প্ৰাণীৰ পৰিবহন তন্ত্ৰ


১। উচ্চ খাপৰ প্ৰামীৰ পৰিবহণ কেইটা উপাদানেৰে গঠিত ?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: তিনিটা

২। তেজৰ কিমান শতাংশ জুলীয়া প্লাজমা আছে ?

1) ৪৫

2) ৫৫

3) ৬৬

Ans: ৫৫

৩। প্লাজমাত কেইপ্ৰকাৰৰ ৰক্তকণিকা ওপঙি থাকে ?

1) তিনিপ্ৰকাৰৰ

2) আঠপ্ৰকাৰৰ

3) দুইপ্ৰকাৰৰ

Ans: তিনিপ্ৰকাৰৰ

৪। তেজত শ্বেত ৰক্তকণিকাৰ সংখ্যা মাত্ৰ কিমান?

1) ৩০০০-৪০০০

2) ৬০০০-৮০০০

3) ১০০০-৯০০০

Ans: ৬০০০-৮০০০

৫। ৰক্তবাহী নলী কেই প্ৰকাৰৰ ?

1) দুইপ্ৰকাৰৰ

2) তিনিপ্ৰকাৰৰ

3) চাৰিপ্ৰকাৰৰ

Ans: দুইপ্ৰকাৰৰ

৬। ষ্টেথ'স্ক'প এটি কি যন্ত্ৰ ?                                                                  

1) হৃদযন্ত্ৰ

2) সৰলযন্ত্ৰ

3) শ্ৰৱনযন্ত্ৰ

Ans: সৰলযন্ত্ৰ

৭। ইংৰাজ চিকিৎসক কোনে তেজৰ পৰিবহণ আৱিস্কাৰ কৰিছিল ?

1) উইলিয়াম হাৰ্ভেই

2) ৰবাৰ্ট হুক

3) উইলিয়াম ড্ৰেক

Ans: উইলিয়াম হাৰ্ভেই

৮। এজন প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত প্ৰতি মিনিটত কিমান বাৰ হৃজস্পন্দন হয়?

1) ৬২-৭১

2) ৭২-৮০

3) ৮০-৯০

Ans: ৭২-৮০

৯। বৃক্কৰ কাৰ্যকৰী একক হ'ল?

1) ইউৰিক এচিড

2) মূত্ৰনলী

3) ৰেচন নলিকা

Ans: ৰেচন নলিকা

১০। শ্বেত ৰক্তনকণিকা কেইপ্ৰকাৰৰ ?

1) একপ্ৰকাৰৰ

2) দুইপ্ৰকাৰৰ

3) তিনিপ্ৰকাৰৰ

Ans: দুইপ্ৰকাৰৰ

১১। প্লাজমাত কিমান শতাংশ পানী থকে?

1) ৮৭

2) ৯০

3) ৯২

Ans: ৯২

১২। লোহিত ৰক্তকণিকাত কি নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে?

1) প্লীহা

2) মজ্জাত

3) হিম'গ্ল'বিন

Ans: হিম'গ্ল'বিন

১৩। পূৰ্ণবয়স্ক পুৰুষৰ দেহত প্ৰতি ঘনমিঃমিঃ তেজত কিমান মিলিয়ন লোহিত ৰক্তকণিকা থাকে?

1) ৫-৫.৫

2) ৬-৬.৭

3) ৭-৭.৮

Ans: ৫-৫.৫

১৪। শৰীৰৰ ভিতৰত জেত কিহৰ মাজেৰে চলাচল কৰে?

1) ধমনী মাজেৰে

2) নলীৰ মাজেৰে

3) হৃদযন্ত্ৰৰ মাজেৰে

Ans: নলীৰ মাজেৰে

১৫। সেইবোৰক কি বোলে?

1) সিৰা

2) ক্লোমসিৰা

3) ৰক্তবাহী নলী

Ans: ৰক্তবাহী নলী

১৬। কিহৰ মাজেৰে তেজ উচ্চ চাপত আৰু দ্ৰুত গতিত প্ৰবাহিত হয়?

1) সিৰাৰ

2) ধমনীৰ

3) ৰক্তবাহী নলী

Ans: ধমনীৰ

১৭। ৰক্তবাহী নলীয়ে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ আনে সেইবোৰক বি বোলে?

1) সিৰা

2) ধমনী

3) অলিন্দ

Ans: সিৰা

১৮। কাৰ বেৰ পাতল?

1) ক্লোমধমনীৰ

2) হৃদযন্ত্ৰৰ

3) সিৰাৰ

Ans: সিৰাৰ

১৯। অতি মিহি নলিকাবোৰক কি নলিকা বোলে?

1) সিৰা

2) কৈশিক

3) হৃদস্পন্দন

Ans: কৈশিক

২০। কাৰ ফলত তেজ দেহত অবিৰতভাৱে চলাচল কৰি থাকে?

1) হৃদযন্ত্ৰৰ

2) ক্লোমধমনীৰ

3) হৃদস্পন্দনৰ

Ans: হৃদযন্ত্ৰৰ

Type Susmita Kakati