Chapter 14
সীতানাথ ব্ৰহ্মচৌধুৰী
১। কদম কলি কিমান চনত প্ৰকাশ হৈছিল?
(ক) ১৯২৪ চনত
(খ) ১৯২৫ চনত
(গ) ১৯২৬ চনত
উত্তৰ- (খ) ১৯২৫ চনত ।
২। গাওঁ সংগঠন নাম দি যুক্তাক্ষৰবিহীন এখন কি ৰচনা কৰিছিল?
(ক) কবিতা
(খ) কিতাপ
(গ) গ্ৰন্থ
উত্তৰ- (খ) কিতাপ ।
৩। শেষত তেওঁ মনৰ কৌতূহল দমাব নোৱাৰি কাক সুধিলে?
(ক) মাকক
(খ) দেউতাকক
(গ) ককায়েকক
উত্তৰ- (গ) ককায়েকক ।
৪। সকলোৱে এক হৈ অসমৰ সামগ্ৰিক কিহৰ কাৰণে কাম কৰা উচিত?
(ক) উন্নতিৰ কাৰণে
(খ) আলোচনাৰ কাৰণে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) উন্নতিৰ কাৰণে ।
৫। যুক্তাক্ষৰবিহীন কিতাপখন কোনে ৰচনা কৰিছিল?
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা
(খ) লক্ষ্মীনাথ বেজবৰুা
(গ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে
উত্তৰ- (গ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ।
৬। তিলোত্তমা বৰুৱা ছদ্মনামত কবিতা লিখি কি সৃষ্টি কৰিছিল?
(ক) আলোড়নৰ সৃষ্টি কৰিছিল
(খ) কাপোৰ সৃষ্টি কৰিছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) আলোড়নৰ সৃষ্টি কৰিছিল ।
৭। বীৰঝৰা হাইস্কুল কিমান চনত প্ৰতিষ্ঠা হয়?
(ক) ১৯৩৮ চনত
(খ) ১৯৩৯ চনত
(গ) ১৯৪০ চনত
উত্তৰ- (খ) ১৯৩৯ চনত ।
৮। ব্ৰহ্মচৌধুৰীয়ে শিক্ষা সাং কৰিয়েই কি কৰিবলৈ আগবাঢ়ি আহে?
(ক) লোকসভাত যোগদান কৰিবলা
(খ) সমাজসেৱা কৰিবলৈ
(গ) ৰাজনৈতিকত যোগদান কৰিবলৈ
উত্তৰ- (খ) সমাজসেৱা কৰিবলৈ ।
৯। ১৯৪৬ চনত ব্ৰহ্মচৌধুৰী কোন লোকেল ব’ৰ্ডৰ ভাইছ চেয়াৰমেন নিৰ্বাচিত হয়?
(ক) ধুবুৰী
(খ) শিৱসাগৰ
(গ) যাগীৰোড
উত্তৰ- (ক) ধুবুৰী ।
১০। কিমান চনত কিমান তাৰিখে সীতানাথ ব্ৰহ্মচৌধুৰী মৃত্য়ু হয়?
(ক) ১৯৭২ চনত ২ জানুৱাৰীত
(খ) ১৯৭৯ চনত ১৯ আগষ্টত
(গ) ১৯৮২ চনত ২৩ নৱেম্বত
উত্তৰ- (গ) ১৯৮২ চনত ২৩ নৱেম্বত ।
১১। নগৰ + ঈয়া=?
(ক) নগৰীয়া
(খ) নগৰিয়া
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (ক) নগৰীয়া ।
১২। মন্ত্ৰীজনে মাহেকত কিমান দৰমহা পায়?
(ক) দুই হাজাৰ
(খ) চাৰি হাজাৰ
(গ) পাঁচ হাজাৰ
উত্তৰ- (গ) পাঁচ হাজাৰ ।
১৩। কিমান চনত ফুলেশ্বৰী দৈমাৰী কবিতা পুথি প্ৰকাশ পায়?
(ক) ১৯৬৭
(খ) ১৯৭৬
(গ) ১৯২৩
উত্তৰ- (খ) ১৯৭৬ ।
১৪। কিমান চনত বঙাইগাঁৱত এখন কলেজ প্ৰতিষ্ঠাৰো ব্ৰত লয়?
(ক) ১৯৬৪
(খ) ১৯০৮
(গ) ১৯৮৫
উত্তৰ- (ক) ১৯৬৪ ।
১৫। তেওঁ কি ৰূপে আমাৰ মাজত চিৰস্মৰণীয়?
(ক) কবিৰূপে
(খ) সমন্বয়ৰ প্ৰতীকৰূপে
(গ) ওপৰৰ এটও নহয়
উত্তৰ- (খ) সমন্বয়ৰ প্ৰতীকৰূপে ।
১৬। চহৰ + ঈয়া =?
(ক) চহৰিয়া
(খ) নগৰীয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
১৭। ছাৰ ছৈয়দ ছাদুল্লা কোন আছিল?
(ক) শিক্ষক
(খ) প্ৰধান মন্ত্ৰী
(গ) মিনিষ্টাৰ
উত্তৰ- (খ) প্ৰধান মন্ত্ৰী ।
১৮। চাকৰ + ই =?
(ক) চাকৰী
(খ) চাকৰি
(গ) চাকৰিয়া
উত্তৰ- (খ) চাকৰি ।
১৯। বিদ্য়াৰ + আলয়=?
(ক) বিদ্য়আলয়
(খ) বিদ্য়ালয়
(গ) বীদ্য়ালয়
উত্তৰ- (খ) বিদ্য়ালয় ।
২০। পাহাৰ + ঈয়া=?
(ক) পাহাৰিয়া
(খ) পাহাৰীয়া
(গ) পহৰীয়া
উত্তৰ- (খ) পাহাৰীয়া ।
Type: Pompi Hazarika
0 Comments