Chapter 14

সীতানাথ ব্ৰহ্মচৌধুৰী

   


১। কদম কলি কিমান চনত প্ৰকাশ হৈছিল?

(ক) ১৯২৪ চনত

(খ) ১৯২৫ চনত

(গ) ১৯২৬ চনত

উত্তৰ- (খ) ১৯২৫ চনত ।


২। গাওঁ সংগঠন নাম দি যুক্তাক্ষৰবিহীন এখন কি ৰচনা কৰিছিল?

(ক) কবিতা

(খ) কিতাপ

(গ) গ্ৰন্থ

উত্তৰ- (খ) কিতাপ ।


৩। শেষত তেওঁ মনৰ কৌতূহল দমাব নোৱাৰি কাক সুধিলে?

(ক) মাকক

(খ) দেউতাকক

(গ) ককায়েকক

উত্তৰ- (গ) ককায়েকক ।


৪। সকলোৱে এক হৈ অসমৰ সামগ্ৰিক কিহৰ কাৰণে কাম কৰা উচিত?

(ক) উন্নতিৰ কাৰণে

(খ) আলোচনাৰ কাৰণে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) উন্নতিৰ কাৰণে ।


৫। যুক্তাক্ষৰবিহীন কিতাপখন কোনে ৰচনা কৰিছিল?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

(খ) লক্ষ্মীনাথ বেজবৰুা

(গ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে

উত্তৰ- (গ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ।


৬। তিলোত্তমা বৰুৱা ছদ্মনামত কবিতা লিখি কি সৃষ্টি কৰিছিল?

(ক) আলোড়নৰ সৃষ্টি কৰিছিল

(খ) কাপোৰ সৃষ্টি কৰিছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) আলোড়নৰ সৃষ্টি কৰিছিল ।


৭। বীৰঝৰা হাইস্কুল কিমান চনত প্ৰতিষ্ঠা হয়?

(ক) ১৯৩৮ চনত

(খ) ১৯৩৯ চনত

(গ) ১৯৪০ চনত

উত্তৰ- (খ) ১৯৩৯ চনত ।


৮। ব্ৰহ্মচৌধুৰীয়ে শিক্ষা সাং কৰিয়েই কি কৰিবলৈ আগবাঢ়ি আহে?

(ক) লোকসভাত যোগদান কৰিবলা

(খ) সমাজসেৱা কৰিবলৈ

(গ) ৰাজনৈতিকত যোগদান কৰিবলৈ

উত্তৰ- (খ) সমাজসেৱা কৰিবলৈ ।


৯। ১৯৪৬ চনত ব্ৰহ্মচৌধুৰী কোন লোকেল ব’ৰ্ডৰ ভাইছ চেয়াৰমেন নিৰ্বাচিত হয়?

(ক) ধুবুৰী

(খ) শিৱসাগৰ

(গ) যাগীৰোড

উত্তৰ- (ক) ধুবুৰী ।


১০। কিমান চনত কিমান তাৰিখে সীতানাথ ব্ৰহ্মচৌধুৰী মৃত্য়ু হয়?

(ক) ১৯৭২ চনত ২ জানুৱাৰীত

(খ) ১৯৭৯ চনত ১৯ আগষ্টত

(গ) ১৯৮২ চনত ২৩ নৱেম্বত

উত্তৰ- (গ) ১৯৮২ চনত ২৩ নৱেম্বত ।


১১। নগৰ + ঈয়া=?

(ক) নগৰীয়া

(খ) নগৰিয়া

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (ক) নগৰীয়া ।


১২। মন্ত্ৰীজনে মাহেকত কিমান দৰমহা পায়?

(ক) দুই হাজাৰ

(খ) চাৰি হাজাৰ

(গ) পাঁচ হাজাৰ

উত্তৰ- (গ) পাঁচ হাজাৰ ।


১৩। কিমান চনত ফুলেশ্বৰী দৈমাৰী কবিতা পুথি প্ৰকাশ পায়?

(ক) ১৯৬৭

(খ) ১৯৭৬

(গ) ১৯২৩

উত্তৰ- (খ) ১৯৭৬ ।


১৪। কিমান চনত বঙাইগাঁৱত এখন কলেজ প্ৰতিষ্ঠাৰো ব্ৰত লয়?

(ক) ১৯৬৪

(খ) ১৯০৮

(গ) ১৯৮৫

উত্তৰ- (ক) ১৯৬৪ ।


১৫। তেওঁ কি ৰূপে আমাৰ মাজত চিৰস্মৰণীয়? 

(ক) কবিৰূপে

(খ) সমন্বয়ৰ প্ৰতীকৰূপে

(গ) ওপৰৰ এটও নহয়

উত্তৰ- (খ) সমন্বয়ৰ প্ৰতীকৰূপে ।


১৬। চহৰ + ঈয়া =?

(ক) চহৰিয়া

(খ) নগৰীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।


১৭। ছাৰ ছৈয়দ ছাদুল্লা কোন আছিল?

(ক) শিক্ষক

(খ) প্ৰধান মন্ত্ৰী

(গ) মিনিষ্টাৰ

উত্তৰ- (খ) প্ৰধান মন্ত্ৰী ।


১৮। চাকৰ + ই =?

(ক) চাকৰী

(খ) চাকৰি

(গ) চাকৰিয়া

উত্তৰ- (খ) চাকৰি ।


১৯। বিদ্য়াৰ  + আলয়=?

(ক) বিদ্য়আলয়

(খ) বিদ্য়ালয়

(গ) বীদ্য়ালয়

উত্তৰ- (খ) বিদ্য়ালয় ।


২০। পাহাৰ + ঈয়া=?

(ক) পাহাৰিয়া

(খ) পাহাৰীয়া

(গ) পহৰীয়া

উত্তৰ- (খ) পাহাৰীয়া ।



 Type: Pompi Hazarika