জীৱজগত


Chapter-1


১.পৰিৱেশৰ উপাদানসমূহক কেইটা ভাগত ভগাব পাৰি

(ক) ২

(খ)৩

(গ)৪

উত্তৰঃ (ক) ২


২.পৰিৱেশৰ অজৈৱিক উপাদান হল

(ক) বায়ু

(খ) পানী

(গ) উদ্ভিদ

উত্তৰঃ (ক) বায়ু।


(৩) উদ্ভিদৰ বিকাশ আৰু বৃদ্ধিৰ বাবে কিহৰ প্ৰয়োজন

ক) (ক)পানী

খ) (খ) খনিজ লৱণ

গ) (গ) ওপৰৰ গোটেইকেইটা শুদ্ধ

উত্তৰঃ গ) (গ) ওপৰৰ গোটেইকেইটা শুদ্ধ।


(৪)প্ৰাণীয়ে নিজৰ খাদ্য প্ৰস্তুত কৰিব

(ক)পাৰে

(খ)নোৱাৰে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)নোৱাৰে।


(৫)পৰিৱেশৰ জৈৱিক উপাদান হল

(ক)উদ্ভিদ

(খ) জীৱ-জন্তু

(গ)ওপৰৰ গোটেইকেইটা শুদ্ধ

উত্তৰঃ (গ)ওপৰৰ গোটেইকেইটা শুদ্ধ।


(৬ )সেউজীয়া উদ্ভিদে কিহৰ পৰা শক্তি আহৰণ কৰে

(ক)সূৰ্যৰ পোহৰ

(খ) তাপ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)সূৰ্যৰ পোহৰ।


(৭) জীৱই শ্বসন-ক্ৰিয়া সম্পন্ন

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কৰে।


(৮) উদ্ভিদে কি প্ৰক্ৰিয়াৰ সহায় লয়

(ক)ৰেচন

(খ) শ্বসন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ৰেচন।


(৯) সেউজীয়া উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত

(ক)কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)কৰে।


(১০) জীৱসমূহে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।


(১১)  উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰে

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।


১২/ পৃথিৱীখনৰ মূলত কেইবিধ উপাদান আছে

(ক) ২ বিধ

(খ) ৩ বিধ

(গ) ৪ বিধ

উত্তৰঃ (ক) ২ বিধ।


১৩/ উশাহ – নিশাহৰ এটা কি অংশ

(ক) বায়ু

(খ) শ্বসন

(গ) অক্সিজেন

উত্তৰঃ (খ) শ্বসন।


১৪/ আমাৰ দেহত কি গেছ উৎপন্ন হয় 

(ক) কাৰ্বন ডাই অক্সাইড

(খ) অক্সিজেন

(গ) হাইড্ৰজেন

উত্তৰঃ (ক) কাৰ্বন ডাই অক্সাইড।


১৫/ সেউজীয়া উদ্ভিদে কৰ পৰা শক্তি আহৰণ কৰে

(ক) সূৰ্যৰ পোহৰ

(খ) সালোকসংশ্লেষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সূৰ্যৰ পোহৰ।


১৬/ এঠাইৰ পৰা আনঠাইলৈ যোৱাক কি বোলে

(ক) চলন

(খ) গমন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গমন।

উত্তৰঃ (ক) হয়।


১৮/ প্ৰাণী দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্ত ওলাই যোৱা পদ্ধতি হল

(ক) পাচন

(খ) ৰেচন

(গ) শ্বসন

উত্তৰঃ (খ) ৰেচন।


১৯/ লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়

(ক) পোহৰ

(খ) তাপ

(গ) স্পৰ্শ

উত্তৰঃ (গ) স্পৰ্শ।


২০/ উদ্ভিদে কি পদ্ধতিৰে নিজৰ খাদ্য় প্ৰস্তত কৰে

(ক) সালোক – সংশ্লেষণ

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সালোক – সংশ্লেষণ।