উদ্ভিদৰ প্ৰজনন

১। প্ৰজনন কেইপ্ৰকাৰৰ ?

1) দুই প্ৰকাৰৰ

2) তিনি প্ৰকাৰৰ

3) চাৰি প্ৰকাৰৰ

Ans: তিনি প্ৰকাৰৰ

২। এবিধ মাটিৰ তলত থকা কাণ্ডৰ নাম লিখা ।

1) আলু

2) কমলা

3) আম

Ans: আলু

৩। বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াটোক কি বোলে?

1) উদ্ভিদ

2) প্ৰজনন

3) যৌন

Ans: প্ৰজনন

৪। কিছুমান উদ্ভিদৰ পাত আৰু শিপাতো কি থাকে?

1) মুকুল

2) কাণ্ড

3) সপুষ্পক

Ans: মুকুল

৫। স্ত্ৰীকেশৰক কেইটা ভাগত ভাগ কৰা হৈছে?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: তিনিটা

৬। ফুলৰ ঠিক সোঁমাজত কি অৱস্থিত ?

1) স্ত্ৰীকেশৰক

2) সূত্ৰ

3) ৰেণু

Ans: স্ত্ৰীকেশৰক

৭। গৰ্ভাশয়ৰ ভিতৰত এটা বা ততোধিক কি থাকে ?

1) ডিম্বক

2) চক্ৰ

3) পুংকেশৰ

Ans: ডিম্বক

৮। বীজৰ পাখিত কি অংশ থাকে?

1) অসদৃশ

2) সদৃশ

3) ওপৰৰ এটাও নহয়

Ans: অসদৃশ

৯। মাটিৰ তলত থকা কাণ্ডক কি বোলে?

1) নিষেচন বোলে

2) মৃদ্গচ বোলে

3) প্ৰজনন বোলে

Ans: মৃদ্গচ বোলে

 ১০। ফুলৰ কেইটা চক্ৰ?

1) তিনিটা

2) চাৰিটা

3) পাঁচটা

Ans: চাৰিটা

১১। কি নামৰ ভেঁকুৰবিধিৰ অংগজ প্ৰজনন মুকুলোদগমৰ দ্বাৰা হয়?

1) ৰেণু

2) ইষ্ট

3) কাণ্ড

Ans: ইষ্ট

১২। কিহৰ দ্বাৰা হোৱা বংশবৃদ্ধিক অযৌন প্ৰজনন বোলে?

1) পুংস্তৱকৰ

2) ৰেণুৰ

3) খণ্ড

Ans: ৰেণুৰ

১৩। পৰাগধানীৰ ভিতৰত থকা পৰাগৰেণুই কি কোষ উৎপন্ন কৰে?

1) গৰ্ভাশয় কোষ

2) স্ত্ৰীজনন কোষ

3) পুংজনন কোষ

Ans: পুংজনন কোষ

১৪। পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনকে কি বোলে?

1) গৰ্ভধান বা নিষেচন

2) পুংস্তৱক বা স্ত্ৰীস্তৱক

3) বৃতি বা দলমণ্ডল

Ans: গৰ্ভধান বা নিষেচন

১৫। পদুম ফুলৰ চকাটোৰ ভিতৰত বীজবোৰ থকা বাবে পানীৰ সোঁতত উটি কি হ'ব পাৰে?

1) স্থানান্তৰিত

2) প্ৰজনন

3) ডিম্বক

Ans: স্থানান্তৰিত

১৬। আগাৰা, বাঘনখী আদিত থকা কাঁইটে জীৱ-জন্তুৰ গাত লাগি ধৰি কি হয়?

1) মুকুলোদগমৰ হয়

2) দূৰলৈ বিস্তাৰিত হয়

3) উদ্ভিদৰ সৃষ্টি হয়

Ans: দূৰলৈ বিস্তাৰিত হয়

১৭। পৰাগধানীৰ পৰা পৰাগৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাক কি বোলে?

1) স্থানান্তৰিত

2) পৰাগযোগ

3) ডিম্বক

Ans: পৰাগযোগ

১৮। পৰাগনলীডাল গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক কি কৰে?

1) উদ্ভিদৰ পৰিবহণ কৰে

2) নলীকা সৃষ্টি কৰে

3) স্পৰ্শ কৰে

Ans: স্পৰ্শ কৰে

১৯। ডিম্বকটো ডাঙৰ হৈ কিহৰ সৃষ্টি কৰে?

1) স্বপৰাগযোগৰ

2) গৰ্ভাশয়

3) বীজৰ

Ans: বীজৰ

২০। বীজৰ ভিতৰত ভ্ৰূণটো কি হয় থাকে?

1) অসুৰক্ষিত

2) সুৰক্ষিত

3) ওপৰৰ দুইটা

Ans: সুৰক্ষিত

Type Susmita Kakati