উদ্ভিদৰ পৰিপুষ্টি

১. সকলো জীৱৰ বাবে কি প্ৰয়োজন ?

1) পানী

2) খাদ্য

 3) এটাও নহয়

Ans: খাদ্য


২. জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটো হ'ল ?

1) দ্ৰব্য

2) পৰিপুষ্টি

3) পৰপোষী

Ans: পৰিপুষ্টি


৩.  কিহে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে ?

1) উদ্ভিদে

2) মানুহে

3) প্ৰাণীয়ে

Ans: উদ্ভিদে


৪. উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা কাৰখানাটো কি ?

1) গা-গছ

2) পাত

3) শিপা

Ans:পাত


৫. সলোক সংশ্লেষণ প্ৰক্ৰিয়াত কি নিৰ্গত হয় ?

1) নাইট্ৰ'জেন

2) কাৰ্বন-ডাই-অক্সাইড

3) অক্সিজেন

Ans: অক্সিজেন


৬. সকলো জীৱৰে শক্তিৰ মূল  উৎস কি ?

1) সূৰ্য

2) খাদ্য

3) অক্সিজেন

Ans: সূৰ্য


৭. কিহৰ উপস্থিতিত খাদ্যত সংশ্লেষণ হয় ?

1) পানী

2) পত্ৰহৰিৎ

3) সূৰ্যৰ ৰশ্মিৰ

Ans: সূৰ্যৰ ৰশ্মিৰ


৮. কি গেছ শ্বেতসাৰলৈ পৰিৱৰ্তিত হয় ?

1) অক্সিজেন

2) কাৰ্বহাইড্ৰেট

3) নাইট্ৰ'জেন

Ans: কাৰ্বহাইড্ৰেট


৯. পাতত কি থাকে ?

1) শ্বেতসাৰ

2) দ্ৰব্য

3) এটাও নহয়

Ans: শ্বেতসাৰ


১০.  পাতে কি ধৰি ৰাখে ?

1) শক্তি

2) পানী

3) সৌৰশক্তি

Ans: সৌৰশক্তি


১১. উদ্ভিদৰ  দ্বাৰা সংশ্লেষিত খাদ্যসমূহ কি হিচাপে সঞ্চিত হৈ থাকে ?

1) খাদ্য

2) গ্লুক'জ

3) ওপৰত দিয়া এটাও নহয়

Ans: গ্লুক'জ


১২. শস্য চপোৱাৰ পিছত মাটিত কিহৰ অভাৱ হয় ?

1) নাইট্ৰ'জেন

2) খাদ্য

3) অক্সিজেন

Ans: নাইট্ৰ'জেন


১৩. যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে তেনেবোৰ উদ্ভিদৰ কি নাথাকে ?

1) শ্বেতসাৰ

2) বেক্টেৰিয়া

3) পত্ৰহৰিৎ

Ans: পত্ৰহৰিৎ


১৪.  উদ্ভিদক প্ৰ'টিন প্ৰস্তুত কৰিবলৈ কিহৰ আৱশ্যক হয় ?

1) নাইট্ৰ'জেন

2) কাৰ্ব'হাইড্ৰেট

3) শ্বেতসাৰ

Ans: নাইট্ৰ'জেন


১৫.  খেতিয়কে যিডৰা মাটিত মাহজাতীয় শস্য বা উদ্ভিদ ৰোপণ কৰে তাত কি সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয় ?

1) বেক্টেৰিয়া

2) নাইট্ৰ'জেনযুক্ত সাৰ

3) ৰাসায়নিক সাৰ

Ans: নাইট্ৰ'জেনযুক্ত সাৰ


১৬. উদ্ভিদে মাটি পৰা কি দ্ৰব্য শোষণ কৰে ?

1) খনিজ দ্ৰব্য

2) পৰিপোষক দ্ৰব্য

3) খনিজ পৰিপোষক দ্ৰব্য

Ans: খনিজ পৰিপোষক দ্ৰব্য


১৭. বৰষুণৰ বতৰত কিহেৰে বহুতো সামগ্ৰী নষ্ট কৰে ?

1) বেক্টেৰিয়া

2) ভেঁকুৰ

3) এটাও নহয়

Ans: ভেঁকুৰ


১৮. ভেঁকুৰে তাৰ দেহৰ পৰা কি ৰস নিঃসৰণ কৰে ?

1) দ্ৰব্য

2) বেক্টেৰিয়া

3) পাচক ৰস

Ans: পাচক ৰস

১৯. উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি পোনে পোনে শোষণ কৰিব নোৱাৰে ?

1) নাইট্ৰ'জেন

2) অক্সিজেন

3) কাৰ্বন-ডাই-অক্সাইড

Ans: কাৰ্বন-ডাই-অক্সাইড


২০. যিজোপা উদ্ভিদত বগাই যায় আৰু খাদ্য শোষণ কৰে তাক কি বোলা হয় ?

1) পৰজীৱী

2) পৰিপোষক

3) পোষক

Ans: পোষক


Type Susmita Kakati