উদ্ভিদৰ পৰিবহণ তন্ত্ৰ


১। কি উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে?

1) সালোক সংশ্লষণ হোৱা উদ্ভিদে

2) সেউজীয়া উদ্ভিদে

3) জীৱই

Ans: সেউজীয়া উদ্ভিদে

২। পাতত প্ৰস্তুত হোৱা খাদ্যবোৰ গছৰ কোনবোৰ অংশলৈ যায় ?

1) ফল, পাত, ডাল

2) ডাল, শিপা আৰু ফুল

3) ওপৰৰ এটাও নহয়

Ans: ডাল, শিপা আৰু ফুল

৩। গছৰ শিপাই কিহৰ দ্বাৰা পানী আৰু খনিজ লৱণ শোষণ কৰে?

1) আগৰ দ্বাৰা

2) শিপাৰ দ্বাৰা

3)মূলৰোমৰ দ্বাৰা

Ans: মূলৰোমৰ দ্বাৰা

৪। কিহৰ সহায়ত পানী, খনিজ লৱণ আদি উদ্ভিদৰ শিপাৰ ভিতৰলৈ সোমায়?

1) বলৰ দ্বাৰা

2) আলুৰ দ্বাৰা

3) আসৃতিৰ দ্বাৰা

Ans: আসৃতিৰ দ্বাৰা

৫। সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কেতিয়া হয়?

1) পানী গৈ পাত পোৱাৰ লগে লগে

2) পানী গৈ শিপা পোৱাৰ লগে লগে

3) ওপৰৰ এটাও নহয়

Ans: পানী গৈ পাত পোৱাৰ লগে লগে

৬। পাতত প্ৰস্তুত হোৱা খাদ্য কিহৰ সহায়ত চালনীৰ দ্বাৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ হয়?

1) ফ্লোৱেমৰ সহায়ত

2) সিৰাৰ সহায়ত

3) জাইলেমৰ সহায়ত

Ans: ফ্লোৱেমৰ সহায়ত

৭। সংবহন গুচ্ছ কিহৰ দ্বাৰা গঠিত ?

1) ফ্লোৱেমৰ দ্বাৰা

2) জাইলেম আৰু ফ্লোৱেমৰ দ্বাৰা

3) সিৰা আৰু ধমনীৰ দ্বাৰা

Ans: জাইলেম আৰু ফ্লোৱেমৰ দ্বাৰা

৮। পাতে পানী বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াটোক কি বোলে?

1) সালোক সংশ্লেষণ প্ৰক্ৰিয়া

2) প্ৰস্বেদন

3) চাপ

Ans: প্ৰস্বেদন

৯। প্ৰস্বেদনৰ ফলত পত্ৰৰন্ধেৰে বাহিৰলৈ যাওতে কি চাপৰ সৃষ্টি হয়?

1) উচ্চ চাপ

2) নিম্ন চাপ

3) শোষণ চাপ

Ans: শোষণ চাপ

১০। গছৰ ডাল এটা ৰঙীন পানীত থৈ দিলে কোনটো অংশ ৰঙীন হ'ব?

1) জাইলেম

2) ফ্লোৱেম

3) সিৰা

Ans: জাইলেম

১১। জীয়াই থাকিবলৈ সকলো জীৱকে কিহৰ প্ৰয়োজন?

1) পানী

2) শৰ্কৰা

3) আহাৰৰ

Ans: আহাৰৰ

১২। কাৰ দ্বাৰা উদ্ভিদে পানী আৰু খনিজ লৱণ শোষণ কৰে?

1) শিপাৰ

2) ফুলৰ

3) পাতৰ

Ans: শিপাৰ

১৩। কোনে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে?

1) উদ্ভিদে

2) প্ৰাণীয়ে

3) সালোক সংশ্লেষণে

Ans: প্ৰাণীয়ে

১৪। সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে কি তৈয়াৰ কৰিব পাৰি?

1) বায়ু

2) পানী

3) আহাৰ

Ans: আহাৰ

১৫। সালোক সংশ্লেষণ সেউজীয়া অংশ প্ৰধানকৈ ক'ত থাকে?

1) শিপাত

2) পাতত

3) ফুলত

Ans: পাতত

১৬। আহাৰৰ পৰা আমি কি পাওঁ?

1) প্ৰ'টিন

2) ভিটামিন

3) শক্তি

Ans: শক্তি

১৭। উদ্ভিদৰ পানী, খাদ্য় আদি কি কলাৰে পৰিবহণ হয়?

1) জাইলেম

2) সংবহন

3) প্ৰস্বেদন

Ans: সংবহন

১৮। কি নলিকাৰে উদ্ভিদৰ পানী পৰিবহণ হয়?

1) জাইলম

2) মূলৰোম

3) প্ৰস্বেদন

Ans: জাইলম

১৯। পানী উঠিবলৈ কিহৰ প্ৰয়োজন হয়? 

1) শক্তিৰ

2) প্ৰস্বেদনৰ

3) সংবহন কলা

Ans: শক্তিৰ

২০। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰাৰ বাবে যিমানখিনি পানীৰ দৰকাৰ তাতকৈ বহু বেছি পানী কিহে শোষণ কৰে?

1) সংবহনে

2) শিপাই

3) প্ৰস্বেদনে

Ans: শিপাই

Type Susmita Kakati