গতি আৰু সময়
১। বিশ্বব্ৰক্ষ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই কি ?
1) গছ-গছনি
2) গতিশীল
3) একক
Ans: গতিশীল
২। দ্ৰুতিৰ প্ৰকাশ ৰাশিটো হ'ল ?
1) দূৰত্ব/সময়
2) দ্ৰুতি/সময়
3) দূৰত্ব/ দ্ৰুতি
Ans: দূৰত্ব/সময়
৩। সময়ৰ একক ডালক কি বোলে ?
1) ছেকেণ্ড
2) ঘন্টা
3) মিনিট
Ans: ছেকেণ্ড
৪। সময়ৰ ওপৰত এই ব্যাখ্যাটো কোনে দিছিল (Time is what as clock reads)?
1) নিউটন
2) এলবাৰ্ট আইনষ্টাইন
3) ৰামানুজন
Ans: এলবাৰ্ট আইনষ্টাইন
৫। এদিনত কিমান ঘন্টা ?
1) ২৭ ঘন্টা
2) ২৪ ঘন্টা
3) ৩০ ঘন্টা
Ans: ২৪ ঘন্টা
৬। একবছৰত কিমান দিন ?
1) ২২০ দিন
2) ৩৬৫ দিন
3) ৫৫০ দিন
Ans: ৩৬৫ দিন
৭। সময়ৰ জোখ কিহত জোখা হয়?
1) ছেকেণ্ডত
2) মিনিটত
3) বছৰত
Ans: ছেকেণ্ডত
৮। ইয়াক কিহৰে বুজোৱা হয়?
1) R
2) A
3) S
Ans: S
৯। বলদ গৰুৱে কি কৰে ?
1) গাড়ী চলাই
2) হাল বায়
3) গাড়ী টানে
Ans: হাল বায়
১০। এক মিনিটত কিমান ছেকেণ্ড?
1) ৭০ ছেকেণ্ড
2) ৪০ ছেকেণ্ড
3) ৬০ ছেকেণ্ড
Ans: ৬০ ছেকেণ্ড
১১। 24 × 60 × 60 ছেকেণ্ড ?
1) ৩৮৪৭ ছেকেণ্ড
2) ৭৪৫৭৭ ছেকেণ্ড
3) ৮৬৪০০ ছেকেণ্ড
Ans: ৮৬৪০০ ছেকেণ্ড
১২। প্ৰাণীয়ে তাৰ শৰীৰত থকা প্ৰতিটো অংগ-প্ৰত্য়ংগক কি কৰিব পাৰে?
1) ধ্বংস কৰিব পাৰে
2) গতি কৰিব পাৰে
3) সৃষ্টি কৰিব পাৰে
Ans: গতি কৰিব পাৰে
১৩। ছি. জি. এছ. পদ্ধতিত চেণ্টিমিটাৰ এককত কি জোখা হয়?
1) দৈঘ্য়
2) দূৰত্ব
3) প্ৰস্থ
Ans: দূৰত্ব
১৪। সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক কি বোলে?
1) সময় দ্ৰুতি
2) অসম দ্ৰুতি
3) সুষম দ্ৰুতি
Ans: সুষম দ্ৰুতি
১৫। আমাৰ পূৰ্বপুৰুষসকলে তৰা, পৃথিৱী আদিৰ গতিবিধক সক্ষ্য় কৰি কি জোখ লৈছিল?
1) সময়
2) দৈঘ্য়
3) সুষম
Ans: সময়
১৬। সমান সময়ৰ অন্তৰালত এটা গতিৰ পুনৰাবৃত্তি ঘটিলে সেই গতিক কি বোলে?
1) পৰ্যাবৃত্ত গতি
2) সৰল গতি
3) সুষম গতি
Ans: পৰ্যাবৃত্ত গতি
১৭। পৰ্যাবৃত্ত গতিত থকা বস্তু এটাই একে পথেদি অগা-পিছা কৰি থাকিলে তাৰ গতিক কি বোলে?
1) বিন্দুসম গতি
2) দোলায়িত গতি
3) উলম্বৰ গতি
Ans: দোলায়িত গতি
১৮। দোলকৰ পৰ্যায় কাল বহুত কম যাৰ বাবে আমাক কিহৰ প্ৰয়োজন?
1) সন্নিৱিষ্টৰ
2) ষ্টপ ক্লকৰ
3) স্পীডৰ
Ans: ষ্টপ ক্লকৰ
১৯। দোলকৰ পৰ্যায়বৃত্ত গতি কিহৰ সহায়ত উলিওৱা হয়?
1) ঘড়ীৰ
2) মোৱাইলৰ
3) সময়ৰ সহায়ত
Ans: ঘড়ীৰ
২০। প্ৰতি একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক কি বোলে?
1) যৱক্ষাৰজান
2) অম্লজান
3) দ্ৰুতি
Ans: দ্ৰুতি
Type Susmita Kakati
0 Comments