ্ৰাঘিমাংশ কিমান?
a) ৯০° পূঃ দ্ৰাঘিমাংশ
b) ২৬° দঃ দ্ৰাঘিমাংশ
c) ২৬° পূঃ দ্ৰাঘিমাংশ
উত্তৰঃa) ৯০° পূঃ দ্ৰাঘিমাংশ
১৫। গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?
a) তলৰ ফালে
b) ওপৰ ফালে
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃb) ওপৰ ফালে
১৬। কুমেৰু বৃত্তৰ অক্ষাংশ কিমান?
a) ৬৬ ১/২° উত্তৰ অক্ষাংশ
b) ২৩ ১/২° উত্তৰ অক্ষাংশ
c) ৬৬ ১/২° দক্ষিণ অক্ষাংশ
উত্তৰঃc) ৬৬ ১/২° দক্ষিণ অক্ষাংশ
১৭। পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূবা-পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালক কি বোলে?
a) দ্ৰাঘিমা ৰেখা
b) বিষুৱ ৰেখা
c) অক্ষৰেখা
উত্তৰঃb) বিষুৱ ৰেখা
১৮। কোনো এটা বস্তৱে আগুৰি থকা ঠাইৰ পৰিমাণক কি বোলে?
a) আকাৰ
b) আকৃতি
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃa) আকাৰ
১৯। সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা অত্যধিক হোৱা অঞ্চলত মানুহৰ গাৰ বৰণ কেনেকুৱা?
a) ক'লা
b) বগা
c) ইয়াৰভিতৰত এটাও নহয়
উত্তৰঃa) ক'লা
২০। মকৰ ক্ৰান্তি অক্ষৰেখাৰ অক্ষাংশ কিমান?
a) ২৩ ১/২° দঃ অক্ষাংশ
b) ২১ ১/২° উঃ অক্ষাংশ
c) ২১ ১/২° দঃ অক্ষাংশ
উত্তৰঃa) ২৩ ১/২° দঃ অক্ষাংশ
২১ | পূথিৱীয়ে কিহৰ পৰা পোহৰ আৰু তাপ পায় |
a) সূৰ্যৰ পৰা
b) চন্দ্ৰ পৰা
c) উল্কা পৰা
উত্তৰঃ a) সূৰ্যৰ পৰা
২২ | পূথিৱীয়ে নিজ কক্ষ পথেৰে সূৰ্যৰ চাৰিও ফালে ঘূৰা যি গতি তাক কি বোলে |
a) পৰিভ্ৰমণ বা বাৰ্ষিক গতি
b) আৱৰ্তন বা আহ্নিক গতি
c) ওপৰৰ এটাও নহয়
উত্তৰঃ a) পৰিভ্ৰমণ বা বাৰ্ষিক গতি
২৩ | পূথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সস্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে |
a) ২৪ ঘন্টা
b) ১০ ঘন্টা
c) ২২ ঘন্টা
উত্তৰঃ a) ২৪ ঘন্টা
২৪ | পূথিৱীৰ গতি কেইটা ?
a) ৩ টা
b) ২ টা
c) ৪ টা
উত্তৰঃ b) ২ টা
২৫| পূথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান |
a) ৩৬৫ দিন আৰু প্ৰায় ৬ ঘন্টা
b) ২৬৫ দিন আৰু প্ৰায় ৬ ঘন্টা
c) ওপৰৰ এটাও নহয়
উত্তৰঃ a) ৩৬৫ দিন আৰু প্ৰায় ৬ ঘন্টা
২৬ | পূথিৱীৰ বাৰ্ষিক গতিৰ ফলত কি সলনি হয় |
a) সময়
b) ঋতু
c) ওপৰৰ এটাও নহয়
উত্তৰঃ b) ঋতু
২৭ | কিমান তাৰিখে সূৰ্যৰ ৰশ্মি বিষুৱৰ ওপৰত লস্বভাৱে পৰে |
a) ২১ জানুৱাৰী
b) ২৩ ছেপ্টেস্বৰ
c) ২২ মাৰ্চ
উত্তৰঃ b) ২৩ ছেপ্টেস্বৰ
0 Comments