বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া

১। আধানযুক্ত কণিকাৰ একমুখী গতিৰ বাবেই কি প্ৰবাহৰ সৃষ্টি হয় ?

1) বিদ্যুৎ

2) কোষ

3) চুম্বকৰ

Ans: বিদ্যুৎ

২। কোষ কেইপ্ৰকাৰৰ ?

1) দুই

2) তিনি

3) চাৰি

Ans: দুই

৩। ফিউজ তাঁৰডাল কোন দুটাত সংযোগকৰা হয় ?

1) ধাতুৰ

2) বৰ্তনীৰ

3) ঘনত্বৰ

Ans: ধাতুৰ

৪। বিদ্যুৎ কোষত কিহৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় ?

1) ৰাসায়নিক শক্তি

2) তাপৰ শক্তি

3) চুম্বকৰ শক্তি

Ans: ৰাসায়নিক শক্তি

৫। বেটাৰীৰ দ্বিতীয় কোষটোৰ কিহৰল লগত সংযোগ কৰা ?

1) ধনাত্মকৰ

2) ঋণাত্মকৰ

3) লাইটৰ

Ans: ধনাত্মকৰ

৬। কোষত ৰাসায়নিক দ্ৰব্য়বোৰ কি কৰা হয়?

1) সঞ্চিত

2) সংগ্ৰহ

3) সংযোগ

Ans: সঞ্চিত

৭। যেতিয়া ইয়াক ব্য়ৱহাৰ কৰা হয় ৰাসায়নিক বিক্ৰিয়া ঘটি কি উৎপন্ন কৰে?

1) তাপ

2) কোষ

3) বিদ্য়ুৎ

Ans: বিদ্য়ুৎ

৮। বিদ্য়ুৎ বৰ্তনী হ'ল বিদ্য়ুৎ কোষৰ মূৰ দুটা এক বা একাধিক পৰিবাহীৰে সংযোগ কৰি তৈয়াৰ কৰা এটা________পথ?

1) গতি

2) চক্ৰীয়

3) ধনাত্মক

Ans: চক্ৰীয়

৯। এই পথেদি কি প্ৰবাহিত হয়?

1) ৰাসায়নিক দ্ৰব

2) ঋণাত্মক

3) বিদ্য়ুৎ

Ans: বিদ্য়ুৎ

১০। বৰ্তনী এটাৰ মাজেদি বিদ্য়ুৎ প্ৰবাহিত হ'বলৈ হ'লে এই পথটোৰ কোনো অংশত কি থাকিব নালাগিব?

1) ফাঁক

2) তাঁৰ

3) বাধা

Ans: ফাঁক

১১। শ্ৰেণীবদ্ধভাৱে কেইবাটাও কোষ সংযোগ কৰিলে বৰ্তনীটোৰ মুঠ_______ভেদ বৃদ্ধি হয়?

1) বিভৱ

2) তাঁৰ

3) সত্ত্বে

Ans: বিভৱ

১২। ফলত________প্ৰবাহৰ মান বাঢ়ে?

1) উত্তপ্ত

2) বিদ্য়ুৎ

3) উজ্জ্বল

Ans: বিদ্য়ুৎ

১৩। কি কোষ বহুত ধৰণেৰে সজা হয়?

1) ৰাসায়নিক

2) বিদ্য়ুৎ

3) ঋণাত্ম

Ans: বিদ্য়ুৎ

১৪। কি কোষ শ্ৰেণীবদ্ধ সজ্জাত বা সমান্তৰাল সজ্জাত  সংযোগ কৰিব পাৰি?

1) ঋণাত্মক

2) ধনাত্মক

3) বিদ্য়ুৎ

Ans: বিদ্য়ুৎ

১৫। বিদ্য়ুৎ প্ৰবাহিত হোৱাৰ ফলত পৰিবাহীত কি উৎপন্ন হয়?     

1) তাঁৰ

2) তাপ

3) ধনাত্ম

Ans: তাপ

১৬। তিতা হাতেৰে কেতিয়াও______অন-অফ কৰিব নালাগে?

1) ছুইচ

2) কাপোৰ

3)মোবাইল

Ans: ছুইচ

১৭। ঘৰুৱা বৈদ্য়ুতিক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে এডাল বিশেষ_______লগোৱা থাকে?

1) চৰ্ট

2) অংগ

3) তাঁৰ

Ans: তাঁৰ

১৮। ইয়াক কি বোলে?

1) ফিউজ

2) কোষ

3) তাঁৰ

Ans: ফিউজ

১৯। বিদ্য়ুৎ প্ৰবাহ পৰিবাহী তাঁৰ দুডাল অপৰিবাহী তৰপৰ ক'ত থাকে?

1) বাহীৰত

2) ভিতৰত

3) ওপৰত

Ans: ভিতৰত

 ২০। দুয়োফালে তাঁৰৰ মুক্ত অংশ লগ লাগিলে কিহৰ সৃষ্টি হয়?

1) স্ফুলিংগৰ

2) বিদ্য়ুৎ

3) ফিউজ

Ans: স্ফুলিংগৰ

Type Susmita Kakati