উদ্ভিদৰ পৰিপুষ্টি
১. সকলো জীৱৰ বাবে কি প্ৰয়োজন ?
1) পানী
2) খাদ্য
3) এটাও নহয়
Ans: খাদ্য
২. জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটো হ'ল ?
1) দ্ৰব্য
2) পৰিপুষ্টি
3) পৰপোষী
Ans: পৰিপুষ্টি
৩. কিহে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে ?
1) উদ্ভিদে
2) মানুহে
3) প্ৰাণীয়ে
Ans: উদ্ভিদে
৪. উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা কাৰখানাটো কি ?
1) গা-গছ
2) পাত
3) শিপা
Ans:পাত
৫. সলোক সংশ্লেষণ প্ৰক্ৰিয়াত কি নিৰ্গত হয় ?
1) নাইট্ৰ'জেন
2) কাৰ্বন-ডাই-অক্সাইড
3) অক্সিজেন
Ans: অক্সিজেন
৬. সকলো জীৱৰে শক্তিৰ মূল উৎস কি ?
1) সূৰ্য
2) খাদ্য
3) অক্সিজেন
Ans: সূৰ্য
৭. কিহৰ উপস্থিতিত খাদ্যত সংশ্লেষণ হয় ?
1) পানী
2) পত্ৰহৰিৎ
3) সূৰ্যৰ ৰশ্মিৰ
Ans: সূৰ্যৰ ৰশ্মিৰ
৮. কি গেছ শ্বেতসাৰলৈ পৰিৱৰ্তিত হয় ?
1) অক্সিজেন
2) কাৰ্বহাইড্ৰেট
3) নাইট্ৰ'জেন
Ans: কাৰ্বহাইড্ৰেট
৯. পাতত কি থাকে ?
1) শ্বেতসাৰ
2) দ্ৰব্য
3) এটাও নহয়
Ans: শ্বেতসাৰ
১০. পাতে কি ধৰি ৰাখে ?
1) শক্তি
2) পানী
3) সৌৰশক্তি
Ans: সৌৰশক্তি
১১. উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ কি হিচাপে সঞ্চিত হৈ থাকে ?
1) খাদ্য
2) গ্লুক'জ
3) ওপৰত দিয়া এটাও নহয়
Ans: গ্লুক'জ
১২. শস্য চপোৱাৰ পিছত মাটিত কিহৰ অভাৱ হয় ?
1) নাইট্ৰ'জেন
2) খাদ্য
3) অক্সিজেন
Ans: নাইট্ৰ'জেন
১৩. যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে তেনেবোৰ উদ্ভিদৰ কি নাথাকে ?
1) শ্বেতসাৰ
2) বেক্টেৰিয়া
3) পত্ৰহৰিৎ
Ans: পত্ৰহৰিৎ
১৪. উদ্ভিদক প্ৰ'টিন প্ৰস্তুত কৰিবলৈ কিহৰ আৱশ্যক হয় ?
1) নাইট্ৰ'জেন
2) কাৰ্ব'হাইড্ৰেট
3) শ্বেতসাৰ
Ans: নাইট্ৰ'জেন
১৫. খেতিয়কে যিডৰা মাটিত মাহজাতীয় শস্য বা উদ্ভিদ ৰোপণ কৰে তাত কি সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয় ?
1) বেক্টেৰিয়া
2) নাইট্ৰ'জেনযুক্ত সাৰ
3) ৰাসায়নিক সাৰ
Ans: নাইট্ৰ'জেনযুক্ত সাৰ
১৬. উদ্ভিদে মাটি পৰা কি দ্ৰব্য শোষণ কৰে ?
1) খনিজ দ্ৰব্য
2) পৰিপোষক দ্ৰব্য
3) খনিজ পৰিপোষক দ্ৰব্য
Ans: খনিজ পৰিপোষক দ্ৰব্য
১৭. বৰষুণৰ বতৰত কিহেৰে বহুতো সামগ্ৰী নষ্ট কৰে ?
1) বেক্টেৰিয়া
2) ভেঁকুৰ
3) এটাও নহয়
Ans: ভেঁকুৰ
১৮. ভেঁকুৰে তাৰ দেহৰ পৰা কি ৰস নিঃসৰণ কৰে ?
1) দ্ৰব্য
2) বেক্টেৰিয়া
3) পাচক ৰস
Ans: পাচক ৰস
১৯. উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি পোনে পোনে শোষণ কৰিব নোৱাৰে ?
1) নাইট্ৰ'জেন
2) অক্সিজেন
3) কাৰ্বন-ডাই-অক্সাইড
Ans: কাৰ্বন-ডাই-অক্সাইড
২০. যিজোপা উদ্ভিদত বগাই যায় আৰু খাদ্য শোষণ কৰে তাক কি বোলা হয় ?
1) পৰজীৱী
2) পৰিপোষক
3) পোষক
Ans: পোষক
Type Susmita Kakati