বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া
১। আধানযুক্ত কণিকাৰ একমুখী গতিৰ বাবেই কি প্ৰবাহৰ সৃষ্টি হয় ?
1) বিদ্যুৎ
2) কোষ
3) চুম্বকৰ
Ans: বিদ্যুৎ
২। কোষ কেইপ্ৰকাৰৰ ?
1) দুই
2) তিনি
3) চাৰি
Ans: দুই
৩। ফিউজ তাঁৰডাল কোন দুটাত সংযোগকৰা হয় ?
1) ধাতুৰ
2) বৰ্তনীৰ
3) ঘনত্বৰ
Ans: ধাতুৰ
৪। বিদ্যুৎ কোষত কিহৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় ?
1) ৰাসায়নিক শক্তি
2) তাপৰ শক্তি
3) চুম্বকৰ শক্তি
Ans: ৰাসায়নিক শক্তি
৫। বেটাৰীৰ দ্বিতীয় কোষটোৰ কিহৰল লগত সংযোগ কৰা ?
1) ধনাত্মকৰ
2) ঋণাত্মকৰ
3) লাইটৰ
Ans: ধনাত্মকৰ
৬। কোষত ৰাসায়নিক দ্ৰব্য়বোৰ কি কৰা হয়?
1) সঞ্চিত
2) সংগ্ৰহ
3) সংযোগ
Ans: সঞ্চিত
৭। যেতিয়া ইয়াক ব্য়ৱহাৰ কৰা হয় ৰাসায়নিক বিক্ৰিয়া ঘটি কি উৎপন্ন কৰে?
1) তাপ
2) কোষ
3) বিদ্য়ুৎ
Ans: বিদ্য়ুৎ
৮। বিদ্য়ুৎ বৰ্তনী হ'ল বিদ্য়ুৎ কোষৰ মূৰ দুটা এক বা একাধিক পৰিবাহীৰে সংযোগ কৰি তৈয়াৰ কৰা এটা________পথ?
1) গতি
2) চক্ৰীয়
3) ধনাত্মক
Ans: চক্ৰীয়
৯। এই পথেদি কি প্ৰবাহিত হয়?
1) ৰাসায়নিক দ্ৰব
2) ঋণাত্মক
3) বিদ্য়ুৎ
Ans: বিদ্য়ুৎ
১০। বৰ্তনী এটাৰ মাজেদি বিদ্য়ুৎ প্ৰবাহিত হ'বলৈ হ'লে এই পথটোৰ কোনো অংশত কি থাকিব নালাগিব?
1) ফাঁক
2) তাঁৰ
3) বাধা
Ans: ফাঁক
১১। শ্ৰেণীবদ্ধভাৱে কেইবাটাও কোষ সংযোগ কৰিলে বৰ্তনীটোৰ মুঠ_______ভেদ বৃদ্ধি হয়?
1) বিভৱ
2) তাঁৰ
3) সত্ত্বে
Ans: বিভৱ
১২। ফলত________প্ৰবাহৰ মান বাঢ়ে?
1) উত্তপ্ত
2) বিদ্য়ুৎ
3) উজ্জ্বল
Ans: বিদ্য়ুৎ
১৩। কি কোষ বহুত ধৰণেৰে সজা হয়?
1) ৰাসায়নিক
2) বিদ্য়ুৎ
3) ঋণাত্ম
Ans: বিদ্য়ুৎ
১৪। কি কোষ শ্ৰেণীবদ্ধ সজ্জাত বা সমান্তৰাল সজ্জাত সংযোগ কৰিব পাৰি?
1) ঋণাত্মক
2) ধনাত্মক
3) বিদ্য়ুৎ
Ans: বিদ্য়ুৎ
১৫। বিদ্য়ুৎ প্ৰবাহিত হোৱাৰ ফলত পৰিবাহীত কি উৎপন্ন হয়?
1) তাঁৰ
2) তাপ
3) ধনাত্ম
Ans: তাপ
১৬। তিতা হাতেৰে কেতিয়াও______অন-অফ কৰিব নালাগে?
1) ছুইচ
2) কাপোৰ
3)মোবাইল
Ans: ছুইচ
১৭। ঘৰুৱা বৈদ্য়ুতিক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে এডাল বিশেষ_______লগোৱা থাকে?
1) চৰ্ট
2) অংগ
3) তাঁৰ
Ans: তাঁৰ
১৮। ইয়াক কি বোলে?
1) ফিউজ
2) কোষ
3) তাঁৰ
Ans: ফিউজ
১৯। বিদ্য়ুৎ প্ৰবাহ পৰিবাহী তাঁৰ দুডাল অপৰিবাহী তৰপৰ ক'ত থাকে?
1) বাহীৰত
2) ভিতৰত
3) ওপৰত
Ans: ভিতৰত
২০। দুয়োফালে তাঁৰৰ মুক্ত অংশ লগ লাগিলে কিহৰ সৃষ্টি হয়?
1) স্ফুলিংগৰ
2) বিদ্য়ুৎ
3) ফিউজ
Ans: স্ফুলিংগৰ
Type Susmita Kakati