পোহৰ

১। গোলাকাৰ দাপোন কেই প্ৰকাৰৰ ?

1) দুই প্ৰকাৰৰ

2) তিনি প্ৰকাৰৰ

3) পাঁচ প্ৰকাৰৰ

Ans: দুই প্ৰকাৰৰ

২। পোহৰৰ প্ৰাকৃতিক উৎস কি ?

1) অনুবীক্ষণ যন্ত্ৰ

2 ৰামধেণু

3) সূৰ্য

Ans: সূৰ্য

৩। এটা দীপ্তিহীন বস্তু হ'ল-

1) ফেন

2) কম্পিউটাৰ

3) চন্দ্ৰ

Ans: চন্দ্ৰ

৪। লেন্স কেই প্ৰকাৰৰ ?

1) তিনি প্ৰকাৰৰ

2) দুই প্ৰকাৰৰ

3) এক প্ৰকাৰৰ

Ans: দুই প্ৰকাৰৰ

৫। প্ৰতিবিম্ব কেইবিধ ?

1) এবিধ

2) দুবিধ

3) তিনিবিধ

Ans: দুবিধ

৬। প্ৰতিফলনৰ বিধি কেইটা ?

1) দুটা

2) চাৰিটা

3) পাঁচটা

Ans: দুটা

৭। আকাশত ৰামধেনু ৰঙ কেইটা ?

1) ছয়টা

2) সাতটা

3) আঠটা

Ans: সাতটা

৮। ওচৰৰে ক্ষুদ্ৰকায় বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক কি বোলে?

1) দূৰবীক্ষণ যন্ত্ৰ

2) অনুবীক্ষণ যন্ত্ৰ

3) লেন্স

Ans: অনুবীক্ষণ যন্ত্ৰ

৯।  পোহৰ কি ৰেখাত গতি কৰে?

1) সৰলৰেখা

2) বক্ৰৰেখা

3) দ্ৰাঘিমাৰেখা

Ans: সৰলৰেখা

১০। পোহৰৰ প্ৰতিফলন কেইবিধ ?

1) এবিধ

2) দুবিধ

3) ওপৰৰ এটাও নহয়

Ans: এবিধ

১১। যি শক্তিয়ে আমাৰ চকুত উত্তেজনাৰ সৃষ্টি কৰি বস্তু এটা দেখাত সহায় কৰে তাক কি বোলে?

1) শক্তি

2) পোহৰ

3) বিজুলী শক্তি

Ans: পোহৰ

১২। আমাৰ চৌপাশে থকা বেছিভাগ বস্তুৰে নিজা_______নাই?

1) ৰশ্মি

2) পোহৰ

3) বিজুলী

Ans: পোহৰ

১৩। দীপ্তিহীন বস্তুৰ পৰা উভতি অহা পোহৰ আমাৰ______ পৰিলে আমি বস্তুটো দেখা পাওঁ?

1) শৰীৰত

2) কানত

3) চকুত

Ans: চকুত

১৪। দেখা গ'ল যে দীপ্তিহীন বস্তুৰ পৰা আমাৰ চকুৱে________ পোহৰ পায়?

1) পৰোক্ষভাৱে

2) শক্তিশালী

3) সূৰ্য

Ans: পৰোক্ষভাৱে

১৫। পৃথিৱীৰ সৰহসংখ্য়ক বস্তুৱেই কি?

1) দৃষ্টিহীন

2) দিপ্তিহীন

3) মানুহ

Ans: দিপ্তিহীন

১৬। সূৰ্য এটা কি বস্তু?

1) দীপ্তিমান

2) দীপ্তিহীন

3) দৃষ্টিহীন

Ans: দীপ্তিমান

১৭। প্ৰতিফলিত পোহৰ ৰশ্মি আমাৰ চকুত সোমাই চকুৰ পৰ্দাত_________সৃষ্টি কৰে?

1) প্ৰতিবিম্বৰ

2) শক্তি

3) পোহৰ

Ans: প্ৰতিবিম্বৰ

১৮। পোহৰ এবিধ কি?

1) শক্তি

2) ধাতু

3) অধাতু

Ans: শক্তি

১৯। কিহৰ সহায়ত আমি চকুৰে দেখা পাওঁ?

1) বিজুলীৰ

2) পোহৰৰ

3) পদাৰ্থৰ

Ans: পোহৰৰ

২০। পোহৰে কি ৰেখাত গতি কৰে?

1) সমান্তৰাল

2) ৰশ্মিৰেখা

3) সৰল

Ans: সৰল

Type Susmita Kakati