অৰণ্য আমাৰ জীৱন ৰেখা

১। ল'ৰাজনে উদ্যানলৈ লৈ অহা শিক্ষক জন কোনটো বিভাগৰ আছিল ?

1) সমাজবিজ্ঞান

2) বিজ্ঞান

3) অসমীয়া

Ans: বিজ্ঞান

২। কোনে গছৰ ওপৰলৈ গৈ তাত ছকা চৰাইবোৰ আমনি কৰিছিল ?

1) হাতীয়ে

2) বাঘে

3) বান্দৰে

Ans: বান্দৰে

৩। সচৰাচৰ দেখা প্ৰাণীখিনিৰ উপৰি হাতী, ফেউৰা আদি অৰণ্যৰ গভীৰ অঞ্চলত থাকে বুলি কোনে কৈছিল?

1) ৰামে

2) হৰিয়ে

3) ৰাধায়ে

Ans: ৰামে

৪। অৰণ্য ভিতৰখন যথেষ্ট কি আছিল ?

1) পোহৰ

2) আন্ধাৰ

3) ওপৰৰ এটাও নহয়

Ans: আন্ধাৰ

৫। ল'ৰা-ছোৱালীবোৰে অৰণ্যৰ ভিতৰলৈ আগুৱাই গৈ কি দেখিলে ?

1) এটা শহাপহু

2) এডাল গছ

3) ওপৰৰ এটাও নহয়

Ans: এডাল গছ

৬। স্বপোষী উদ্ভিদসমূহে কিহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে ?

1) সূৰ্য পোহৰ

2) বতাহ

3) সালোক সংশ্লেষণ

Ans: সালোক সংশ্লেষণ

৭। পৰিৱেশতন্ত্ৰ কিহৰ দ্বাৰা গঠিত ?

1) খাদ্যৰ

2) জীৱৰ

3) উদ্ভিদৰ

Ans: জীৱৰ

৮। উদ্ভিদ বা প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰা অণুজীৱক কি বোলে ?

1) বিয়োজক

2) বেক্টেৰিয়া

3) শেলাই

Ans: বিয়োজক

৯। কিহে মাটিক খহনীয়াৰ পৰা ৰক্ষা কৰে ?

1) বানপানীয়ে

2) অৰণ্যই

3) প্ৰদূষণে

Ans: অৰণ্যই

১০। অধ্যাপকজনে কৈছিল ইয়াকে কি গছ বোলে ?

1) আম গছ

2) চন্দন গছ

3) চন্দ্ৰতাপসদৃশ গছ

Ans: চন্দ্ৰতাপসদৃশ গছ

১১। অৰণ্য়ৰ পৰা আমি বহুতো কি পাওঁ?

1) সামগ্ৰী

2) জীৱ-জন্তু

3) গছ-গছনি

Ans: সামগ্ৰী

১২। বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱেৰে গঠিত এটা পৰিৱেশেই হৈছে______?

1) ঘৰ

2) অৰণ্য়

3) চৌপাশ

Ans: অৰণ্য়

১৩। মাটিয়ে অৰণ্য়ক বৃদ্ধি আৰু_______হোৱাত সহায় কৰে?

1) পুনৰুজ্জীৱিত

2) সেউজীয়া

3) হালধীয়া

Ans: পুনৰুজ্জীৱিত

১৪। অৰণ্য়ত আৰু অৰণ্য়ৰ কাষত বাস কৰা লোকসকলৰ বাবে অৰণ্য়ই হৈছে______ৰেখা?

1) সৰল

2) জীৱন

3) সমান্তৰাল

Ans: জীৱন

১৫। গছ-গছনিৰ বিভিন্ন স্তৰে বিভিন্ন পশু-পক্ষীৰ_______ যোগান ধৰে?

1) বস্তুৰ

2) খাদ্য়ৰ

3) বাসস্থানৰ

Ans: বাসস্থানৰ

১৬। অৰণ্য়ই মাটিক কিহৰ পৰা ৰক্ষা কৰে?

1) খহনীয়াৰ

2) পানীৰ

3) ওপৰৰ এটাও নহয়

Ans: খহনীয়াৰ

১৭। আমি আমাৰ অৰণ্য়সমূহ নিশ্চিতভাৱে কি কৰিব লাগে?

1) নষ্ট

2) কাতিব

3) সংৰক্ষণ

Ans: সংৰক্ষণ

১৮। অৰণ্য়ৰ ওচৰৰ গাঁওসমূহৰ বতৰ বৰ________হৈ থাকে?

1) ডাৱৰীয়া

2) মনোৰম

3) ফৰকাল

Ans: মনোৰম

১৯। সেউজীয়া উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য় প্ৰস্তুত কৰে?

1) সালোক সংশ্লেষণ

2) অংগজ প্ৰজনন

3) মুকুলন

Ans: সালোক সংশ্লেষণ

 ২০। অৰণ্য়ত বাস কৰা লোকসকলে কাৰ ওপৰত নিৰ্ভৰশীল?

1) খাদ্য়ৰ

2) অৰণ্য়ৰ

3) জীৱ-জন্তুৰ

Ans: অৰণ্য়ৰ

Type Susmita Kakati